প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে বিশিষ্ট অধিবক্তা শ্ৰী বেৰ্জিছ দেশাইয়ে ; উপহাৰ দিলে নিজৰ কিতাপ
November 18th, 07:29 pm
বিশিষ্ট অধিবক্তা শ্ৰী বেৰ্জিছ দেশাইয়ে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত শ্ৰী দেশাইয়ে তেওঁৰ নিজৰ গ্ৰন্থ এখন প্ৰধানমন্ত্ৰীক উপহাৰ দিয়ে।