সামূহিক সমৃদ্ধি আৰু সাৰ্বজনীন কল্যাণৰ বাবে আশীৰ্বাদ কামনা কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
May 22nd, 12:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিকাশ, সমৃদ্ধি আৰু সকলোৰে সামূহিক কল্যাণৰ বাবে আশীৰ্বাদ কামনা কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে।সোমনাথ মন্দিৰ দৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে
May 11th, 12:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সোমনাথ মন্দিৰ দৰ্শন কৰি পুনৰ নিৰ্মাণ কৰা মন্দিৰটোৱে ভক্তৰ বাবে দুৱাৰ মুকলি কৰাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ শুভক্ষণত নিজকে ধন্য অনুভৱ কৰা বুলি প্ৰকাশ কৰে। পুনৰ নিৰ্মিত মন্দিৰ উদ্বোধনৰ ৭৫ বছৰীয়া জয়ন্তীত সোমনাথৰ পবিত্ৰ মন্দিৰত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে লাভ কৰা ঐশ্বৰিক অভিজ্ঞতাৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে মন্দিৰৰ পথত ভগৱান সোমনাথৰ ভক্তসকলৰ অপৰিসীম উদ্যম আৰু উৎসাহ দেখি তেওঁ আপ্লুত আৰু আৱেগিক হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদ জীয়ে পুনৰ নিৰ্মিত মন্দিৰ উদ্বোধনৰ সময়ত নিশ্চয় যি অনুভৱ কৰিছিল, সেই মুহূৰ্তটোৱেই তেওঁ আজি পুনৰ সজীৱ হৈ পৰিছে। তেওঁ লগতে কয় যে সোমনাথ অম্ৰুত মহোৎসৱৰ ভক্তিমূলক পৰিৱেশে চৌদিশে এক শক্তিৰ সঞ্চাৰ কৰিছে।উত্তৰ প্ৰদেশৰ হৰদোইত গংগা এক্সপ্ৰেছৱে’ৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
April 29th, 11:35 am
সৰ্বপ্ৰথমে, মই ভগৱান নৰসিংহৰ এই পুণ্যভূমিক প্ৰণাম জনাইছো। ইয়াৰ পৰা কেইকিলোমিটাৰমান দূৰত মা গংগা সুন্দৰভাৱে বৈ গৈছে। সেয়েহে, এই সমগ্ৰ অঞ্চলটো কোনো তীৰ্থতকৈ কম নহয়। আৰু মই বিশ্বাস কৰোঁ যে উত্তৰ প্ৰদেশলৈ এক্সপ্ৰেছৱে’ৰ এই উপহাৰো মা গংগাৰ আশীৰ্বাদ। এতিয়া আপুনি কেইঘণ্টামানৰ ভিতৰতে সংগমলৈ যাব পাৰে আৰু কাশীত বাবাক সাক্ষাৎ কৰি উভতিও আহিব পাৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ প্ৰদেশৰ হাৰদোইত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীণফিল্ড গংগা এক্সপ্ৰেছৱে উদ্বোধন
April 29th, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ হাৰদোইত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰৱেশ-নিয়ন্ত্ৰিত গ্ৰীণফিল্ড গংগা এক্সপ্ৰেছৱে উদ্বোধন কৰে। ভগৱান নৰসিংহৰ পৱিত্ৰ ভূমি হিচাপে আৰু মাত্ৰ কেইকিলোমিটাৰমান দূৰেৰে বৈ যোৱা মা গংগাৰ ঐশ্বৰিক উপস্থিতিক সন্মান জনাই ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে সমগ্ৰ অঞ্চলটো নদীখনৰ আধ্যাত্মিকতা আৰু উৰ্বৰতাৰ দ্বাৰা আশীৰ্বাদপ্ৰাপ্ত এক তীৰ্থস্থান হিচাপে পৰিগণিত হৈছে। উত্তৰ প্ৰদেশত এই এক্সপ্ৰেছৱে’ৰ অৱস্থিতি স্বয়ং মা গংগাৰ পৰাও এক আশীৰ্বাদ, এই এক্সপ্ৰেছৱে’ই কেনেদৰে ঘণ্টাৰ ভিতৰত পৱিত্ৰ গন্তব্যস্থানলৈ যাত্ৰা কৰাটো সম্ভৱ কৰি তুলিব সেই বিষয়ে আলোকপাত কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।Criminals who have been sheltered under TMC will be punished: PM Modi in Jadavpur, West Bengal
April 24th, 11:45 am
Addressing a massive public meeting in Jadavpur, West Bengal, PM Modi highlighted the scale of participation in the first phase of polling. He asserted that TMC may not even open its account in the first phase and urged voters in the second phase to give a decisive mandate for BJP for a developed Bengal. He also raised concerns about the situation in Jadavpur University and touched upon local issues affecting people.Bengal’s industries and MSMEs have been destroyed under TMC: PM Modi in Dum Dum
April 24th, 11:35 am
Prime Minister Narendra Modi today addressed a massive public gathering in Dum Dum, West Bengal, delivering a high-energy speech that resonated strongly with the people of Bengal. He congratulated the citizens for the visible wave of change and asserted that the first phase of polling had already signaled a decisive shift in the state’s political landscape.PM Modi ignites Dum Dum and Jadavpur with fiery addresses
April 24th, 11:30 am
Prime Minister Narendra Modi today addressed two massive public gatherings in Dum Dum and Jadavpur, West Bengal, delivering high-energy speeches that resonated strongly with the people of the state. He congratulated the citizens on the visible wave of change and asserted that the first phase of polling had already signaled a decisive shift in the state’s political landscape.আচাৰ্য শ্ৰী পদ্মসাগৰ সুৰেশ্বৰজীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
March 31st, 01:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আচাৰ্য শ্ৰী পদ্মসাগৰ সুৰেশ্বৰ জী মহাৰাজ চাহিবক সাক্ষাৎ কৰি তেওঁৰ পৰা আশীৰ্বাদ বিচাৰে।প্ৰধানমন্ত্ৰীৰ মা সিদ্ধিদাত্ৰীৰ আশীৰ্বাদ বিচাৰি সংস্কৃত সুভাশিতম শ্বেয়াৰ
March 27th, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা সিদ্ধিদাত্ৰীৰ আশীৰ্বাদ বিচাৰি তেওঁৰ সকলো ভক্তক নিজ নিজ লক্ষ্যত উপনীত হোৱাৰ বাবে আশীৰ্বাদ দিবলৈ প্ৰাৰ্থনা কৰে।মা কালৰাত্ৰিৰ আশীৰ্বাদ বিচাৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
March 25th, 09:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা কালৰাত্ৰিৰ আশীৰ্বাদ বিচাৰি সকলোৰে জীৱন মাৰ সাহস, সংকল্প আৰু সফলতাৰে সমৃদ্ধ হোৱাৰ বাবে প্ৰাৰ্থনা কৰে।মা ধৰিত্ৰীৰ আশীৰ্বাদৰ বিষয়ে আলোকপাত কৰি এটি সংস্কৃত শুভাষিতাম শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 10th, 10:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মা ধৰিত্ৰীৰ আশীৰ্বাদৰ বিষয়ে আলোকপাত কৰি এটি সংস্কৃত শুভাষিতাম শ্বেয়াৰ কৰে।Prime Minister meets priests from Sowmyanarayana Perumal Temple
January 23rd, 11:42 pm
The Prime Minister, Shri Narendra Modi met respected priests from the Sowmyanarayana Perumal Temple earlier today.ভগৱান স্বামীনাৰায়ণৰ শিক্ষাপত্ৰীৰ দ্বিশতবাৰ্ষিকী উদযাপন মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 23rd, 02:12 pm
আজি আমি সকলোৱে এটা বিশেষ অনুষ্ঠানৰ সাক্ষী হোৱাৰ সৌভাগ্য লভিছো। আমাৰ সকলোৰে বাবে এক সৌভাগ্যৰ বিষয় যে ভগৱান স্বামীনাৰায়ণৰ ২০০ বছৰীয়া শিক্ষাপত্রীৰ দ্বিশতবাৰ্ষিকী উদযাপনৰ এই পবিত্ৰ উৎসৱত আমি সকলোৱে অংশগ্ৰহণকাৰী হৈ পৰিছো। এই পুণ্যকালত সকলো সাধুকে প্ৰণাম জনাইছো। ভগৱান স্বামীনাৰায়ণৰ কোটি কোটি অনুগামীক দ্বিশতবাৰ্ষিকী উৎসৱত অভিনন্দন জনাইছো।শিক্ষাপত্রী দ্বিশতাব্দী মহোৎসৱত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 23rd, 02:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষাপত্রী দ্বিশতাব্দী মহোৎসৱত ভিডিঅ’ বাৰ্তাৰ যোগেদি ভাষণ প্ৰদান কৰে। এই উপলক্ষ্যে ভাষণ আগবঢ়াই শ্ৰী মোদীয়ে কয় যে আজি সকলোৱে ভগৱান স্বামীনাৰায়ণৰ শিক্ষাপত্ৰীৰ ২০০ বছৰ পূৰ্ণ হোৱা উপলক্ষ্যে আজিৰ এই বিশেষ অনুষ্ঠানৰ সাক্ষী হৈছে। তেওঁ দৃঢ়তাৰে কয় যে দ্বিশতিবাৰ্ষিকী উদযাপনৰ এই পবিত্ৰ অনুষ্ঠানৰ অংশ হ’বলৈ পোৱাটো সকলোৰে বাবে এক সৌভাগ্যৰ মুহূৰ্ত। এই পূণ্য মুহূৰ্তত সকলো সাধুক প্ৰণাম জনাই শ্ৰী মোদীয়ে ভগৱান স্বামীনাৰায়ণৰ কোটি কোটি অনুগামীক দ্বিশতবাৰ্ষিকী উৎসৱত শুভেচ্ছা জনায়।জন্মদিনৰ অগণন শুভেচ্ছা আৰু আশীৰ্বাদৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 17th, 08:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৭৫ সংখ্যক জন্মদিনত সমগ্ৰ দেশৰ লগতে বিদেশৰ পৰা জনোৱা অগণন শুভেচ্ছা, আশীৰ্বাদ আৰু মৰমৰ বাৰ্তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই স্নেহে তেওঁক শক্তিশালী আৰু অনুপ্ৰাণিত কৰিছে।প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ মতিহাৰীত স্বামী শক্তি শাৰণানন্দ সৰস্বতী জী মহাৰাজক সাক্ষাৎ কৰে
July 18th, 09:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ মতিহাৰীত স্বামী শক্তি শাৰণানন্দ সৰস্বতী জী মহাৰাজক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে মহাৰাজ জীৰ আশীৰ্বাদ গ্ৰহণেৰে তেওঁৰ আগ্ৰহ, মৰম আৰু মাৰ্গ-দৰ্শনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।‘আষাঢ়ী একাদশী’ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে
July 17th, 09:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘আষাঢ়ী একাদশী’ উপলক্ষে ৰাইজলৈ শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীৰ এক্স একাউণ্টে ১০০ মিলিয়ন ফল’ৱাৰ অতিক্ৰম কৰিলে
July 14th, 10:38 pm
প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীৰ একাউণ্টে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এশ মিলিয়ন অনুগামী অতিক্ৰম কৰিলে। এই প্লেটফৰ্মত তেওঁ সৰ্বাধিক অনুসৰণ কৰা বিশ্ব নেতা হৈয়েই আছে।প্ৰধানমন্ত্ৰীয়ে মহাপ্ৰভু জগন্নাথৰ ৰথ যাত্ৰা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে
July 07th, 08:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাপ্ৰভু জগন্নাথৰ পৱিত্ৰ ৰথ যাত্ৰা উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰে।PM Modi spends moments with his mother in Gandhinagar, seeks her blessings
April 23rd, 04:06 pm
Ahead of casting his vote today, Prime Minister Narendra Modi went to Gandhinagar, where he met his mother. The PM spent moments with his mother and sought her blessings, after which he went to Ahmedabad to cast his vote for the 2019 Lok Sabha elections.