ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তিক ঐতিহাসিক মুহূৰ্ত হিচাপে প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে, উন্নয়নমূলক অংশীদাৰিত্বত ই অভূতপূৰ্ব গতি প্ৰদান কৰিব বুলিও তেওঁ কয়
April 27th, 05:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত-নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তিক দুয়োখন দেশৰ অংশীদাৰিত্বৰ এক উল্লেখযোগ্য মুহূৰ্ত হিচাপে প্ৰশংসা কৰে।১৭ নৱেম্বৰত ব্লুমবার্গ নতুন অর্থনীতি ফ’ৰামৰ তৃতীয় বার্ষিক অধিৱেশনত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়
November 17th, 12:22 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৭ নৱেম্বৰৰ বিয়লি ৬.৩০বজাত ব্লুমবার্গ নতুন অর্থনীতি ফ’ৰামৰ তৃতীয় বার্ষিক অধিৱেশনত ভাষণ আগবঢ়াব।