বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বেগম খালিদা জিয়াৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
December 30th, 10:06 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাংলাদেশৰ ঢাকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বি এন পিৰ অধ্যক্ষ বেগম খালিদা জিয়াৰ মৃত্যুত শোক প্ৰকাশ কৰে।প্ৰধানমন্ত্ৰীয়ে বেগম খালেদা জিয়াৰ আশু আৰোগ্য কামনা কৰে
December 01st, 10:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বহু বছৰ ধৰি বাংলাদেশৰ জনজীৱনলৈ বৰঙণি আগবঢ়াই অহা বেগম খালেদা জিয়াৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ প্ৰকাশ আৰু তেওঁৰ আশু-আৰোগ্য কামনা কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰত সম্ভৱপৰ সকলো সমৰ্থন আগবঢ়াবলৈ সাজু আছে।