ভাৰতৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ বি আৰ গাভাইৰ ওপৰত হোৱা আক্ৰমণৰ গৰিহণা প্ৰধানমন্ত্ৰীৰ

October 06th, 09:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উচ্চতম ন্যায়ালয়ৰ চৌহদত ভাৰতৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ ওপৰত কৰা আক্ৰমণক গৰিহণা দিয়ে।