ভাৰত-জাপান অৰ্থনৈতিক মঞ্চত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 29th, 11:20 am
অৱশ্যে, এনেকুৱা বহু লোক আছে যাৰ সৈতে মোৰ ব্যক্তিগত পৰিচয় আছে। আনকি মই গুজৰাটত থকা কালত আৰু মই গুজৰাটৰ পৰা দিল্লীলৈ অহাৰ সময়তো। আপোনালোকৰ মাজৰ বহুতৰে সৈতে মোৰ ঘনিষ্ঠ পৰিচয় আছে। মই আনন্দিত যে আজি আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাইছো।প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে
August 29th, 11:02 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বিগেৰু ইছিবাই ২৯ আগষ্টত টকিঅ’ত কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী আৰু কেইডানৰেনে [জাপান বিজনেছ ফেডাৰেচন]-ৰ উদ্যোগত আয়োজিত ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে। ইয়াত ভাৰত-জাপান বিজনেছ লিডাৰ্ছ ফৰামৰ চিইঅ’সকলকে প্ৰমুখ্য কৰি ভাৰত আৰু জাপানৰ উদ্যোগৰ আগশাৰীৰ ব্যক্তিসকলে ভাগ লয়।The foundation of India - France friendship is based on the spirit of deep trust, innovation, & public welfare: PM at India-France CEO Forum, Paris
February 12th, 12:45 am
Giving a boost to business ties between India and France, PM Modi and President Macron attended the CEO Forum in Paris. The PM highlighted India's rise as a global economic powerhouse fueled by stability, reforms and innovation.India's bio-economy has grown 8 times in the last 8 years: PM Modi
June 09th, 11:01 am
PM Modi inaugurated the Biotech Startup Expo - 2022. Speaking on the occasion, the PM said that India's bio-economy has grown 8 times in the last 8 years. “We have grown from $10 billion to $80 billion. India is not too far from reaching the league of top-10 countries in Biotech's global ecosystem”, he said.PM inaugurates Biotech Startup Expo – 2022
June 09th, 11:00 am
PM Modi inaugurated the Biotech Startup Expo - 2022. Speaking on the occasion, the PM said that India's bio-economy has grown 8 times in the last 8 years. “We have grown from $10 billion to $80 billion. India is not too far from reaching the league of top-10 countries in Biotech's global ecosystem”, he said.ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়োটেকৰ ভেকচিনৰ অনুমোদন প্ৰাপ্তিত দেশবাসীক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়
January 03rd, 12:16 pm
ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া আৰু ভাৰত বায়োটেকৰ ভেকচিনক ডিচিজিআই-এ অনুমোদন দিয়া কাৰ্যক ক’ৰোনাৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ সিদ্ধান্ত বুলি মন্তব্য কৰে প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে।প্রধানমন্ত্রী টিকা ব্যবস্থাপনা দেখতে আগামীকাল তিনটি শহরে যাবেন
November 27th, 04:36 pm
প্রধানমন্ত্রী শ্রী নরেন্দ্র মোদী টিকা উদ্ভাবন ও উৎপাদনের বিষয়ে সরেজমিন দেখতে আগামীকাল তিনটি শহরে যাবেন। তিনি আহমেদাবাদে জাইডাস বায়োটেক পার্ক, হায়দ্রাবাদের ভারত বায়োটেক ও পুণের সেরাম ইনস্টিটিউট অফ ইন্ডিয়াতে যাবেন।