Congress = shop of lies, insult to the people: PM Modi in Hojai, Assam
April 06th, 11:20 am
PM Modi addressed a massive public meeting in Hojai, Assam. In his speech, he cited examples from Congress-ruled states and said that their guarantees fail on the ground. He warned Assam’s voters to remain cautious of misleading promises. He also raised concerns over illegal infiltration and its impact on Assam’s identity, land, and employment.PM Modi addresses massive public meetings in Barpeta, Hojai and Dibrugarh
April 06th, 11:00 am
PM Modi addressed massive public meetings in Barpeta, Hojai and Dibrugarh, as election campaigning in Assam gathered strong momentum. Addressing enthusiastic crowds, PM Modi highlighted the vision of a self-reliant and Viksit Assam. He launched a strong attack on Congress, accusing it of promoting family-first politics, corruption, and false promises. He also spoke about expanding welfare initiatives along with ensuring reservation for women through the Nari Shakti Vandan Act.পশ্চিম এছিয়া সংকটৰ প্ৰেক্ষাপটত গ্ৰহণ কৰা ব্যৱস্থাসমূহ পৰ্যালোচনা কৰিবলৈ চিচিএছৰ বৈঠকত অধ্যক্ষতা কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 01st, 10:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি ৭ লোক কল্যাণ মাৰ্গত বিভিন্ন মন্ত্ৰালয়/বিভাগে গ্ৰহণ কৰা ব্যৱস্থাসমূহ পুনৰীক্ষণৰ বাবে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটিৰ বিশেষ বৈঠক অনুষ্ঠিত হয় । বৈঠকত বৰ্তমান চলি থকা পশ্চিম এছিয়া সংকটৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰিবলগীয়া পদক্ষেপৰ বিষয়ে খৰচি মাৰি আলোচনা কৰা হয়। । উল্লেখ্য এই বিষয়ত এইখন আছিল দ্বিতীয়খন বিশেষ চিচিএছ বৈঠক।পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষ সন্দৰ্ভত লোকসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ
March 23rd, 02:15 pm
মই পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষ আৰু ইয়াৰ ফলত ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰিবলৈ সন্মানীয় সদনত উপস্থিত হৈছো। এই মুহূৰ্তত পশ্চিম এছিয়াৰ অৱস্থা উদ্বেগজনক। যোৱা দুসপ্তাহৰ ভিতৰত জয়শংকৰজী আৰু হৰদ্বীপ পুৰীয়ে সদনক এই বিষয়ত প্ৰয়োজনীয় তথ্য প্ৰদান কৰিছে। এই সংকট ৩ সপ্তাহৰো অধিক সময় ধৰি চলি আছে। সমগ্ৰ বিশ্বৰ অৰ্থনীতি, জনসাধাৰণৰ জীৱনৰ ওপৰত ইয়াৰ যথেষ্ট প্ৰতিকূল প্ৰভাৱ পৰিছে আৰু সেয়েহে সমগ্ৰ বিশ্বই সকলো পক্ষকে যিমান শীঘ্ৰে সম্ভৱ এই সংঘৰ্ষ অৱসানৰ বাবে আহ্বান জনাইছে।পশ্চিম এছিয়াত চলি থকা সংঘাত সন্দৰ্ভত লোকসভাত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 23rd, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত পশ্চিম এছিয়াত চলি থকা সংঘাত আৰু ভাৰতৰ সন্মুখত দেখা দিয়া ইয়াৰ ব্যাপক প্ৰত্যাহ্বানৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে। এই সংকট তিনি সপ্তাহতকৈও অধিক সময় ধৰি চলি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ সমাধানৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পৰিস্থিতিৰ গুৰুত্ব সম্পৰ্কে উল্লেখ কৰি শ্ৰী মোদীয়ে কয়, সমগ্ৰ বিশ্বই এই সংকটৰ শীঘ্ৰে সমাধানৰ বাবে সকলো পক্ষকে আহ্বান জনাইছে।কেবিনেটে ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ (BVFCL) বৰ্তমানৰ চৌহদত নতুন ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া কমপ্লেক্স নামৰূপ ৪ৰ্থ সাৰ প্ৰকল্প স্থাপনত অনুমোদন জনায়
March 19th, 04:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি অসমৰ নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেচন লিমিটেডৰ (BVFCL) বৰ্তমানৰ চৌহদত বাৰ্ষিক ১২.৭ লাখ মেট্ৰিক টন (LMT) ইউৰিয়া উৎপাদনৰ ক্ষমতা সম্পন্ন এটি নতুন ব্ৰাউনফিল্ড এমনিয়া-ইউৰিয়া কমপ্লেক্স স্থাপনৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ আনুমানিক মুঠ প্ৰকল্প ব্যয় হ’ব নতুন বিনিয়োগ নীতি, ২০১২ আৰু ৭ অক্টোবৰ, ২০১৪ত ইয়াৰ সংশোধনীৰ অধীনত জইন্ট ভেন্সাৰ (JV)ৰ জৰিয়তে ৭০:৩০ ঋণ ইকুইটি অনুপাতৰে ১০,৬০১.৪০ কোটি টকা। নামৰূপ-৪ৰ্থ প্ৰকল্প কাৰ্য্যক্ষম হৈ উঠাৰ আনুমানিক সামগ্ৰিক সময়সীমা ৪৮ মাহ।গুৱাহাটীত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
February 25th, 11:10 am
পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলত আজিৰেপৰা এক নতুন ভৱিষ্যতৰ আৰম্ভ হ’ব। এডভান্টেজ আছাম হৈছে সমগ্ৰ বিশ্বক অসমৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ অভিযান। ইতিহাস সাক্ষী যে ইয়াৰ পূৰ্বেও ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতে এটি মুখ্য ভূমিকা পালন কৰিছিল। আজি ভাৰত উন্নয়নৰ দিশে ধাৱমান হোৱাৰ সময়তে আকৌ এবাৰ পূব ভাৰত, আমাৰ উত্তৰ-পূৰ্বাঞ্চলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। মই এডভান্টেজ অসমক এই মনোভাৱৰ প্ৰতিফলন হিচাপে প্ৰত্যক্ষ কৰিছোঁ। এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অসম চৰকাৰ আৰু হিমন্ত ডাঙৰীয়াৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছোঁ। মোৰ আজি মনত পৰিছে, ২০১৩ত মই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ কৰোঁতে, এখন সভাত মোৰ মনৰপৰা মাত্ৰ এটা শব্দ ওলাই আহিছিল। মই তেতিয়া কৈছিলোঁ, জনসাধাৰণে বৰ্ণমালা পঢ়োঁতে “এ ফৰ আছাম” বুলি ক’বলৈ বেছি দিন নাই।এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 25th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতে আজি ভৱিষ্যতৰ এক নতুন যাত্ৰাত অগ্ৰসৰ হৈছে আৰু এডভাণ্টেজ আছাম হৈছে অসমৰ অবিশ্বাস্য সম্ভাৱনা আৰু প্ৰগতি বিশ্বৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ পদক্ষেপ।” তেওঁ লগতে কয় যে ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতৰ মূল ভূমিকা সম্পৰ্কে ইতিহাস সাক্ষী। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে, “আজি আমি উন্নত ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে পূব ভাৰত আৰু উত্তৰ-পূবৰ দেশসমূহে নিজৰ প্ৰকৃত সম্ভাৱনা প্ৰদৰ্শন কৰিব।” এডভাণ্টেজ আছামে একে মনোভাৱক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি এই বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷বিহাৰৰ ভাগলপুৰত উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰাৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 24th, 02:35 pm
মহৰ্ষি মেহীৰ তপস্যাস্থলী, ভগৱান বাসুপুজ্যৰ ভূমি, য'ত বিশ্ববিখ্যাত বিক্ৰমশিলা মহাবিহাৰ অৱস্থিত, আৰু বাবা বুধনাথৰ পবিত্ৰ ভূমি অংগৰাজ দানবীৰ কৰ্ণৰ এই ভূমিৰ পৰা সকলো ভাই-ভনীলৈ মোৰ শুভেচ্ছা!পিএম কিষাণৰ ১৯তম কিস্তিৰ মুকলি, বিহাৰৰ ভগলপুৰৰ পৰা উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 24th, 02:30 pm
কৃষকৰ কল্যাণ নিশ্চিত কৰাৰ প্ৰতি নিজৰ দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ ভগলপুৰৰ পৰা পিএম কিষাণৰ ১৯সংখ্যক কিস্তি মুকলি কৰে। এই উপলক্ষে তেওঁ বহু উন্নয়নমূলক প্ৰকল্পও শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ভাৰ্চুৱেলী অনুষ্ঠানত যোগদান কৰা সকলো গণ্যমান্য ব্যক্তি আৰু ৰাইজক আদৰণি জনায়। মহাকুম্ভৰ পবিত্ৰ কালত মন্দাচল ভূমিত ভৰি দিয়াটো এক বৃহৎ সৌভাগ্যৰ কথা বুলিও তেওঁ কয়। তেওঁ লগতে কয় যে এই স্থানত আধ্যাত্মিকতা, ঐতিহ্যৰ লগতে বিকশিত ভাৰতৰ সম্ভাৱনাও আছে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ই শ্বহীদ তিলকা মাঝিৰ ভূমি হোৱাৰ লগতে ৰেচম চহৰ হিচাপেও বিখ্যাত। তেওঁ লগতে কয় যে বাবা আজগৈবিনাথৰ পবিত্ৰ ভূমিতো আগন্তুক মহা শিৱৰাত্ৰীৰ প্ৰস্তুতি চলি আছে। তেওঁ কয় যে এনে এক পূণ্য মুহূৰ্তত পিএম কিষাণৰ ১৯সংখ্যক কিস্তি মুকলি কৰাৰ সৌভাগ্য হৈছিল আৰু ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে প্ৰায় ২২,০০০ কোটি টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত জমা হৈছিল।The BJP has connected Haryana with the stream of development: PM Modi in Kurukshetra
September 14th, 03:47 pm
Today, Prime Minister Narendra Modi, while addressing a public meeting in Kurukshetra, passionately stated, I have come once again to ask for your support to form a BJP government on this sacred land. You have entrusted me with the opportunity to serve in Delhi for the third consecutive time, and the enthusiasm I see here today makes it clear, BJP’s hat-trick is inevitable.PM Modi addresses a massive gathering in Kurukshetra, Haryana
September 14th, 03:40 pm
Today, Prime Minister Narendra Modi, while addressing a public meeting in Kurukshetra, passionately stated, I have come once again to ask for your support to form a BJP government on this sacred land. You have entrusted me with the opportunity to serve in Delhi for the third consecutive time, and the enthusiasm I see here today makes it clear, BJP’s hat-trick is inevitable.SP-Congress will distribute benefits to those who are waging vote jihad for them: PM Modi in Hamirpur
May 17th, 11:25 am
During his third public meeting in Hamirpur, Uttar Pradesh, PM Modi delivered a powerful speech, emphasizing the development and transformation of Bundelkhand under the BJP government. The Prime Minister highlighted the government's achievements and laid out his vision for the future of the region.PM Modi addresses public meetings in Barabanki, Fatehpur & Hamirpur, Uttar Pradesh
May 17th, 11:10 am
Prime Minister Narendra Modi addressed large and spirited public meetings in Barabanki, Fatehpur, & Hamirpur, Uttar Pradesh, underscoring the importance of the ongoing elections. He emphasized the need for a decisive mandate for the BJP to continue its development and reform agenda. Highlighting his government's achievements and the stark contrasts with opposition parties, PM Modi sought the blessings and support of the people of Barabanki and Mohanlalganj.We will ensure that the rights of SC/ST/OBC communities are protected at all costs: PM Modi in Bargarh
May 11th, 10:55 am
In his third rally of the day in Bargah, Odisha, PM Modi empathized with the farmers’ situations and remarked, “Modi is tirelessly working to improve the lives of villagers and farmers. Remember the struggles farmers faced for urea ten years ago? Today, there are no such issues. Thanks to the BJP government, many fertilizer factories, including Talcher, have been reopened. Work is progressing rapidly in Talcher. The same urea bag that costs Rs 3,000 worldwide is now available to you for less than Rs 300.”Odisha BJP has pledged to ensure that paddy farmers receive a MSP of Rs 3100: PM Modi in Balangir
May 11th, 10:50 am
Addressing the second rally of the day in Balangir, Odisha, PM Modi reflected, It was our government that approved the Paika Sangram Memorial, symbolizing Odia bravery. We also issued a coin and postage stamp in honor of Paika Sangram. Under the BJP government, a tribal daughter became the President of the country for the first time. Today, a daughter of Odisha holds the highest position in the nation.PM Modi delivers stirring addresses to mammoth gatherings in Kandhamal, Balangir & Bargarh, Odisha
May 11th, 10:30 am
Kandhamal, Balangir & Bargarh, Odisha, witnessed grand celebrations with the arrival of Prime Minister Narendra Modi. Affectionately addressing the audience ahead of Lok Sabha as well as assembly elections in the state, the PM expressed immense pride in the state of Odisha and its invaluable contribution to the nation.I am taking action against corruption, and that's why some people have lost their patience: PM Modi in Meerut
March 31st, 04:00 pm
Ahead of the Lok Sabha Election 2024, PM Modi kickstarted the Bharatiya Janata Party poll campaign in Uttar Pradesh’s Meerut with a mega rally. Addressing the gathering, the PM said, “With this land of Meerut, I share a special bond. In 2014 and 2019... I began my election campaign from here. Now, the first rally of the 2024 elections is also happening in Meerut. The 2024 elections are not just about forming a government. The 2024 elections are about building a Viksit Bharat.”PM Modi addresses a public meeting in Meerut, Uttar Pradesh
March 31st, 03:30 pm
Ahead of the Lok Sabha Election 2024, PM Modi kickstarted the Bharatiya Janata Party poll campaign in Uttar Pradesh’s Meerut with a mega rally. Addressing the gathering, the PM said, “With this land of Meerut, I share a special bond. In 2014 and 2019... I began my election campaign from here. Now, the first rally of the 2024 elections is also happening in Meerut. The 2024 elections are not just about forming a government. The 2024 elections are about building a Viksit Bharat.”For me, every mother, daughter & sister is a form of 'Shakti': PM Modi
March 18th, 11:45 am
Addressing a huge public meeting in Jagital, Telangana, PM Modi said, “The announcement for the Lok Sabha elections has been made. The voting in Telangana on May 13th will be crucial for the development of India. And when India progresses, Telangana will also progress. Here in Telangana, support for the BJP is steadily increasing. The massive turnout at today's rally in Jagtial serves as proof of this.”