কৰ্ণাটকৰ বেংগালুৰুত একাধিক মেট্ৰ’ প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

August 10th, 01:30 pm

কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰচান্দ গেহলট ডাঙৰীয়া, মুখ্যমন্ত্ৰী শ্ৰী সিদ্দাৰমাইয়া ডাঙৰীয়া, কেন্দ্ৰত মোৰ সতীৰ্থ মনোহৰ লাল খট্টৰ ডাঙৰীয়া, এইচ.ডি. কুমাৰাস্বামী ডাঙৰীয়া, অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, ভি. সোমান্না ডাঙৰীয়া, সুশ্ৰী শোভা কাৰণ্ডলাজে ডাঙৰীয়াণী, উপ-মুখ্যমন্ত্ৰী ডিকে শিৱকুমাৰ ডাঙৰীয়া, কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী বি সুৰেশ ডাঙৰীয়া, বিৰোধী দলপতি আৰ অশোক ডাঙৰীয়া, সাংসদ তেজস্বী সূৰ্য্য ডাঙৰীয়া, ডাঃ মঞ্জুনাথ ডাঙৰীয়া, বিধায়ক বিজেন্দ্ৰ য়েদিয়ুৰাপ্পা ডাঙৰীয়া আৰু কৰ্ণাটকৰ মোৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ বেংগালুৰুত প্ৰায় ২২,৮০০ কোটি টকা মূল্যৰ মেট্ৰ’ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰে

August 10th, 01:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেংগালুৰুত প্ৰায় ৭,১৬০ কোটি টকা মূল্যৰ বেংগালুৰু মেট্ৰ’ৰ ইয়েল্ল’ লাইন উদ্বোধনৰ লগতে ১৫,৬১০ কোটি টকাৰো অধিক মূল্যৰ বেংগালুৰু মেট্ৰ’ৰ পৰ্য্যায়-৩ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেখেতে বেংগালুৰুৰ কেএছআৰ ৰেলৱে ষ্টেচনত তিনিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে কৰ্ণাটকৰ ভূমিত ভৰি দিয়াৰ লগে-লগে তেখেতৰ নিজৰ-নিজৰ ভাৱ এটা অনুভৱ হৈছে। কৰ্ণাটকৰ সংস্কৃতিৰ সমৃদ্ধি, জনসাধাৰণৰ মৰম, হৃদয়ক গভীৰভাৱে স্পৰ্শ কৰা কানাড়া ভাষাৰ মধুৰতাত আলোকপাতেৰে শ্ৰী মোদীয়ে বেংগালুৰুৰ প্ৰধান দেৱতা অন্নম্মা থাইৰ শ্ৰী-চৰণত শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ ভাষণৰ আৰম্ভণি কৰে। শতিকা পূৰ্বে নদপ্ৰভূ কেম্পেগৌড়াই বেংগালুৰু চহৰৰ ভেটি স্থাপন কৰাৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেম্পেগৌড়াই পৰম্পৰাৰে বদ্ধমূল এখনি চহৰৰ কল্পনাৰ লগতে চহৰখনে যাতে প্ৰগতিৰ নতুন শিখৰতো আৰোহণ কৰে, তাত গুৰুত্ব আৰোপ কৰিছিল। “বেংগালুৰুৱে সদায় সেই মনোভাৱক জীয়াই আৰু ইয়াক সংৰক্ষণ কৰি ৰাখিছে তথা আজিও বেংগালুৰুৱে সেই সপোনকেই বাস্তৱায়িত কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

১০ আগষ্টত কৰ্ণাটক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

August 09th, 02:20 pm

১০ আগষ্টত কৰ্ণাটক ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ উক্ত দিনা দিনৰ প্ৰায় ১১ বজাত বাংগালুৰুৰ কে এছ আৰ ৰে’ল ষ্টেচনত ৩খন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰিব। ইয়াৰ পিছত তেওঁ বাংগালুৰু মেট্ৰ’ৰ য়েল্ল' লাইন উদ্বোধন কৰি আৰভি ৰোড (ৰাগিগুড্ডা)ৰ পৰা ইলেক্ট্ৰনিক চিটি মেট্ৰ’ ষ্টেচনলৈ মেট্ৰ’ৰে যাত্ৰা কৰিব।

India is not a follower but a first mover: PM Modi in Bengaluru

April 20th, 04:00 pm

Prime Minister Narendra Modi addressed public meetings in Bengaluru, Karnataka. Speaking to a vibrant crowd, he highlighted the achievements of the NDA government and outlined plans for the future.

PM Modi addresses public meetings in Chikkaballapur & Bengaluru, Karnataka

April 20th, 03:45 pm

Prime Minister Narendra Modi addressed public meetings in Chikkaballapur and Bengaluru, Karnataka. Speaking to a vibrant crowd, he highlighted the achievements of the NDA government and outlined plans for the future.

গোৱাত অনুষ্ঠিত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

October 26th, 10:59 pm

গোৱাৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাইজী, জনপ্ৰিয় আৰু যুৱ, উদ্যমী মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তজী, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, মঞ্চত উপৱিষ্ট জনপ্ৰতিনিধিসকল, ‘ভাৰতীয় অলিম্পিক সংস্থা’ৰ সভাপতি, ভগ্নী পিটি উষাজী, দেশৰ প্ৰতিটো কোণৰ পৰা সমবেত হোৱা মোৰ ক্ৰীড়া সহকৰ্মীসকল, সহায়ক কৰ্মচাৰী, অন্যান্য বিষয়া আৰু যুৱপ্ৰজন্মৰ বন্ধুসকল, ভাৰতীয় ক্ৰীড়া সমাৰোহৰ বিশাল যাত্ৰা আজি গোৱাত উপস্থিত হৈছেহি। সকলো ফালেই ৰঙেই ৰং... সকলো ফালেই তৰংগ... ৰোমাঞ্চ... এয়া এক উল্লসিত কৰিব পৰা বাতাবৰণ। গোৱাৰ পৰিৱেশৰ যেন কথাই এনেকুৱা। ‘৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া’ৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। বহুত বহুত অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰীয়ে গোৱাত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে

October 26th, 05:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গোৱাৰ মাৰগাওস্থিত পণ্ডিত জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভাৰম্ভণি কৰে। এই ক্ৰীড়া ২৬ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব আৰু সমগ্ৰ দেশৰ পৰা ১০,০০০ তকৈও অধিক খেলুৱৈয়ে ২৮ টা স্থানত ৪৩ টাতকৈও অধিক ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব।

ভাৰতৰ প্ৰথম আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম কৰিডৰ উদ্বোধন আৰু নমো ভাৰত ৰেলৰ ফ্লেগিং অফ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ

October 20th, 04:35 pm

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল, উত্তৰ প্ৰদেশৰ জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী ভাই যোগী আদিত্যনাথ জী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী হৰদীপ সিং পুৰী জী, ভি কে সিং জী, কৌশল কিশোৰ জী, আন সকলো জ্যেষ্ঠ গণ্যমান্য ব্যক্তি আৰু মোৰ পৰিয়ালৰ সদস্যসকল।

উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভাৰতৰ প্ৰথম আঞ্চলিক দ্ৰুত পৰিবহন ব্যৱস্থা (আৰআৰটিএছ)ৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ

October 20th, 12:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ চাহিবাবাদ ৰেপিডএক্স ষ্টেচনত দিল্লী-গাজিয়াবাদ-মীৰাট আঞ্চলিক দ্ৰুত পৰিবহন (আৰআৰটিএছ) কৰিডৰৰ মূল শাখাউদ্বোধন কৰে। তেওঁ চাহিবাবাদক দুহাই ডিপোলৈ সংযোগ কৰা নমো ভাৰত ৰেপিডএক্স ৰে'লৰ শুভাৰম্ভ কৰে, যাৰ দ্বাৰা ভাৰতত আৰআৰটিএছ মুকলি কৰা হয়। শ্ৰী মোদীয়ে বেংগালুৰু মেট্ৰ'ৰ পূব-পশ্চিম কৰিডৰৰ দুটা অংশ দেশবাসীক উৎসৰ্গিত কৰে।

PM to launch India’s first Regional Rapid Transit System (RRTS) on 20th October

October 18th, 04:23 pm

PM Modi will inaugurate the priority section of Delhi-Ghaziabad-Meerut RRTS Corridor at Sahibabad RapidX Station, Uttar Pradesh on 20th October. He will also flag off the RapidX train connecting Sahibabad to Duhai Depot, marking the launch of the Regional Rapid Transit System (RRTS) in India.