Text of PM’s speech during the concluding session of Viksit Bharat Young Leaders Dialogue 2026
January 12th, 06:45 pm
In his address at the concluding session of the Viksit Bharat Young Leaders Dialogue 2026, PM Modi underscored the critical role of youth leadership in realising the vision of a developed India. He highlighted key reforms and initiatives such as Startup India, Digital India, Ease of Doing Business, and the simplification of tax and compliance, which accelerated India’s startup revolution. The PM encouraged the youth to move forward with confidence, expressing unwavering faith in their potential.Prime Minister Shri Narendra Modi addresses the Viksit Bharat Young Leaders Dialogue 2026
January 12th, 06:30 pm
In his address at the concluding session of the Viksit Bharat Young Leaders Dialogue 2026, PM Modi underscored the critical role of youth leadership in realising the vision of a developed India. He highlighted key reforms and initiatives such as Startup India, Digital India, Ease of Doing Business, and the simplification of tax and compliance, which accelerated India’s startup revolution. The PM encouraged the youth to move forward with confidence, expressing unwavering faith in their potential.Prime Minister pays homage to Swami Vivekananda on his birth anniversary
January 12th, 09:17 am
The Prime Minister, Shri Narendra Modi paid tributes to Swami Vivekananda on the occasion of his birth anniversary, today. Shri Modi stated that Swami Vivekananda's personality and works continuously infuse new energy into the resolve for a developed India. My wish is that this pine occasion of National Youth Day brings new strength and new self-confidence for all fellow citizens, especially our young companions, Shri Modi said.ৰাণী ভেলু নাচিয়াৰৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
January 03rd, 08:16 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি ৰাণী ভেলু নাচিয়াৰৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে কিংবদন্তি ৰাণীগৰাকীক শৌৰ্য্য আৰু সামৰিক দক্ষতাৰ প্ৰতিমূৰ্তি বুলি অভিহিত কৰি ভাৰতৰ অন্যতম বীৰ যোদ্ধা হিচাপে স্মৰণ কৰে।সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
January 03rd, 08:07 am
আজি সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱা আৰু শিক্ষাৰ জৰিয়তে সমাজত পৰিৱৰ্তন আনিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰা অগ্ৰণী সমাজ সংস্কাৰকগৰাকীক স্মৰণ কৰে।মান্নাথু পদ্মনাভনৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
January 02nd, 09:40 am
প্ৰধানমন্ত্ৰীয়ে মান্নাথু পদ্মনাভন এগৰাকী দূৰদৃষ্টিসম্পন্ন ব্যক্তি বুলি বৰ্ণনা কৰে যিয়ে বিশ্বাস কৰিছিল যে প্ৰকৃত প্ৰগতি মৰ্যাদা, সমতা আৰু সামাজিক সংস্কাৰৰ ওপৰত আধাৰিত। তেওঁ স্বাস্থ্য, শিক্ষা আৰু মহিলা সবলীকৰণৰ দৰে ক্ষেত্ৰত পদ্মনাভনৰ অগ্ৰণী প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে সেইবোৰ ৰাষ্ট্ৰৰ বাবে অনুপ্ৰেৰণাৰ এক মহান উৎস হৈ আছে।প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীজীক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 25th, 08:43 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীজীক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে বাজপেয়ীজীয়ে তেওঁৰ গোটেই জীৱন সুশাসন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উৎসৰ্গা কৰিছিল। ‘তেওঁ কেৱল এগৰাকী বাকপটু বক্তা হিচাপেই নহয়, এগৰাকী উৎসাহী কবি হিচাপেও সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ ব্যক্তিত্ব, কৰ্ম আৰু নেতৃত্বই দেশৰ সৰ্বাংগীন উন্নয়নৰ পথ প্ৰদৰ্শক হিচাপে কাম কৰি থাকিব’, শ্ৰী মোদীয়ে কয়।ভাৰত ৰত্ন মহামন্য পণ্ডিত মদন মোহন মালব্যজীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 25th, 08:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত ৰত্ন মহামনা পণ্ডিত মদন মোহন মালব্যজীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মালব্যজী জীৱনজুৰি মাতৃভূমিৰ সেৱাৰ প্ৰতি সমৰ্পিত হৈ আছিল। ‘দাসত্বৰ শিকলি ভাঙিবলৈ সামাজিক সংস্কাৰৰ লগতে ৰাষ্ট্ৰীয় চেতনা জাগ্ৰত কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দেশৰ শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ অতুলনীয় অৱদান কেতিয়াও পাহৰিব নোৱাৰি’, শ্ৰী মোদীয়ে কয়।প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙজীক তেওঁৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 23rd, 09:39 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন চৌধুৰী চৰণ সিঙজীক তেওঁৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তেওঁ সমাজৰ বঞ্চিত শ্ৰেণীৰ কল্যাণৰ লগতে কৃষিৰ প্ৰগতি আৰু কৃষকসকলৰ সমৃদ্ধিৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। ৰাষ্ট্ৰ নিৰ্মাণত তেওঁৰ অৱদান কৃতজ্ঞ ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নোৱাৰে, শ্ৰী মোদীয়ে কয়।শ্ৰী প্ৰণৱ মুখাৰ্জীৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 11th, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী প্ৰণৱ মুখাৰ্জীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে শ্ৰী মুখাৰ্জীক দশক দশক ধৰি ৰাজহুৱা জীৱনত অটল নিষ্ঠাৰে দেশসেৱা কৰা এগৰাকী উচ্চস্তৰীয় ৰাজনীতিবিদ আৰু ব্যতিক্ৰমী গভীৰতাৰ পণ্ডিত হিচাপে প্ৰশংসা কৰে ।মহাকবি সুব্ৰমনিয়া ভাৰতীৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
December 11th, 10:29 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাকবি সুব্ৰমনিয়া ভাৰতীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।জন্মদিনত শ্ৰী চি ৰাজাগোপালাচাৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
December 10th, 09:37 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী চি ৰাজাগোপালাচাৰীক তেওঁৰ জয়ন্তী উপলক্ষে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁক এগৰাকী স্বাধীনতা সংগ্ৰামী, চিন্তাবিদ, বুদ্ধিজীৱী আৰু ৰাজনীতিবিদ হিচাপে স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজাজী বিংশ শতিকাৰ আটাইতকৈ তীক্ষ্ণ মনৰ ব্যক্তিসকলৰ এজন, যিয়ে মূল্যবোধৰ সৃষ্টি আৰু মানৱীয় মৰ্যাদা বৰ্তাই ৰখাত বিশ্বাস কৰিছিল।জন্ম বাৰ্ষিকীত ড০ ৰাজেন্দ্ৰ প্ৰসাদ জীলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
December 03rd, 09:11 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজেন্দ্ৰ প্ৰসাদ জীৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয় অংশগ্ৰহণকাৰী হোৱাৰ পৰা সংবিধান সভাৰ অধ্যক্ষতা কৰি দেশৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱালৈকে তেওঁ অতুলনীয় মৰ্যাদা, নিষ্ঠা আৰু উদ্দেশ্যৰ স্পষ্টতাৰে আমাৰ ৰাষ্ট্ৰৰ সেৱা কৰিছিল। ৰাজহুৱা জীৱনত তেওঁৰ দীঘলীয়া জীৱন সৰলতা, সাহস আৰু ৰাষ্ট্ৰীয় একতাৰ প্ৰতি সমৰ্পণৰ দ্বাৰা চিহ্নিত হৈছিল। তেওঁৰ আদৰ্শমূলক সেৱা আৰু দৃষ্টিভংগীয়ে প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি অনুপ্ৰাণিত কৰি আহিছে, শ্ৰী মোদীয়ে কয়।অন্ধ্ৰপ্ৰদেশৰ পুট্টপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 19th, 11:00 am
মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰত মোৰ সতীৰ্থ ৰামমোহন নাইডু, জি. কিষাণ ৰেড্ডী, ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা, শচীন তেণ্ডুলকাৰ, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৰা লোকেশ, শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসৰ পৰিচালন ন্যাসৰক্ষী আৰ. জে. ৰত্নাকৰ, উপাচাৰ্য্য কে. চক্ৰৱৰ্তী, ঐশ্বৰ্য্য, বাকী সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল, সাই ৰাম!অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 19th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ পুট্টাপৰ্থীত ভগৱান শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ‘সাই ৰাম’ৰে তেওঁৰ ভাষণ আৰম্ভ কৰে আৰু কয় যে পুট্টাপৰ্থীৰ পবিত্ৰ ভূমিত সকলোৰে মাজত উপস্থিত থকাটো এক আৱেগিক আৰু আধ্যাত্মিক অভিজ্ঞতা। তেওঁ কয় যে অলপ সময়ৰ পূৰ্বে তেওঁ বাবাৰ সমাধিত পুষ্পস্তবক অর্পণ কৰাৰ সুযোগ পাইছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বাবাৰ চৰণত প্ৰণিপাত কৰা আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰাটোৱে সদায় গভীৰ আৱেগেৰে হৃদয় ভৰাই ৰাখে।প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
November 19th, 07:53 am
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীক জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰণ কৰে।ৰাণী লক্ষ্মীবাইৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
November 19th, 07:51 am
শ্ৰী মোদীয়ে কয় যে প্ৰথম স্বাধীনতা সংগ্ৰামৰ সময়ত তেওঁৰ সাহসিকতা আৰু বীৰত্বৰ কাহিনীয়ে ভাৰতীয়সকলক উৎসাহ আৰু আৱেগৰে ভৰাই ৰাখিছে। তেওঁ লগতে কয় যে কৃতজ্ঞ ৰাষ্ট্ৰই মাতৃভূমিৰ সন্মান সুৰক্ষিত কৰাৰ বাবে তেওঁৰ ত্যাগ আৰু সংগ্ৰামক কেতিয়াও পাহৰিব নোৱাৰে।প্ৰধানমন্ত্ৰীয়ে জনজাতীয় গৌৰৱ দিৱসত দেৱমোগৰা মাতা মন্দিৰত পূজা-অৰ্চনাৰে ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তীত ৰাষ্ট্ৰৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰে
November 15th, 02:58 pm
ইয়াত প্ৰধানমন্ত্ৰীয়ে পূজা-অৰ্চনা কৰাৰ লগতে সকলো নাগৰিকৰ সুস্বাস্থ্য আৰু প্ৰগতিৰ বাবে দেৱমোগৰা মাতাৰ আশীৰ্বাদ বিচাৰে। শ্ৰী মোদীয়ে এই অভিজ্ঞতাক স্মৰণীয় আখ্যাৰে সমগ্ৰ দেশৰ লোকসকলক এই মন্দিৰ দৰ্শনেৰে মাতাৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।পণ্ডিত জৱাহৰলাল নেহৰুৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
November 14th, 07:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম বাৰ্ষিকী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।২০২৫ চনৰ ১১ আৰু ১২ নৱেম্বৰত চৰকাৰী ভ্ৰমণসূচী লৈ ভূটানলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
November 09th, 09:59 am
দুয়োখন দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰাৰ লক্ষ্যৰে ২০২৫ চনৰ ১১ আৰু ১২ নৱেম্বৰত চৰকাৰী ভ্ৰমণসূচী লৈ ভূটানলৈ যাব প্ৰধানমন্ত্ৰী মোদী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভূটানৰ ৰজা মহামহিম জিগমে খেছাৰ নামগিয়েল ৱাংচুক আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেক সাক্ষাৎ কৰিব। ভূটানৰ চতুৰ্থ ৰজা মহামহিম জিগমে চিংগ্যে ৱাংচুকৰ ৭০ সংখ্যক জয়ন্তী উদযাপন আৰু ‘বিশ্ব শান্তি প্ৰাৰ্থনা উৎসৱ’তো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।