অষ্ট্ৰেলিয়াত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
December 14th, 05:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ বণ্ডি বিচত ইহুদীসকলৰ হানুক্কা উৎসৱৰ প্ৰথমটো দিন উদযাপনত অংশগ্ৰহণ কৰা লোকসকলক লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা ভয়ংকৰ আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে ।