বিহাৰ কোকিলা শাৰদা সিনহা জীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

November 05th, 10:36 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথম মৃত্যু বাৰ্ষিকীত বিহাৰ কোকিলা শাৰদা সিনহা জীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।তেওঁ লোকগীতৰ জৰিয়তে বিহাৰৰ কলা-সংস্কৃতিক এক নতুন পৰিচয় প্ৰদান কৰিলে, যাৰ বাবে তেওঁ সদায় স্মৰণীয় হৈ থাকিব। মহান উৎসৱ ষঠৰ সৈতে জড়িত তেওঁৰ সুৰীয়া গীতসমূহ চিৰদিনৰ বাবে ৰাইজৰ হৃদয়ত খোদিত হৈ থাকিব, শ্ৰী মোদীয়ে কয়।