Let’s take a pledge together — Bihar will stay away from Jungle Raj! Once again – NDA Government: PM Modi in Chhapra
October 30th, 11:15 am
In his public rally at Chhapra, Bihar, PM Modi launched a sharp attack on the INDI alliance, stating that the RJD-Congress bloc, driven by vote-bank appeasement and opposed to faith and development, can never respect the beliefs of the people. Highlighting women empowerment, he said NDA initiatives like Drone Didis, Bank Sakhis, Lakhpati Didis have strengthened women across Bihar and this support will be expanded when NDA returns to power.This election will bring RJD-Congress their biggest defeat ever, and NDA’s biggest victory: PM Modi in Muzaffarpur, Bihar
October 30th, 11:10 am
PM Modi addressed a massive public meeting in Muzaffarpur, Bihar and began by saying that this was his first public meeting after the Chhath Mahaparv. He said Chhath is the pride of Bihar and the nation, a festival celebrated across India and even around the world. PM Modi also launched a campaign to promote Chhath songs across the nation. He said, “The public will choose the best tracks, and their creators will be awarded - boosting the preservation of Chhath tradition.”PM Modi’s grand rallies electrify Muzaffarpur and Chhapra, Bihar
October 30th, 11:00 am
PM Modi addressed two massive public meetings in Muzaffarpur and Chhapra, Bihar. Beginning his first rally, he noted that this was his first public meeting after the Chhath Mahaparv. He said that Chhath is the pride of Bihar and of the entire nation—a festival celebrated not just across India, but around the world. PM Modi also announced a campaign to promote Chhath songs nationwide, stating, “The public will choose the best tracks, and their creators will be awarded - helping preserve and celebrate the tradition of Chhath.”মুম্বাইত ষষ্ঠ গ্লবেল ফিনটেক ফেষ্টত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 09th, 02:51 pm
শেষবাৰৰ বাবে যেতিয়া মই এই অনুষ্ঠানত অংশ লৈছিলো, তেতিয়াও ২০২৪ চনৰ নিৰ্বাচন বাকী আছিল। কিন্তু সেইদিনা মই পৰৱৰ্তী অনুষ্ঠানত থাকিম বুলি কৈছিলো আৰু আপোনালোক সকলোৱে আটাইতকৈ জোৰেৰে হাত চাপৰি বজাইছিল আৰু ইয়াত বহি থকা সেই ৰাজনীতি বিজ্ঞানীসকলে মোদী আহিব বুলি ধৰি লৈছিল।মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
October 09th, 02:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত গ্ল’বেল ফিনটেক ফেষ্ট ২০২৫ত ভাষণ আগবঢ়ায়। মুম্বাইত উপস্থিত সকলোকে উষ্ম আদৰণি জনাই শ্ৰী মোদীয়ে মুম্বাইক শক্তিৰ চহৰ, উদ্যোগৰ চহৰ, আৰু অন্তহীন সম্ভাৱনাৰ চহৰ বুলি অভিহিত কৰে। তেওঁ বিশেষভাৱে তেওঁৰ বন্ধু প্ৰধানমন্ত্ৰী মাননীয় শ্ৰী কেইৰ ষ্টাৰমাৰ আৰু গ্ল’বেল ফিনটেক ফেষ্টিভেলত তেওঁৰ উপস্থিতিৰ বাবে আৰু অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সময় উলিওৱা বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।কেবিনেটে নিম্ন মূল্যৰ ভীম-ইউপিআই লেনদেন (P2M) প্ৰসাৰিত কৰাৰ বাবে উদ্গনিমূলক আঁচনিত অনুমোদন জনায়
March 19th, 04:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেবিনেটে আজি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ‘ব্যক্তিৰ পৰা ব্যৱসায়ীলৈ (পিটুএম) নিম্ন মূল্যৰ ভীম-ইউপিআই লেনদেন প্ৰসাৰিত কৰাৰ বাবে উদ্গনিমূলক আঁচনিত নিম্নলিখিত ৰূপত অনুমোদন জনাইছে:While the BJP is committed to the empowerment of women, Congress has repeatedly been involved in scandals: PM in Nanded
November 09th, 12:41 pm
In his rally in Nanded, Maharashtra, PM Modi highlighted the BJP's initiatives for women, including housing, sanitation, and economic empowerment through schemes like 'Drone Didis' to make women 'Lakhpati Didis.' He criticized Congress for disrespecting Baba Saheb Ambedkar’s Constitution and attempting to pide communities for political gain. PM Modi emphasized that a developed, united, and secure Maharashtra is key to a Viksit Bharat and urged voters to support the vision for the state's progress.We will not let Maharashtra become an ATM for the Maha-Aghadi's mega scandals: PM Modi in Akola
November 09th, 12:20 pm
PM Modi addressed a large public gathering in Akola, Maharashtra, expressing deep gratitude for the people’s steadfast support over the past decade. He opened by highlighting the ambitious infrastructure initiatives launched by his government, including the Vadhavan Port, a nearly 80,000-crore project initiated within the first five months of his government’s third term at Centre.PM Modi addresses massive gatherings in Akola & Nanded, Maharashtra
November 09th, 12:00 pm
PM Modi addressed large public gatherings in Akola & Nanded, Maharashtra, expressing deep gratitude for the people’s steadfast support over the past decade. He opened by highlighting the ambitious infrastructure initiatives launched by his government, including the Vadhavan Port, a nearly 80,000-crore project initiated within the first five months of his government’s third term at Centre and stated that respect, safety, and women’s empowerment have always been priorities for the BJP government.Congress always insulted Dr Babasaheb Ambedkar, we honoured him: PM Modi at Hoshangabad
April 14th, 01:15 pm
Ahead of the 2024 Lok Sabha Elections, Prime Minister Narendra Modi extended his heartfelt appreciation to all those who gathered at the Hoshangabad, Madhya Pradesh rally upon his arrival. PM Modi paid tribute to Dr. Babasaheb Ambedkar on his birth anniversary, stating, The Constitution drafted by Babasaheb is the reason why today, for the third time, I am seeking your blessings to serve. It is because of Babasaheb's Constitution that today, the country's President hails from a tribal family.PM Modi campaigns in Madhya Pradesh’s Hoshangabad
April 14th, 12:50 pm
Ahead of the 2024 Lok Sabha Elections, Prime Minister Narendra Modi extended his heartfelt appreciation to all those who gathered at the Hoshangabad, Madhya Pradesh rally upon his arrival. PM Modi paid tribute to Dr. Babasaheb Ambedkar on his birth anniversary, stating, The Constitution drafted by Babasaheb is the reason why today, for the third time, I am seeking your blessings to serve. It is because of Babasaheb's Constitution that today, the country's President hails from a tribal family.ডিজিটেল লেনদেনে বহুতৰ জীৱনলৈ সুবিধা আৰু স্বাচ্ছ্যন্দ কঢ়িয়াই আনিছে: প্ৰধানমন্ত্ৰী
January 21st, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীৰ জীৱনলৈ ডিজিটেল লেনদেনৰ দ্বাৰা হোৱা সুবিধা আৰু স্বাচ্ছ্যন্দৰ কথা উল্লেখ কৰে।মহাৰাষ্ট্ৰৰ মুম্বাইত প্ৰধানমন্ত্ৰী-স্বনিধি যোজনাৰ অধীনত হিতাধিকাৰীসকলক অনুমোদিত ঋণ স্থানান্তৰ আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
January 19th, 05:15 pm
মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ভগৎ সিং কোশ্যৰীজী, মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দেজী, উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনাভিছজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী, বিধানসভাৰ অধ্যক্ষ শ্ৰী ৰাহুল নাৰ্ভেকাৰজী, মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু ইয়াত উপস্থিত থকা মোৰ মৰমৰ ভগ্নী আৰু ভাতৃসকল!প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ মুম্বাইত প্ৰায় ৩৮,৮০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক তৎপৰতাৰ শিলান্যাস, উদ্বোধন আৰু লোকাৰ্পণ কৰে
January 19th, 05:05 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত কেইবাটাও উন্নয়নমূলক তৎপৰতাৰ শিলান্যাস, উদ্বোধন আৰু লোকাৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে পিএম স্বনিধি যোজনাৰ জৰিয়তে এক লাখৰ অধিক লাভাৰ্থীৰ স্বীকৃত ঋণ হস্তান্তৰৰো পদক্ষেপ লয়। এই পৰিকল্পনাত মুম্বাই মেট্ৰো ৰে'ল লাইন ২এ আৰু ৭ৰ লোকাৰ্পণ কৰা, ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পুনৰ্বিকাশ কাৰ্যৰ শিলান্যাস কৰা আৰু সাতটা ছিৱেজ ব্যৱস্থাপনা প্লাণ্ট, ২০ হিন্দুহৃদয়সম্ৰাট বালাচাহেব ঠাকৰে আপলা দৱাখানাৰ উদ্বোধন কৰা আৰু মুম্বাইত পথসমূহৰ প্ৰায় ৪০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাবে পথ নিৰ্মাণ পৰিকল্পনা আৰম্ভ কৰা অন্তৰ্ভুক্ত আছে।কেন্দ্ৰীয় কেবিনেটে ৰূপে ডেবিট কাৰ্ড আৰু কম মূল্যৰ ভীম-ইউপিআই লেনদেনৰ প্ৰচাৰৰ বাবে ইনচেণ্টিভ আঁচনিত অনুমোদন জনাইছে
January 11th, 03:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০২২ চনৰ এপ্ৰিল মাহৰ পৰা এবছৰৰ বাবে ৰূপে ডেবিট কাৰ্ড আৰু কম মূল্যৰ ভীম-ইউপিআই লেনদেনৰ (ব্যৱসায়ীৰ পৰা ব্যক্তি) প্ৰচাৰৰ বাবে প্ৰেৰণামূলক আঁচনিত অনুমোদন জনাইছে।মাংগালোৰত উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
September 02nd, 05:11 pm
কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱাৰ চান্দ জী গেহলট, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসৱৰাজ বম্মাই জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী সকল, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়ক সকল, আৰু ইয়ালৈ অহা বৃহৎ সংখ্যকমৰমৰ ভাই-ভনীসকল!মাংগালুৰুত এলানি উন্নয়ণী প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 02nd, 03:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মাংগালুৰুত এলানি উন্নয়ণী প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এইলানি প্ৰকল্পৰ নিৰ্মাণ ব্যয়ৰ পৰিমান হৈছে ৩৮০০ কোটি টকা।জুলাইত ৬ বিলিয়ন ইউপিআই লেনদেনৰ প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 02nd, 10:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ পৰা জুলাইত সৰ্বাধিক ৬ বিলিয়ন ইউপিআই লেনদেনৰ অসাধাৰণ সাফল্যৰ বাবে প্ৰশংসা কৰে৷দিল্লীত প্ৰথম সৰ্বভাৰতীয় জিলা আইন সেৱা প্ৰাধিকৰণসমূহৰ সন্মিলনত উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 30th, 10:01 am
অনুষ্ঠানত উপস্থিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰী এন. ভি. ৰমন্না জী, ন্যায়াধীশ ইউ. ইউ. ললিত জী, ন্যায়াধীশ ডি. ৱাই. চন্দ্ৰচুৰ জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী আইন মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজু জী, উচ্চতম ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশসকল, মোৰ সতীৰ্থ ৰাজ্যিক মন্ত্ৰী শ্ৰী এছ. পি. ৱাঘেল জী, উচ্চ ন্যায়ালয়ৰ মাননীয় ন্যায়াধীশসকল, জিলা আইন সেৱা প্ৰাধিকৰণৰ অধ্যক্ষ আৰু সচিবসকল, সকলো সন্মানীয় অতিথিবৃন্দ, ভদ্ৰ পুৰুষ আৰু মহিলাসকল!PM addresses inaugural session of First All India District Legal Services Authorities Meet
July 30th, 10:00 am
PM Modi addressed the inaugural session of the First All India District Legal Services Authorities Meet. The Prime Minister said, This is the time of Azadi Ka Amrit Kaal. This is the time for the resolutions that will take the country to new heights in the next 25 years. Like Ease of Doing Business and Ease of Living, Ease of Justice is equally important in this Amrit Yatra of the country.