শ্ৰী বিজু পাটনায়ক জীক তেওঁৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
March 05th, 11:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী বিজু পাটনায়কক তেওঁৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু ওড়িশাৰ প্ৰগতিৰ দিশত তেওঁৰ উছাহৰ বাবে তেওঁক স্মৰণ কৰে।জন্ম বাৰ্ষিকীত শ্ৰী বিজু পাটনায়কক স্মৰণ প্ৰধানমন্ত্ৰীৰ
March 05th, 09:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী বিজু পাটনায়কক তেওঁৰ জন্ম বাৰ্ষিকীত স্মৰণ কৰে। তেওঁ ওড়িশাৰ উন্নয়ন আৰু জনসাধাৰণৰ সৱলীকৰণৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে।প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজু পাটনায়কৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
March 05th, 09:44 am
শ্ৰী মোদীয়ে কয় যে কিংবদন্তী বিজু পাটনায়কজীৰ দূৰদৰ্শী নেতৃত্ব আৰু অদম্য সাহসে সমগ্ৰ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে।শ্ৰী বিজু পাটনায়কৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
March 05th, 09:22 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী বিজু পাটনায়কৰ জন্ম বাৰ্ষিকীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।বিজু পাটনায়কৰ জন্মদিন উপলক্ষে প্রধানমন্ত্রীৰ শ্রদ্ধাঞ্জলি
March 05th, 11:48 am
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বিজু পাটনায়কৰ জন্মদিন উপলক্ষে তেওঁৰ প্ৰতি শ্রদ্ধাঞ্জলি নিবেদন কৰে৷