বিশিষ্ট লেখক বীণাপানি ম’হান্তিৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

April 25th, 09:07 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট লেখক বীণাপানি ম’হান্তিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে৷ শ্ৰী মোদীয়ে কয় যে বীণাপানি ম’হান্তিয়ে ওড়িয়া সাহিত্য, বিশেষকৈ উপন্যাসৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল৷