গুজৰাট চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ভাগুভাই পেটেলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক

June 26th, 02:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাট চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ভাগুভাই পেটেলৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। জনসেৱাৰ ক্ষেত্ৰত শ্ৰী পেটেলৰ অৱদান সদায়েই স্মৰণীয় হৈ থাকিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।