অৰুণাচল প্ৰদেশৰ অঞ্জৱ জিলাত ১২০০ মেগাৱাট কালাই-২ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে ১৪১০৫.৮৩ কোটি টকা বিনিয়োগৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
April 08th, 04:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অৰুণাচল প্ৰদেশৰ অঞ্জৱ জিলাৰ লোহিত নদীত কালাই-২ জলবিদ্যুৎ প্ৰকল্প (এইচইপি) নিৰ্মাণৰ বাবে ১৪,১০৫.৮৩ কোটি টকাৰ বিনিয়োগত অনুমোদন জনাইছে। প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আনুমানিক সময়সীমা হৈছে ৭৮ মাহ।Cabinet approves construction of 1720 MW Kamala Hydro Electric Project in Arunachal Pradesh
April 08th, 04:26 pm
The Cabinet Committee on Economic Affairs, chaired by PM Modi has approved investment of Rs.26,069.50 crore for construction of Kamala Hydro Electric Project (HEP) in Kamle, Kra Daadi & Kurung Kumey Districts of Arunachal Pradesh. The project will significantly improve infrastructure in the state and provide essential facilities, benefiting local communities.ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অসমৰ কোকৰাঝাৰত বিভিন্ন উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
March 13th, 03:00 pm
বেয়া বতৰৰ বাবে মই ব্যক্তিগতভাৱে কোকৰাঝাৰলৈ যাব পৰা নাই। আপোনালোক সকলোৰে ওচৰত আন্তৰিকতাৰে ক্ষমা বিচাৰিছো। ঠিক ইয়াৰ পৰাই, গুৱাহাটীত আপোনালোকৰ লগত মত বিনিময় কৰাটো সম্ভৱ হৈ উঠিছে; আপোনালোকৰ ওচৰলৈ অহাৰ মানসেৰে দিল্লীৰ পৰা ৰাওনা হৈছিলোঁ যদিও গুৱাহাটীতে নামিব লগা হ’ল৷ এতিয়া গুৱাহাটীৰ পৰা আপোনালোক সকলোৰে খবৰ পোৱাৰ লগতে আপোনালোকৰ লগত কথা পাতিবলৈও সক্ষম হৈছো। এই কাৰ্যসূচীৰ সৈতে জড়িত অসমৰ মুখ্যমন্ত্ৰী , মোৰ ভাই হিমন্ত বিশ্ব শৰ্মাজী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী সৰ্বানন্দ সোণোৱাল জী; বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী জী; আমাৰ লগত উপস্থিত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য জী; অসম চৰকাৰৰ মন্ত্ৰীসকল; সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য; বিটিচিৰ সকলো প্ৰতিনিধি; সমাজৰ সকলো বয়োজ্যেষ্ঠ আৰু বিশিষ্ট সদস্য; আৰু মোৰ মৰমৰ ভাই-ভনীসকল!অসমৰ কোকৰাঝাৰত ৪,৫৭০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 13th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সযোগে অসমৰ কোকৰাঝাৰত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিকূল বতৰৰ বাবে তেওঁ সো-শৰীৰে কোকৰাঝাৰ ভ্ৰমণ কৰিব নোৱাৰিলে, সেইবাবে তেওঁ সভাত সমবেত লোকসকলৰ ওচৰত ক্ষমা বিচাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ গুৱাহাটীৰ পৰা সভাত সমবেত লোকসকলৰ সৈতে সংযুক্ত হৈছে। শ্ৰী মোদীয়ে কয় যে তেওঁ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম আৰু ৰূপনাথ ব্ৰহ্মৰ দৰে দেশৰ মহান ব্যক্তিত্বৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ তেওঁৰ বাবে এক ঋণস্বৰূপ, আৰু তেওঁ নিষ্ঠা আৰু আঞ্চলিক উন্নয়নৰ জৰিয়তে সেই ঋণ পৰিশোধ কৰিব বিচাৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, সেৱা আৰু অঞ্চলটোৰ উন্নয়নৰ জৰিয়তে আপোনালোকৰ এই ঋণ পৰিশোধ কৰাৰ বাবে মই প্ৰয়াস কৰিছো।RJD forced Congress to surrender its CM claim at gunpoint: PM Modi in Bhagalpur, Bihar
November 06th, 12:01 pm
In the Bhagalpur rally, PM Modi criticised RJD and Congress for never understanding the value of self-reliance or Swadeshi. He reminded the people that the Congress can never erase the stain of the Bhagalpur riots. Outlining NDA’s roadmap for progress, PM Modi said the government is working to make Bihar a hub for textiles, tourism and technology.No IIT, no IIM, no National Law University — a whole generation’s future was devoured by RJD’s leadership: PM Modi in Araria, Bihar
November 06th, 11:59 am
PM Modi addressed a large public gathering in Araria, Bihar, where people turned up in huge numbers to express their support for the NDA. Speaking with conviction, PM Modi said that the people of Bihar have already made up their minds – ‘Phir Ekbar, NDA Sarkar!’PM Modi stirs up massive rallies with his addresses in Araria & Bhagalpur, Bihar
November 06th, 11:35 am
PM Modi addressed large public gatherings in Araria & Bhagalpur, Bihar, where people turned up in huge numbers to express their support for the NDA. Speaking with conviction, PM Modi said that the people of Bihar have already made up their minds – ‘Phir Ekbar, NDA Sarkar!’২২ আগষ্টত প্ৰধানমন্ত্ৰীৰ বিহাৰ আৰু পশ্চিম বংগ ভ্ৰমণ
August 20th, 03:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ আগষ্টত বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব। তেওঁ বিহাৰৰ গয়াত প্ৰায় ১১ বজাত প্ৰায় ১৩, ০০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু প্ৰকল্প উদ্বোধন কৰিব। তেওঁ দুখন ৰে'লৰো যাত্ৰা আনুষ্ঠানিকভাবে মুকলি কৰিব আৰু সমবেত ৰাইজক সম্বোধন কৰিব। তাৰ পাছত তেওঁ গংগা নদীৰ অণ্টা-ছিমাৰিয়া দলং প্ৰকল্প উদ্বোধন কৰিব।অৰুণাচল প্ৰদেশৰ শ্বি ইয়োমি জিলাত ৭০০ মেগাৱাট ক্ষমতাৰ টাটো-২ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে বিনিয়োগ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন
August 12th, 03:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে অৰুণাচল প্ৰদেশৰ শ্বি ইয়োমি জিলাত টাটো-২ জলবিদ্যুৎ প্ৰকল্প (এইচইপি) নিৰ্মাণৰ বাবে ১ কোটি টকাৰ বিনিয়োগত অনুমোদন জনাইছে। প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ আনুমানিক সময়সীমা হৈছে ৭২ মাহ।গুজৰাটৰ বদোদৰা জিলাত দলং ভাঙি কেইবাগৰাকীও লোক নিহত হোৱা ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
July 09th, 12:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ বদোদৰা জিলাত এখন দলং ভাঙি পৰাৰ ফলত কেইবাগৰাকীও লোক নিহত হোৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে।গুৱাহাটীত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
February 25th, 11:10 am
পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলত আজিৰেপৰা এক নতুন ভৱিষ্যতৰ আৰম্ভ হ’ব। এডভান্টেজ আছাম হৈছে সমগ্ৰ বিশ্বক অসমৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ অভিযান। ইতিহাস সাক্ষী যে ইয়াৰ পূৰ্বেও ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতে এটি মুখ্য ভূমিকা পালন কৰিছিল। আজি ভাৰত উন্নয়নৰ দিশে ধাৱমান হোৱাৰ সময়তে আকৌ এবাৰ পূব ভাৰত, আমাৰ উত্তৰ-পূৰ্বাঞ্চলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। মই এডভান্টেজ অসমক এই মনোভাৱৰ প্ৰতিফলন হিচাপে প্ৰত্যক্ষ কৰিছোঁ। এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অসম চৰকাৰ আৰু হিমন্ত ডাঙৰীয়াৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছোঁ। মোৰ আজি মনত পৰিছে, ২০১৩ত মই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ কৰোঁতে, এখন সভাত মোৰ মনৰপৰা মাত্ৰ এটা শব্দ ওলাই আহিছিল। মই তেতিয়া কৈছিলোঁ, জনসাধাৰণে বৰ্ণমালা পঢ়োঁতে “এ ফৰ আছাম” বুলি ক’বলৈ বেছি দিন নাই।এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 25th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতে আজি ভৱিষ্যতৰ এক নতুন যাত্ৰাত অগ্ৰসৰ হৈছে আৰু এডভাণ্টেজ আছাম হৈছে অসমৰ অবিশ্বাস্য সম্ভাৱনা আৰু প্ৰগতি বিশ্বৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ পদক্ষেপ।” তেওঁ লগতে কয় যে ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতৰ মূল ভূমিকা সম্পৰ্কে ইতিহাস সাক্ষী। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে, “আজি আমি উন্নত ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে পূব ভাৰত আৰু উত্তৰ-পূবৰ দেশসমূহে নিজৰ প্ৰকৃত সম্ভাৱনা প্ৰদৰ্শন কৰিব।” এডভাণ্টেজ আছামে একে মনোভাৱক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি এই বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷Cabinet approves construction of Varanasi-Pt.Deen Dayal Upadhyaya multitracking including new Rail-cum-Road Bridge across Ganga River
October 16th, 03:18 pm
The Union Cabinet, chaired by PM Modi, has approved a ₹2,642 crore multi-tracking project for the Ministry of Railways, aimed at easing congestion on the Varanasi-Pt. Deen Dayal Upadhyaya Junction route. This project will add 3rd and 4th railway lines, along with a new rail-cum-road bridge over the Ganga, enhancing capacity for both passenger and freight traffic. Aligned with the PM-Gati Shakti National Master Plan, it will boost regional development, create jobs, and support environmental goals.প্ৰধানমন্ত্ৰীয়ে নৱী মুম্বাইত অটল বিহাৰী বাজপেয়ী সেৱৰী-নাৱা শ্বেৱা অটল সেতু উদ্বোধন কৰে
January 12th, 07:29 pm
এমটিএইচএল অটল সেতু ১৭,৮৪০ কোটি টকাতকৈ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে আৰু ই প্ৰায় ২১.৮ কিলোমিটাৰ দীঘল ৬ লেনৰ দলং, যাৰ দৈৰ্ঘ্য সাগৰৰ ওপৰেৰে প্ৰায় ১৬.৫ কিলোমিটাৰ আৰু ভূমিত প্ৰায় ৫.৫ কিলোমিটাৰ।১২ জানুৱাৰীত মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
January 11th, 11:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰী, ২০২৪ তাৰিখে মহাৰাষ্ট্ৰ ভ্ৰমণ কৰিব। দুপৰীয়া প্ৰায় ১২:১৫ বজাত প্ৰধানমন্ত্ৰীগৰাকী নাচিকত উপস্থিত হ’ব, ইয়াত তেখেতে ২৭ সংখ্যক ৰাষ্ট্ৰীয় যুৱ মহোৎসৱ উদ্বোধন কৰিব। বিয়লি প্ৰায় ৩:৩০ বজাত, মুম্বাইত প্ৰধানমন্ত্ৰীগৰাকীয়ে অটল বিহাৰী বাজপায়ী সেতু উদ্বোধন কৰিব। বিয়লি প্ৰায় ৪:১৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৱী মুম্বাইত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণেৰে একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।