Prime Minister expresses delight over the inauguration of the ‘Sacred Exposition of the Holy Relics of the Tathagata’ in Leh
May 02nd, 06:59 pm
Prime Minister Shri Narendra Modi today expressed immense delight over the inauguration of the ‘Sacred Exposition of the Holy Relics of the Tathagata’ in Leh, which took place yesterday on the occasion of Buddha Purnima.Prime Minister extends greetings on Buddha Purnima
May 01st, 09:11 am
Prime Minister Shri Narendra Modi today extended his best wishes to all citizens on the auspicious occasion of Buddha Purnima. Highlighting a strong commitment towards realising the ideals of Lord Buddha, the Prime Minister hoped that his thoughts would deepen the spirit of joy and togetherness in society. He further urged everyone to reiterate the resolve to adopt the life values of Lord Buddha on this sacred occasion that inspires walking on the path of peace, compassion, and goodwill.অংশগ্ৰহণ কৰি ‘ডিজিটেল লোকপিয়ল ২০২৭’ সফল কৰি তুলিবলৈ দেশবাসীৰ প্ৰতি ‘মন কী বাত’ত আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে
April 26th, 11:30 am
‘মন কী বাত’ৰ চলিত মাহৰ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে পাৰমাণৱিক আৰু বায়ু শক্তিখণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে। ভগৱান বুদ্ধৰ শিক্ষা, ‘বীটিং ৰিট্ৰীট’ অনুষ্ঠান, প্ৰকৃতি সংৰক্ষণ, বাঁহ উদ্যোগখণ্ড, প্ৰাচীন গ্ৰন্থ আৰু ‘গাণিতিক অলিম্পিয়াড’ কাৰ্যসূচীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তেওঁ স্পৰ্শ কৰে। চলি থকা ‘ডিজিটেল লোকপিয়ল অভিযান’ সন্দৰ্ভতো মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।বুদ্ধ পূৰ্ণিমা উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
May 12th, 08:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্ধ পূৰ্ণিমা উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়;‘আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় এক্সপো-২০২৩’ উদ্বোধন কৰি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
May 18th, 11:00 am
কেবিনেটত মোৰ সহকৰ্মী জি কিষাণ ৰেড্ডী জী, মীনাক্ষী লেখী জী, অৰ্জুন ৰাম মেঘৱাল জী, ‘ল্যুভ সংগ্ৰহালয়’ৰ সঞ্চালক মেনুৱেল ৰাবাটে জী, বিশ্বৰ বিভিন্ন দেশৰ অতিথি, অন্যান্য গণ্যমান্য ব্যক্তি, মহিলা আৰু ভদ্ৰলোকসকল, আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱসত আপোনালোক সকলোলৈকে বহুত বহুত অভিনন্দন জনাইছোঁ। আজি, সংগ্ৰহালয় জগতৰ কিংবদন্তীসকল ইয়াত একত্ৰিত হৈছেহি। আজিৰ অনুষ্ঠানটোৱে বিশেষ তাত্পৰ্য বহণ কৰিছে, কিয়নো এই মুহূৰ্তত ভাৰতে স্বাধীনতাৰ ৭৫ বছৰপূৰ্তি উপলক্ষে ‘অমৃত মহোৎসৱ’ উদযাপন কৰি আছে।প্ৰধানমন্ত্ৰীয়ে আন্তৰ্জাতিক সংগ্ৰহালয় এক্সপো ২০২৩ উদ্বোধন কৰে
May 18th, 10:58 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ প্ৰগতি ময়দানত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় এক্সপো ২০২৩-ত উদ্বোধন কৰে। তেওঁ উত্তৰ আৰু দক্ষিণ খণ্ডত আগন্তুক ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ এটা ভাৰ্চুৱেল ৱাকথ্ৰুও উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে প্ৰদৰ্শিত টেকনো মেলা, সংৰক্ষণ পৰীক্ষাগাৰ আৰু প্ৰদৰ্শনীসমূহৰ পৰিদৰ্শনো কৰে। আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে 'সংগ্ৰহালয়, স্থিৰতা আৰু সুস্থতা' বৰ্ষৰ বিষয়বস্তুৰে ৪৭তম আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস উদযাপন কৰিবলৈ আন্তৰ্জাতিক সংগ্ৰহালয় এক্সপো আয়োজন কৰা হৈছে।বুদ্ধ পূৰ্ণিমাৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
May 05th, 10:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্ধ পূৰ্ণিমা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে৷প্ৰধানমন্ত্ৰীয়ে কুশীনগৰৰ মহাপ্ৰীনিৰ্বাণ স্তূপত প্ৰাৰ্থনা কৰে
May 16th, 07:19 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বুদ্ধ পূৰ্ণিমা উপলক্ষে উত্তৰ প্ৰদেশৰ কুশীনগৰত মহাপ্ৰীনিৰ্বাণ স্তূপত প্ৰাৰ্থনা কৰে। ইয়াৰ পূৰ্বে, আজি প্ৰধানমন্ত্ৰীয়ে ভগৱান বুদ্ধৰ জন্মস্থান নেপালৰ লুম্বিনী ভ্ৰমণ কৰে আৰু মায়া দেৱী মন্দিৰত প্ৰাৰ্থনা আগবঢ়ায়।প্ৰধানমন্ত্ৰীৰ নেপালৰ লুম্বিনী ভ্ৰমণ (১৬ মে', ২০২২)
May 16th, 06:20 pm
পৱিত্র বুদ্ধ পূর্ণিমা উদযাপন উপলক্ষে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি (১৬ মে') নেপালৰ লুম্বিনী ভ্ৰমণ কৰে। সেই দেশৰ প্রধানমন্ত্রী শ্রী শেৰ বাহাদুৰ দেউবাৰ আমন্ত্রণত শ্রী মোদীৰ এই ভ্ৰমণ। প্রধানমন্ত্রী হিচাপে এয়া তেওঁৰ পঞ্চম নেপাল আৰু প্রথম লুম্বিনী ভ্ৰমণ। সেই দেশৰ প্রধানমন্ত্রী শ্রী শেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী ডঃ আর্জু ৰাণা দেউবা; সেই দেশৰ গৃহ মন্ত্রী বালকৃষ্ণ খন্দ; বিদেশ মন্ত্রী ডঃ নাৰায়ণ খাদকা; বাহ্যিক আন্তঃগাঁথনি আৰু পৰিবহণ মন্ত্রী শ্রীমতী ৰেণু কুমাৰী যাদব; বিদ্যুৎ জলসম্পদ আৰু জলসিঞ্চন মন্ত্রী শ্রীমতী পম্ফা ভূষাল; সংস্কৃতি, অসামৰিক বিমান পৰিবহণ তথা পর্যটন মন্ত্রী শ্রী প্রেমবাহাদুৰ আলে; শিক্ষামন্ত্রী শ্রী দেৱেন্দ্র পৌড়েল; আইন আৰু বিচাৰ তথা সংসদ বিষয়ক মন্ত্রী শ্রী গোবিন্দ প্রসাদ শর্মা আৰু লুম্বিনী প্রদেশৰ মুখ্যমন্ত্রী শ্রী কুলপ্রসাদ কে চিয়ে প্রধানমন্ত্রী শ্রী মোদীক উষ্ণ অভ্যর্থনা জনায়।প্ৰধানমন্ত্ৰীয়ে বুদ্ধ পূৰ্ণিমা উপলক্ষে ভগৱান বুদ্ধৰ নীতিসমূহ স্মৰণ কৰে
May 16th, 09:11 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বুদ্ধ পূৰ্ণিমা উপলক্ষে ভগৱান বুদ্ধৰ নীতিসমূহ স্মৰণ কৰে আৰু সেইবোৰ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লুম্বিনী, নেপাল ভ্ৰমণ (১৬ মে', ২০২২)
May 12th, 07:39 pm
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ মে' ২০২২ত বুদ্ধ পূৰ্ণিমা উপলক্ষে নেপালৰ প্ৰধানমন্ত্ৰী মাননীয় শেৰ বাহাদুৰ দেউবাৰ নিমন্ত্ৰণত লুম্বিনী আনুষ্ঠানিক ভ্ৰমণ কৰিব। এয়া ২০১৪ চনৰ পৰা এতিয়ালৈকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্চম নেপাল ভ্ৰমণ হ'ব।বুদ্ধ পূর্ণিমা উপলক্ষে ভাৰ্চুৱেল বিশ্ব ভেশাক দিৱস উদযাপন অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
May 26th, 09:58 am
Prime Minister Shri Narendra Modi delivered a keynote address on the occasion of Vesak Global Celebrations on Buddha Purnima through video conference. Members of Venerated Mahasangha, Prime Ministers of Nepal and Sri Lanka, Union Ministers Shri Prahlad Singh and Shri Kiren Rijiju, Secretary General of International Buddhist Confederation, Venerable Doctor Dhammapiya were also at the event.বেশক গ্ল’বেল উদযাপন উপলক্ষে মূল ভাষণ আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে
May 26th, 09:57 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বুদ্ধ পূৰ্ণিমা উপলক্ষে বেশক গ্ল’বেল উদযাপনৰ কাৰ্যসূচীত মূল ভাষণ আগবঢ়ায়। এই কাৰ্যসূচীত ভেন্যড মহাসংঘৰ সদস্যসকল, নেপাল আৰু শ্ৰী লংকাৰ প্ৰধানমন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় শ্ৰী প্ৰহ্লাদ সিং আৰু শ্ৰী কিৰেণ ৰিজিজু, আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ কনফেডাৰেশ্যনৰ সচিব প্ৰধান, ভিনেবল ডাক্তৰ ধম্মপিয়া উপস্থিত থাকে।প্রধানমন্ত্রীয়ে বুদ্ধপূর্ণিমা উপলক্ষে ভার্চুৱেল ভেসক আন্তর্জাতিক সন্মিলনত মূল ভাষণ দিব
May 25th, 07:05 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বুদ্ধপূর্ণিমা উপলক্ষে ২৬ মে'ৰ পুৱা ৯টা ৪৫ মিনিটত ভার্চুৱেল ভেসক আন্তর্জাতিক সন্মিলনত মূল ভাষণ দিব।Buddha is an example that strong will-power can bring a change in society: PM Modi
May 07th, 09:08 am
PM Modi addressed Vesak Global Celebration on Buddha Purnima via video conferencing. He said in the testing times of COVID-19, every nation has to come together to fight it. He said Buddha is an example that strong will-power can bring a change in society. Referring to the COVID warriors, the PM hailed their crucial role in curing people and maintaining the law and order.PM Modi addresses Virtual Vesak Global Celebration on Buddha Purnima
May 07th, 09:07 am
PM Modi addressed Vesak Global Celebration on Buddha Purnima via video conferencing. He said in the testing times of COVID-19, every nation has to come together to fight it. He said Buddha is an example that strong will-power can bring a change in society. Referring to the COVID warriors, the PM hailed their crucial role in curing people and maintaining the law and order.Prime Minister to participate in the Virtual Vesak Global Celebrations on Buddha Purnima, 7th May 2020
May 06th, 08:52 pm
Prime Minister Shri Narendra Modi shall be participating in the Buddha Purnima celebrations tomorrow, 7th May 2020.PM Modi greets the nation on ‘Buddha Purnima’
May 18th, 08:00 am
Prime Minister Narendra Modi greeted the nation his wishes on the pious occasion of ‘Buddha Purnima’ today. PM Modi said, “Mahatma Buddha’s great ideals of non-violence, peace and compassion continue to inspire us in our daily endeavours.”Social Media Corner 30 April 2018
April 30th, 07:41 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM Modi inaugurates Buddha Jayanti 2018 celebrations
April 30th, 03:55 pm
While inaugurating Buddha Jayanti 2018 celebrations, PM Modi highlighted several aspects of Lord Buddha’s life and how the Government of India was dedicatedly working towards welfare of people keeping in His ideals in mind. He said that Lord Buddha’s life gave the message of equality, harmony and humility. Shri Modi also spoke about the work being done to create a Buddhist Circuit to connect several sites pertaining to Buddhism in India and in the neighbouring nations.