থিৰু ৰজনীকান্তজীক তেওঁৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
December 12th, 08:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থিৰু ৰজনীকান্তজীক তেওঁৰ ৭৫ সংখ্যক জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে শ্ৰী এলকে আদৱানী জীক তেওঁৰ জন্মদিন উপলক্ষে সাক্ষাৎ কৰে
November 08th, 08:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী এলকে আদৱানী জীৰ বাসগৃহলৈ গৈ তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে কয় যে শ্ৰী এলকে আদৱানী জীয়ে আমাৰ ৰাষ্ট্ৰলৈ অতুলনীয় সেৱা আগবঢ়াইছে আৰু তেওঁৰ এনে কাৰ্য্যই আমাক সকলোকে অসীম প্ৰেৰণা যোগাইছে।ইজৰাইলৰ প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন আৰু দীপাৱলীৰ শুভেচ্ছাৰ বাবে ধন্যবাদ প্ৰধানমন্ত্ৰীৰ
October 21st, 11:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু লগতে দুয়োখন ৰাষ্ট্ৰৰ মাজত স্থায়ী বন্ধুত্বক পুনৰ নিশ্চিত কৰি দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ বাবে তেওঁক ধন্যবাদ জনায়।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰীচৰ প্ৰধানমন্ত্ৰীৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে
September 19th, 02:51 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেলেনিক ৰিপাব্লিকৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী কিৰিয়াকোছ মিৎছ’টাকিছৰ পৰা এটি টেলিফোন কল লাভ কৰে।জন্মদিনৰ অগণন শুভেচ্ছা আৰু আশীৰ্বাদৰ বাবে সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 17th, 08:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৭৫ সংখ্যক জন্মদিনত সমগ্ৰ দেশৰ লগতে বিদেশৰ পৰা জনোৱা অগণন শুভেচ্ছা, আশীৰ্বাদ আৰু মৰমৰ বাৰ্তাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই স্নেহে তেওঁক শক্তিশালী আৰু অনুপ্ৰাণিত কৰিছে।প্ৰধানমন্ত্ৰীৰ জন্মদিনত উষ্ম শুভেচ্ছা জনালে ৰাষ্ট্ৰপতি পুটিনে
September 17th, 07:14 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিন ডাঙৰীয়াৰ এটা ফোনকল গ্ৰহণ কৰে।প্ৰধানমন্ত্ৰী মোদীক জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিলে ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েনে
September 17th, 07:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইউৰোপীয় আয়োগৰ সভানেত্ৰী মহামহিম উৰ্চুলা ভন ডেৰ লেয়েনৰ এটা ফোনকল গ্ৰহণ কৰে।PM Modi expresses gratitude to world leaders for birthday wishes
September 17th, 03:03 pm
The Prime Minister Shri Narendra Modi expressed his gratitude to the world leaders for greetings on his 75th birthday, today.জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে শ্ৰী ওম বিৰলালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে
September 17th, 09:28 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিৰলালৈ কৃতজ্ঞতা জ্ঞাপন কৰে। আপোনাৰ প্ৰীতি-শুভেচ্ছাই মোক দেশ সেৱাত নিয়োজিত হৈ থাকিবলৈ অনুপ্ৰাণিত কৰি আহিছে, শ্ৰী মোদীয়ে কয়।জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে
September 16th, 11:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত ফোন কৰা আৰু উষ্ম শুভেচ্ছা জনোৱাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। আপোনাৰ দৰে ময়ো ভাৰত-যুক্তৰাষ্ট্ৰৰ সৰ্বাংগীন আৰু বৈশ্বিক অংশীদাৰিত্বক নতুন শিখৰত উপনীত কৰাবলৈ সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ। ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ দিশত আমি আপোনাৰ পদক্ষেপক সমৰ্থন কৰিছোঁ, শ্ৰী মোদীয়ে কয়।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰপতি ট্ৰাম্পে জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰে
September 16th, 10:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি মহামহিম ড’নাল্ড জে. ট্ৰাম্পৰপৰা এটা ফোন কল লাভ কৰে।প্ৰধানমন্ত্ৰীয়ে পৰম পূজ্য দালাই লামাক তেওঁৰ ৯০ সংখ্যক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে
July 06th, 08:12 am
প্ৰধানমন্ত্ৰীয়ে পৰম পূজ্য দালাই লামাক তেওঁৰ ৯০ সংখ্যক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰেPrime Minister conveys best wishes to Shri LK Advani Ji on his birthday
November 08th, 08:50 pm
The Prime Minister, Shri Narendra Modi has conveyed his best wishes to Shri LK Advani Ji on his birthday today. The Prime Minister referred Shri LK Advani Ji to be among India's most admired statesmen who has devoted himself to furthering India's development.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জন্মদিনৰ শুভেচ্ছাৰ বাবে বিশ্বৰ নেতাসকলক তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰে
September 17th, 10:53 pm
ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীক দিয়া উত্তৰত শ্ৰী মোদীয়ে কয়:প্ৰধানমন্ত্ৰীয়ে জন্মদিনৰ শুভেচ্ছাৰ বাবে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে
September 17th, 08:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতিলৈ তেখেতৰ জন্মদিন উপলক্ষে শুভেচ্ছা জ্ঞাপনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে।ধৰ্মগুৰু দালাই লামাক ৮৯সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
July 06th, 09:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮৯সংখ্যক জন্মদিন উপলক্ষে ধৰ্মগুৰু দালাই লামাক শুভেচ্ছা জ্ঞাপন কৰিছে৷ শ্ৰী মোদীয়ে ধৰ্মগুৰু দালাই লামাৰ আঠু অস্ত্ৰোপচাৰৰ আশু আৰোগ্য কামনা কৰে৷ তেওঁ ধৰ্মগুৰু দালাই লামাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে৷PM greets former Kerala CM VS Achuthanandan on 100th birthday
October 20th, 10:51 pm
The Prime Minister, Shri Narendra Modi, today greeted former Kerala chief minister Shri VS Achuthanandan on his 100th birthday.জন্মদিন উপলক্ষে শুভেচ্ছা জনোৱা প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ প্ৰধানমন্ত্ৰীৰ
September 17th, 10:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ জন্মদিন উপলক্ষে শুভেচ্ছা জনোৱা প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ লগতে দেশ তথা বিশ্বজুৰি লাভ কৰা অগণিত শুভেচ্ছাত অভিভূত হৈ পৰে৷ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু বিশ্বৰ অন্যান্য নেতাসকলক তেওঁলোকৰ জন্মদিনৰ শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
September 17th, 10:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু বিশ্বৰ অন্যান্য নেতাসকলক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।প্রধানমন্ত্রীয়ে জন্ম দিনত শুভেচ্ছা জনাবলৈ শ্ৰী এল কে আদৱানিক সাক্ষাৎ কৰে
November 08th, 02:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী এল কে আদৱানিক তেওঁৰ জন্ম দিনত শুভেচ্ছা জনাবলৈ সাক্ষাৎ কৰে।