আষাঢ়ী একাদশী উপলক্ষে ৰাইজক শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে

July 06th, 07:59 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আষাঢ়ী একাদশী উপলক্ষে ৰাইজক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে কয় যে আমি ভগৱান বিঠালৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমাৰ সকলোৰে ওপৰত তেওঁৰ অবিৰত আশীৰ্বাদ বিচাৰিছো।