প্ৰধানমন্ত্ৰীয়ে আম্বেদকাৰ জয়ন্তী উপলক্ষে অহা ১৪ এপ্ৰিলত হাৰিয়ানা ভ্ৰমণ কৰিব

April 12th, 04:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ এপ্ৰিলত আম্বেদকাৰ জয়ন্তী উপলক্ষে হাৰিয়ানা ভ্ৰমণ কৰিব। হাৰিয়ানাত তেওঁ প্ৰথমে হিছাৰলৈ যাব আৰু পুৱা প্ৰায় ১০:১৫ বজাত হিছাৰৰ পৰা অযোধ্যালৈ বাণিজ্যিক বিমানৰ ফ্লেগ অফ কৰিব। ইয়াৰ সমান্তৰালকৈ, তেওঁ হিছাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে হিছাৰত এখন ৰাজহুৱা সভাত ভাষণ দিব।