We are moving ahead with the goal of a quantum jump, not just incremental change: PM Modi
August 23rd, 10:10 pm
In his address at the Economic Times World Leaders Forum, PM Modi highlighted that India is currently the fastest-growing major economy in the world and poised to become the third-largest economy. He affirmed that India built Made-in-India 5G and deployed it across the country quickly. He highlighted major reforms from the Monsoon Session—modernized laws for mining, shipping and ports, and the launch of the National Sports Policy—Khelo Bharat Niti.নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
August 23rd, 05:43 pm
আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট অতিথিক আদৰণি জনাই তেওঁ কয় যে এই লীডাৰ্ছ ফ’ৰাম মঞ্চৰ সময় “অতি নিখুঁত।” শ্ৰী মোদীয়ে এই সময়োপযোগী পদক্ষেপৰ বাবে আয়োজকসকলক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে মাত্ৰ যোৱা সপ্তাহত তেওঁ লালকিল্লাৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ বা আধুনিক সংস্কাৰৰ বিষয়ে মন্তব্য কৰিছিল, আৰু এই মঞ্চই এতিয়া সেই দৃষ্টিভংগীৰ বাবে শক্তিবৰ্ধক হিচাপে কাম কৰি আছে।থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
April 03rd, 03:01 pm
২৮ মাৰ্চত অহা ভূমিকম্পত হোৱা প্ৰাণহানিৰ বাবে মই ভাৰতবাসীৰ হৈ গভীৰ সমবেদনা প্ৰকাশ কৰিছোঁ। আৰু, আমি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ।জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অত্যাধুনিক গৱেষণা আৰু উন্নয়নত সহায়ৰ লক্ষ্যৰে ‘বায়’-ৰাইড’ আঁচনিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ
September 18th, 03:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি জৈৱপ্ৰযুক্তি বিভাগ (ডিবিটি)ৰ দুখন ধ্বজাবাহী আঁচনি বায়’মেনুফেকচাৰিং আৰু বায়’ফাউণ্ড্ৰি শীৰ্ষক দুটা নতুন উপাদানেৰে একত্ৰিত কৰি ‘বায়’টেকন’লজী ৰিচাৰ্চ ইনোভেচন এণ্ড এণ্টাৰপ্ৰেনিউৰশ্বিপ ডেভেলপমেণ্ট (বায়’-ৰাইড)’ নামৰ আঁচনি অব্যাহত ৰখাত অনুমোদন জনাইছে৷India's bio-economy has grown 8 times in the last 8 years: PM Modi
June 09th, 11:01 am
PM Modi inaugurated the Biotech Startup Expo - 2022. Speaking on the occasion, the PM said that India's bio-economy has grown 8 times in the last 8 years. “We have grown from $10 billion to $80 billion. India is not too far from reaching the league of top-10 countries in Biotech's global ecosystem”, he said.PM inaugurates Biotech Startup Expo – 2022
June 09th, 11:00 am
PM Modi inaugurated the Biotech Startup Expo - 2022. Speaking on the occasion, the PM said that India's bio-economy has grown 8 times in the last 8 years. “We have grown from $10 billion to $80 billion. India is not too far from reaching the league of top-10 countries in Biotech's global ecosystem”, he said.৯জুনত প্ৰগতি ময়দানত বায়’টেক ষ্টাৰ্টআপ এক্সপ’-২০২২ৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
June 07th, 06:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯জনুৰ পুৱা ১০.৩০ বজাত নতুন দিল্লীৰ প্ৰগতি ময়দানত বায়’টেক ষ্টাৰ্টআপ এক্সপ’-২০২২ৰ উদ্বোধন কৰিব৷ এই উপলক্ষে তেওঁ ভাষণো আগবঢ়াব৷