মহিলাৰ ৬৩ কেজি জুডো প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক জয়ৰ বাবে উন্নতি শৰ্মাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কমনৱেলথ গেমছ, ২০২৬ৰ মহিলাৰ ৬৩ কেজি জুডো প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে উন্নতি শৰ্মাক অভিনন্দন জনায়।পুৰুষৰ ৫০০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জয়ৰ বাবে গুলৱীৰ সিঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:03 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬ৰ পুৰুষৰ ৫০০০ মিটাৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে গুলৱীৰ সিঙক অভিনন্দন জনায়।ট্ৰিপল জাম্পত ব্ৰঞ্জৰ পদক জয়ৰ বাবে সেলভা প্ৰভু থিৰুমাৰানক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 02nd, 12:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্লাছগো কমনৱেলথ গেমছ, ২০২৬ৰ ট্ৰিপল জাম্প প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে সেলভা প্ৰভু থিৰুমাৰানক অভিনন্দন জনায়।২০২৬ চনৰ কমনৱেলথ গেমছত পুৰুষৰ জেভেলিনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে যশ বীৰ সিঙক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
August 01st, 08:49 am
গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত পুৰুষৰ জেভেলিন ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যশ বীৰ সিঙক অভিনন্দন জনাইছে।২০২৬ চনৰ কমনৱেলথ গেমছত পুৰুষৰ ডেকাথলনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে তেজস্বীন শংকৰক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
August 01st, 08:43 am
গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২৬ত পুৰুষৰ ডেকাথলন ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেজস্বীন শংকৰক অভিনন্দন জনাইছে।Prime Minister congratulates Seema on winning Bronze in Women’s Discus Throw at Commonwealth Games 2026
July 31st, 02:33 pm
The Prime Minister, Shri Narendra Modi, has congratulated Seema on winning the Bronze medal in the Women’s Discus Throw event at the Glasgow Commonwealth Games 2026.Prime Minister congratulates Shilpa Kanchugarakoppalu Shyla on winning Bronze in Women’s Shot Put F57 at Commonwealth Games 2026
July 28th, 02:15 pm
The Prime Minister, Shri Narendra Modi, has congratulated Shilpa Kanchugarakoppalu Shyla on winning the Bronze medal in the Women’s Shot Put F57 Final at the Glasgow Commonwealth Games 2026.Prime Minister congratulates Weightlifter, Bindyarani Devi Sorokhaibam on winning Bronze at Commonwealth Games 2026
July 28th, 07:50 am
The Prime Minister, Shri Narendra Modi, has congratulated Weightlifter, Bindyarani Devi Sorokhaibam on winning the Bronze medal in the women’s 58 kg weightlifting event at the Commonwealth Games 2026.২০২৫ চনৰ ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা অৰ্জুন এৰিগাইছিক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
December 29th, 03:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডোহাত অনুষ্ঠিত ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত মুকলি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অৰ্জুন এৰিগাইছিক অভিনন্দন জনাইছে। ‘তেওঁৰ দৃঢ়তা লক্ষণীয়। তেওঁৰ ভৱিষ্যৎ প্ৰচেষ্টাৰ বাবে তেওঁক শুভেচ্ছা জনাইছো’, শ্ৰী মোদীয়ে কয়।২০২৫ চনৰ ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা কোনেৰু হাম্পীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
December 29th, 03:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডোহাত অনুষ্ঠিত ২০২৫ চনৰ ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত শক্তিশালীভাৱে সমাপ্ত কৰি মহিলা শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা কোনেৰু হাম্পীক অভিনন্দন জনাইছে। ‘খেলৰ প্ৰতি তেওঁৰ উৎসৰ্গা প্ৰশংসনীয়। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো’, শ্ৰী মোদীয়ে কয়।পুৰুষৰ শ্বটপুটত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে পেৰা এথলীট হোকাটো হোটোঝে ছেমাক অভিনন্দন জনাইছেপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 07th, 09:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছ পেৰালিম্পিকত পুৰুষৰ শ্বটপুট এফ৫৭ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে এথলীট হোকাটো হোটোঝে ছেমাক অভিনন্দন জনায়।পেৰা-অলিম্পিকত জুডোকা কপিল পাৰমাৰৰ ব্ৰঞ্জৰ পদক অৰ্জন - প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন
September 05th, 10:26 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্প্ৰতি চলি থকা পেৰিছ পেৰালিম্পিকত পুৰুষৰ ৬০ কেজি জে ১ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে জুডো খেলুৱৈ কপিল পাৰমাৰক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ হাই জাম্পত ব্ৰঞ্জ জয় কৰা এথলীট মাৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জনাইছে
September 04th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত পুৰুষৰ হাই জাম্প টি-৬৩ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈ মাৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰা সুন্দৰ সিং গুৰ্জাৰক অভিনন্দন জনাইছে
September 04th, 10:25 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিক ২০২৪ত পুৰুষৰ জেভেলিন থ্ৰো এফ ৪৬ ত ব্ৰঞ্জৰ পদক অৰ্জন কৰা সুন্দৰ সিং গুৰ্জাৰক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰিছ পেৰালিম্পিকত মহিলাৰ ৪০০ মিটাৰ টি-২০প্ৰতিযোগিতাত ব্ৰঞ্জ জয় কৰা দীপ্তি জীৱনজীক অভিনন্দন জনায়
September 04th, 06:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলাৰ ৪০০ মিটাৰ টি-২০ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈ দীপ্তি জীৱনজীক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেডমিণ্টন খেলুৱৈ নিত্যা শ্ৰী শিৱনক ব্ৰঞ্জৰ পদক জয়ৰ বাবে অভিনন্দন জনাইছে
September 03rd, 10:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত মহিলাৰ একক বেডমিণ্টন এছ এইচ-৬ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে নিত্যা শ্ৰী শিৱনক অভিনন্দন জ্ঞাপন কৰে।Paralympics 2024: PM Modi congratulates Sheetal Devi , Rakesh Kumar on winning Bronze Medal
September 02nd, 11:40 pm
The Prime Minister Shri Narendra Modi today hailed the team spirit demonstrated by athletes Sheetal Devi and Rakesh Kumar by winning a Bronze medal in the Mixed Team Compound Open Archery at the ongoing Paris Paralympics.বেডমিণ্টন খেলুৱৈ মনীষা ৰামদাসক ‘ব্ৰঞ্জৰ পদক’ জয় কৰাৰ বাবে অভিনন্দন জনায় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 02nd, 09:14 pm
চলিত ‘পেৰিছ পেৰালিম্পিক’ত মহিলা ‘বেডমিণ্টন এছইউ৫ প্ৰতিযোগিতা’ত ‘ব্ৰঞ্জৰ পদক’ অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মনীষা ৰামদাসক অভিনন্দন জ্ঞাপন কৰে।২০২৪ পেৰিছ পেৰালিম্পিকঃ দ্বিতীয়টো পদক জয় কৰাৰ বাবে এথলীট প্ৰীতি পালক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 02nd, 10:50 am
২০২৪ চনৰ চলিত ‘পেৰিছ পেৰালিম্পিক’ত দ্বিতীয়টো পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ট্ৰেক এণ্ড ফিল্ড এথলীট প্ৰীতি পালক অভিনন্দন জ্ঞাপন কৰে।Paralympics 2024: PM Modi congratulates Preeti Pal on winning Bronze medal
August 30th, 06:42 pm
The Prime Minister, Shri Narendra Modi has congratulated Indian athlete, Preeti Pal on wining Bronze medal in the 100m T35 event at Paris Paralympics 2024.