ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং হ্লাইঙৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

June 01st, 08:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ম্যানমাৰৰ ৰাষ্ট্ৰপতি উ মিন আং হ্লাইঙৰ সৈতে বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰপতি উ মিন আং হ্লাইঙে ৰাষ্ট্ৰপতি হিচাপে বিদেশ ভ্ৰমণৰ বাবে প্ৰথমে ভাৰতক বাছি লোৱাত ভাৰতে সন্মানিত বোধ কৰিছে । লগতে তেওঁ ভগৱান বুদ্ধৰ আশীৰ্বাদত ৰাষ্ট্ৰপতিয়ে বোধগয়াৰ পৰা ভাৰতত নিজৰ কাৰ্যসূচী আৰম্ভ কৰাত আনন্দ প্ৰকাশ কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই ভাৰত-ম্যানমাৰ সম্পৰ্কৰ বিষয়ে পৰ্যালোচনা কৰি দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে চৰ্চা কৰে। বৈঠকত দুয়োগৰাকী নেতাই বাণিজ্য, ৰেয়াৰ আৰ্থ খনিজ, স্বাস্থ্যসেৱা, সংযোগ, ঐতিহ্যৰ পুনৰুদ্ধাৰ আৰু সামৰ্থ্য বিকাশৰ ক্ষেত্ৰত সহযোগিতা গভীৰ কৰাৰ পথসমূহৰ অন্বেষণ কৰে। সামুদ্ৰিক সুৰক্ষা, চাইবাৰ নিৰাপত্তা আৰু অন্যান্য পাৰস্পৰিক স্বাৰ্থৰ ক্ষেত্ৰতো ঘনিষ্ঠভাৱে কাম কৰি যাবলৈ দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ‘চুবুৰীয়া প্ৰথম ’, ‘এক্ট ইষ্ট’ আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় নীতিৰ বাবে ম্যানমাৰৰ ভূমিকা অতি প্ৰয়োজনীয় বুলি আলোকপাত কৰি ম্যানমাৰৰ সৈতে থকা ভাৰতৰ সম্পৰ্কৰ কথা পুনৰবাৰ দৃঢ়তাৰে প্ৰকাশ কৰে।

ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা ভাৰত-ম্যানমাৰৰ যুটীয়া বিবৃতি

June 01st, 07:16 pm

প্ৰধানমন্ত্ৰীয়ে শান্তি, স্থিতিশীলতা, ৰাষ্ট্ৰীয় মিলন আৰু আৰ্থ-সামাজিক বিকাশৰ দিশত ম্যানমাৰ নেতৃত্বাধীন প্ৰচেষ্টাক সমৰ্থন আগবঢ়ায়। তেওঁ দুয়োখন দেশৰ মাজত পাৰস্পৰিক সন্মান আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বিষয়ত নিৰন্তৰ সহায় তথা সহযোগিতা আগবঢ়াই যোৱাৰ কথা প্ৰকাশ কৰে। এইক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰো শলাগ লয় ৰাষ্ট্ৰপতিগৰাকীয়ে।

ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

May 06th, 01:00 pm

কেৱল এয়াই নহয়, তেওঁ বুদ্ধগয়াৰ পৰাই তেওঁৰ ভাৰত ভ্ৰমণ আৰম্ভ কৰিছে। ই আমাৰ দুয়োখন দেশৰ অভিন্ন সভ্যতা আৰু আধ্যাত্মিক পৰম্পৰাক প্ৰতিফলিত কৰে। এই ভ্ৰমণ আৰু আমাৰ ফলপ্ৰসূ আলোচনাৰ জৰিয়তে আমি আমাৰ পাৰস্পৰিক সদিচ্ছাক দৃঢ় ফলাফলত পৰিণত কৰিছো।

ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

January 03rd, 12:00 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা মোৰ সহযোগী গজেন্দ্ৰ সিং শ্বেখাৱটজী, কিৰেণ ৰিজিজুজী, ৰামদাস আথাৱালেজী, ৰাও ইন্দৰজিৎজী, দিল্লীৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ যাবলগীয়া হৈছে, দিল্লীৰ অন্যান্য সকলো সতীৰ্থ মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ছাক্সেনাজী, মহামহিমসকল, কূটনৈতিক সম্প্ৰদায়ৰ সন্মানীয় সদস্যসকল, বৌদ্ধ পণ্ডিতগণ, ধৰ্ম অনুগামী ভদ্ৰ পুৰুষ আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে

January 03rd, 11:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লোটাছ ঃ ৰেলিছ অব্ দ্য এৱেকেনড ৱান” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এশ পঁচিশ বছৰ অপেক্ষাৰ অন্তত ভাৰতৰ ঐতিহ্য ঘূৰি আহিছে, ভাৰতৰ উত্তৰাধিকাৰ পুনৰ উভতি আহিছে। তেওঁ আলোকপাত কৰে যে আজিৰ পৰা ভাৰতৰ জনসাধাৰণে ভগৱান বুদ্ধৰ এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই শুভ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিক শ্ৰী মোদীয়ে আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বৌদ্ধ পৰম্পৰাৰ লগত জড়িত সন্ন্যাসী আৰু ধৰ্মাচাৰ্যও উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে ২০২৬ চনৰ একেবাৰে আৰম্ভণিতে এই শুভ উদযাপন অতি প্ৰেৰণাদায়ক। ভগৱান বুদ্ধৰ আশীৰ্বাদত ২০২৬ বৰ্ষই বিশ্বৰ বাবে শান্তি, সমৃদ্ধি, সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰক তাকেই কামনা কৰে।

থাইলেণ্ডত অনুষ্ঠিত সংবাদ কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ

February 14th, 08:30 am

থাইলেণ্ডত অনুষ্ঠিত সংবাদৰ (SAMVAD) এই সংস্কৰণত আপোনালোক সকলোৰে সৈতে যোগদান কৰিবলৈ পোৱাটো সন্মানৰ কথা। ভাৰত, জাপান আৰু থাইলেণ্ডৰ একাধিক বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ কাম কৰি আছে। তেওঁলোকৰ এই প্ৰচেষ্টাৰ বাবে মই সকলোৰে শলাগ লৈছোঁ আৰু সকলো অংশগ্ৰহণকাৰীলৈ মোৰ শুভেচ্ছা জনাইছোঁ।

থাইলেণ্ডত সম্বাদ (SAMVAD) কাৰ্যসূচীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

February 14th, 08:10 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডত আয়োজিত সম্বাদ (SAMVAD) কাৰ্যসূচীৰ সময়ত ভিডিঅ 'বাৰ্তাৰ জৰিয়তে তেওঁৰ মন্তব্য প্ৰকাশ কৰে। সমাৱেশত ভাষণ দি তেওঁ থাইলেণ্ডত সম্বাদ (SAMVAD) সংস্কৰণত যোগদান কৰি এই অনুষ্ঠানটো সম্ভৱ কৰি তোলাৰ বাবে ভাৰত, জাপান আৰু থাইলেণ্ডৰ বিশিষ্ট প্ৰতিষ্ঠান আৰু ব্যক্তিসকলক প্ৰশংসা কৰে। তেওঁ সকলো অংশগ্ৰহণকাৰীক শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

December 16th, 01:00 pm

মহামহিম ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়ক, দুয়োখন দেশৰ প্ৰতিনিধি, সংবাদ মাধ্যমৰ বন্ধুসকল, আটাইতকে শুভেচ্ছা জনাইছো!

নেপালত ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী আৰু ‘লুম্বিনী দিৱস ২০২২’ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

May 16th, 09:45 pm

কিছু সময়ৰ আগতে মায়াদেবী মন্দিৰত দৰ্শনৰ যি সুযোগ মই লাভ কৰিলো, সেয়াও মোৰ বাবে অবিস্মৰণীয় অভিজ্ঞতা হৈ ৰ’ব। সেইখন ঠাই, য’ত স্বয়ং বুদ্ধই জন্ম গ্ৰহণ কৰিছিল, সেইখন ঠাইৰ শক্তি, সেইখন ঠাইৰ চেতনা, এয়া নিতান্তই এক অনন্য অভিজ্ঞতা! মই এই কথা দেখিও আনন্দ পাইছো যে এইডোখৰ ঠাইৰ বাবে ২০১৪ চনত মই মহাবোধী বৃক্ষৰ যিটো পুলি উপহাৰ হিচাপে আগবঢ়াইছিলো, সেই পুলিটো এতিয়া বিকশিত হৈ এজোপা গছত পৰিণত হৈছেহি।

নেপালৰ লুম্বিনীত বুদ্ধ জয়ন্তী উদযাপন

May 16th, 03:11 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ লুম্বিনীত আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ আৰু ধ্যান গৃহত ২৫৬৬ সংখ্যক বুদ্ধ জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁৰ সৈতে নেপালৰ প্ৰধানমন্ত্ৰী অৱসৰপ্ৰাপ্ত মাননীয় শ্বেৰ বাহাদুৰ দেউবা আৰু তেওঁৰ পত্নী ড০ আৰজু ৰাণা দেউবা উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ইয়াক ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে

November 05th, 10:20 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেদাৰনাথত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি ইয়াক দেশবাসীৰ বাবে উৎসৰ্গা কৰে। তেওঁ শ্ৰী আদি শংকৰাচাৰ্য সমাধি উদ্বোধন কৰে আৰু শ্ৰী আদি শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। তেওঁ সম্পূৰ্ণ আৰু চলি থকা আন্তঃগাঁথনিসম্পৰ্কীয় কামবোৰ পৰ্যালোচনা আৰু পৰিদৰ্শন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কেদাৰনাথ মন্দিৰত প্ৰাৰ্থনা আগবঢ়ায়। সমগ্ৰ দেশৰ ১২ টা জ্যোতিৰ্লিঙ্গ আৰু ৪ টা ধাম আৰু আন বহুতো বিশ্বাসৰ স্থানত প্ৰাৰ্থনা আৰু অনুষ্ঠান অনুষ্ঠিত হৈছিল। এই সকলোবোৰ কাৰ্যসূচী আৰু কেদাৰনাথ ধাম কাৰ্যসূচী কেদাৰনাথ ধামৰ মূল কাৰ্যসূচীৰ সৈতে জড়িত আছিল।

Kushinagar International Airport is a tribute to the devotion of Buddhist society around the world: PM Modi

October 20th, 10:33 am

Prime Minister Narendra Modi inaugurated Kushinagar International Airport. Addressing the gathering, the PM said that India is the centre of the faith of Buddhist society around the world. He termed the facility of Kushinagar International Airport, launched as a tribute to their devotion.

প্ৰধানমন্ত্ৰীয়ে কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে

October 20th, 10:32 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কুশীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ উদ্ঘাটন কৰে।

Buddha is an example that strong will-power can bring a change in society: PM Modi

May 07th, 09:08 am

PM Modi addressed Vesak Global Celebration on Buddha Purnima via video conferencing. He said in the testing times of COVID-19, every nation has to come together to fight it. He said Buddha is an example that strong will-power can bring a change in society. Referring to the COVID warriors, the PM hailed their crucial role in curing people and maintaining the law and order.

PM Modi addresses Virtual Vesak Global Celebration on Buddha Purnima

May 07th, 09:07 am

PM Modi addressed Vesak Global Celebration on Buddha Purnima via video conferencing. He said in the testing times of COVID-19, every nation has to come together to fight it. He said Buddha is an example that strong will-power can bring a change in society. Referring to the COVID warriors, the PM hailed their crucial role in curing people and maintaining the law and order.

PM Modi addresses civic reception at Kathmandu, Nepal

May 12th, 04:39 pm

Addressing a civic reception at Kathmandu, PM Modi highlighted the deep rooted ties between India and Nepal. He said that Nepal was a top priority for India’s ‘Neighbourhood First’ policy. He also complimented Nepal for its commitment towards democracy and successfully conducting federal, provincial and local body elections. PM Modi asserted that India would stand shoulder-to-shoulder with Nepal in its development journey.

PM Modi inaugurates Buddha Jayanti 2018 celebrations

April 30th, 03:55 pm

While inaugurating Buddha Jayanti 2018 celebrations, PM Modi highlighted several aspects of Lord Buddha’s life and how the Government of India was dedicatedly working towards welfare of people keeping in His ideals in mind. He said that Lord Buddha’s life gave the message of equality, harmony and humility. Shri Modi also spoke about the work being done to create a Buddhist Circuit to connect several sites pertaining to Buddhism in India and in the neighbouring nations.

Government is working with compassion to serve people, in line with the path shown by Lord Buddha: PM Modi

April 30th, 03:42 pm

While inaugurating Buddha Jayanti 2018 celebrations, PM Modi highlighted several aspects of Lord Buddha’s life and how the Government of India was dedicatedly working towards welfare of people keeping in His ideals in mind. He said that Lord Buddha’s life gave the message of equality, harmony and humility. Shri Modi also spoke about the work being done to create a Buddhist Circuit to connect several sites pertaining to Buddhism in India and in the neighbouring nations.

Top quotes of PM Modi on Lord Buddha

May 10th, 06:54 am

On Buddha Purnima, PM Modi greeted the entire country. Here is a collection of PM Modi's top quotes on Gautama Buddha.

The convergence of Thailand's 'Look West' & India's 'Act East' policy lights the path to a bright future of our partnership: PM

June 17th, 02:27 pm