প্ৰতিটো লক্ষ্যত উপনীত হ’বলৈ একতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ

June 30th, 11:00 am

আমাৰ সংকল্প, চিন্তা আৰু আৱেগ একগোট হলে প্ৰতিটো প্ৰচেষ্টা সফল হয় আৰু আমি ভাৰতবৰ্ষৰ প্ৰতিটো লক্ষ্য প্ৰাপ্ত কৰিবলৈ একতাৰে আগবাঢ়ি যোৱা উচিত বুলি এই সুভাশিতমটোত গুৰুত্ব আৰোপ কৰা হৈছে।

মহাশিৱৰাত্ৰি উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

February 15th, 11:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাশিৱৰাত্ৰি উপলক্ষ্যে আজি সকলোকে শুভেচ্ছা জনাইছে। “আদিদেৱ মহাদেৱে সদায় সকলোৰে ওপৰত নিজৰ কৃপা বৰ্ষণ কৰক।সকলোৱে মংগলৰ বাবে আশীৰ্বাদ লাভ কৰক আৰু আমাৰ ভাৰতবৰ্ষ সমৃদ্ধিৰ শিখৰৰ সিংহাসনতউপবিষ্ট হওক”, শ্ৰী মোদীয়ে কয়।