The opposition is not a ‘gathbandhan’ but a ‘gharbandhan’: PM Modi during the interaction with Mahila Karyakartas of Bihar
November 04th, 10:30 pm
PM Modi interacted with spirited women karyakartas of the Bharatiya Janata Party from Bihar as part of the “Mera Booth, Sabse Mazboot” outreach initiative. The interaction was marked by warmth, humour, and conviction as PM Modi hailed the vital role of women in strengthening democracy and steering India towards a Viksit Bharat.PM Modi interacts with Mahila Karyakartas of Bihar under “Mera Booth, Sabse Mazboot” initiative
November 04th, 03:30 pm
PM Modi interacted with spirited women karyakartas of the Bharatiya Janata Party from Bihar as part of the “Mera Booth, Sabse Mazboot” outreach initiative. The interaction was marked by warmth, humour, and conviction as PM Modi hailed the vital role of women in strengthening democracy and steering India towards a Viksit Bharat.When the youth lead, the nation moves forward: PM Modi during Mera Booth Sabse Mazboot - Yuva Samvaad
October 23rd, 06:06 pm
Prime Minister Narendra Modi interacted with spirited Yuva Karyakartas from Bihar under the “Mera Booth, Sabse Mazboot – Yuva Samvaad” initiative, blending inspiration with realism as he urged the youth to be the torchbearers of a Viksit Bharat.PM Modi addresses the Yuva Karyakartas of Bihar during “Mera Booth, Sabse Mazboot – Yuva Samvaad” programme
October 23rd, 06:00 pm
Prime Minister Narendra Modi interacted with spirited Yuva Karyakartas from Bihar under the “Mera Booth, Sabse Mazboot – Yuva Samvaad” initiative, blending inspiration with realism as he urged the youth to be the torchbearers of a Viksit Bharat.ভাই দুজ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন
October 23rd, 09:19 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শুভ ভাই দুজ উপলক্ষে সমগ্ৰ দেশৰ নাগৰিকসকলক তেওঁৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।The spirit of Seva, Sangathan, and Samarpan defines Bihar’s BJP cadre: PM Modi during “Mera Booth Sabse Mazboot”
October 15th, 06:30 pm
PM Modi interacted with dedicated BJP karyakartas from Bihar as part of the “Mera Booth Sabse Mazboot” initiative, reaffirming that the booth remains the foundation of the party’s success and the strength of democracy itself.PM Modi interacts with BJP Karyakartas from Bihar under “Mera Booth Sabse Mazboot” campaign
October 15th, 06:00 pm
PM Modi interacted with dedicated BJP karyakartas from Bihar as part of the “Mera Booth Sabse Mazboot” initiative, reaffirming that the booth remains the foundation of the party’s success and the strength of democracy itself.প্ৰধানমন্ত্ৰীয়ে দেশবাসীক ভাই দুজ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে
November 03rd, 09:53 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাই দুজ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে।১৪০ কোটি লোকে বহু পৰিৱৰ্তন আনিছেঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদী
November 26th, 11:30 am
মন কী বাতলৈ আদৰণি জনাইছো৷ আমি আমি এই ২৬ নৱেম্বৰৰ দিনটোৰ কথা পাহৰিব নোৱাৰো৷ কিন্তু ভাৰতৰ দৃঢ়তাই আমাক এই কষ্ট অতিক্ৰম কৰাত সহায় কৰিলে; এতিয়া আমি সম্পূৰ্ণ উৎসাহেৰে সন্ত্ৰাসবাদৰ অন্ত পেলাইছো। মুম্বাই আক্ৰমণত প্ৰাণ হেৰুওৱা সকলোকে শ্ৰদ্ধাঞ্জলি জনাইছো। আজি দেশে সেই বীৰসকলক স্মৰণ কৰিছে যিসকলে আক্ৰমণৰ সময়ত সৰ্বস্ব ত্যাগ কৰিছিল।মোৰ পৰিয়ালৰ সদস্যসকল, এই ২৬ নৱেম্বৰৰ দিনটো আৰু এটা কাৰণত অত্যন্ত তাৎপৰ্যপূৰ্ণ। ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাই ভাৰতৰ সংবিধান গৃহীত কৰিছিল। মোৰ মনত আছে, ২০১৫ চনত যেতিয়া আমি বাবাচাহেব আম্বেদকাৰৰ ১২৫সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিছিলো, তেতিয়া ২৬ নৱেম্বৰ দিনটোক সংবিধান দিৱস হিচাপে পালন কৰাৰ এটা চিন্তাই মনত দোলা দিছিল। আৰু তেতিয়াৰ পৰা প্ৰতি বছৰে আমি এই দিনটো সংবিধান দিৱস হিচাপে পালন কৰি আহিছো। সংবিধান দিৱস উপলক্ষে সকলো দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু একেলগে আমি নিশ্চিতভাৱে নাগৰিকৰ কৰ্তব্যৰ অগ্ৰাধিকাৰ অনুসৰি এখন উন্নত ভাৰতৰ সংকল্পৰ উপনীত হ’ম।Entire Rajasthan is saying the Congress is going and BJP is coming back to power: PM Modi
November 15th, 05:00 pm
Ahead of the assembly election in poll-bound Rajasthan, PM Modi addressed a powerful rally in Baytu. PM Modi said, “Entire Rajasthan is saying the Congress is going, and BJP is coming back to power.” He added that people are critiquing the present Congress Government by stating that ‘Gehlot Ji won’t get any votes.’PM Modi addresses a powerful rally in poll-bound Rajasthan’s Baytu
November 15th, 04:30 pm
Ahead of the assembly election in poll-bound Rajasthan, PM Modi addressed a powerful rally in Baytu. PM Modi said, “Entire Rajasthan is saying the Congress is going, and BJP is coming back to power.” He added that people are critiquing the present Congress Government by stating that ‘Gehlot Ji won’t get any votes.’‘ভাই দুজ’ উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
November 15th, 09:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাই দুজ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।PM greets people on Bhai Dooj
October 27th, 08:31 am
The Prime Minister, Shri Narendra Modi has greeted the people on the occasion of Bhai Dooj.ভ্রাতৃদ্বিতীয়া উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
November 06th, 09:55 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰাতৃদ্বিতীয়া উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।ভাই দুজ উপলক্ষে জনসাধাৰণৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শুভেচ্ছ
November 16th, 09:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাই দুজ উপলক্ষে জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে।ভাতৃ দ্বিতীয় উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
October 29th, 12:18 pm
ভাই-ভনীৰ মৰম-স্নেহৰ প্ৰতীক ভাতৃ দ্বিতীয় উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷Let us make sure that benefits of government's initiatives reach every citizen: PM to Karyakartas
October 24th, 04:58 pm
Speaking to BJP Karyakartas from Varanasi via video conference at ‘Deepotsav Karyakarta Samvad’, PM Modi appreciated them for their efforts to strengthen the Party across Varanasi. He said that due to the hardwork of the Party Karyakartas the ghats of Varanasi was clean.প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে বাৰাণসীৰ দলীয় কৰ্মীসকলক সম্বোধন কৰে
October 24th, 04:53 pm
ৱাৰাণসীৰ দলীয় কৰ্মীসকলক ভিডিঅ’ কনাফাৰেন্সৰ মাধ্যমেৰে সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ৱাৰাণসীত বিজেপি দলক শক্তিশালী কৰিবলৈ কৰ্মকৰ্তাসকলে চলাই থকা প্ৰয়াসৰ শলাগ লয়৷ তেওঁ কয় যে দলৰ কৰ্মকৰ্তাৰ কঠোৰ পৰিশ্ৰমৰ বাবে ৱাৰাণসীৰ ঘাট স্বচ্ছ হৈ আছে৷ভাই ডোজ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
November 09th, 07:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাই ডোজৰ এই পবিত্ৰ ক্ষণ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে৷অতি দৰিদ্ৰ লোকজনৰ উন্নয়ন হোৱাটোৱেই প্ৰকৃত শান্তিক সূচায়ঃ মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
October 28th, 11:30 am
মন কী বাতৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ প্ৰতি চৰ্দাৰ পেটেলৰ অমূল্য অৱদানৰ বিষয়ে কয়৷ তেওঁ ‘ষ্টেচু অৱ ইউনিটী’ক মহান নেতাজনৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি বুলি উল্লেখ কৰে৷ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত এছিয়ান পেৰা গেমছ আৰু গ্ৰীষ্মকালীন অলিম্পিকত পদক বিজয়ীসকলৰ সৈতে হোৱা বাৰ্তালাপৰ কথাও দোঁহাৰে৷ তেওঁ প্ৰথম বিশ্ব যুদ্ধৰ সাহসী বীৰ সেনাসকলকো স্মৰণ কৰে, যিসকলে সাহসেৰে যুদ্ধ কৰি আত্মবলিদান দিছিল৷