বিটিং ৰিট্ৰিট ২০২৬ৰ আভাস দাঙি ধৰিলে প্ৰধানমন্ত্ৰীয়ে
January 29th, 04:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিটিং ৰিট্ৰিট ২০২৬ৰ আভাস দাঙি ধৰে । শ্ৰী মোদীয়ে কয় যে বিভিন্ন বেণ্ডৰ পৰিবেশন স্মৰণীয় আছিল।বিটিং ৰিট্ৰিট অনুষ্ঠানটোৱে ভাৰতৰ সমৃদ্ধ সামৰিক ঐতিহ্যৰ শক্তি প্ৰদৰ্শন কৰেঃ প্ৰধানমন্ত্ৰী
January 29th, 09:51 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিটিং ৰিট্ৰিট অনুষ্ঠানটোক গণৰাজ্য দিৱস উদযাপনৰ সমাপ্তিৰ প্ৰতীক আখ্যা দি কয় যে এই অনুষ্ঠানটোৱে ভাৰতৰ সমৃদ্ধ সামৰিক ঐতিহ্যৰ শক্তি প্ৰদৰ্শন কৰে। দেশৰ প্ৰতিৰক্ষাৰ প্ৰতি সমৰ্পিত আমাৰ সশস্ত্ৰ বাহিনীক লৈ আমি অত্যন্ত গৌৰৱান্বিত, শ্ৰী মোদীয়ে লগতে কয়।বিটিং ৰিট্ৰিট অনুষ্ঠানৰ বিশেষ মুহূৰ্ত, য'ত সশস্ত্ৰ বাহিনীয়ে আমাৰ স্বাধীনতা সংগ্ৰামীসকলক এক অনন্য ৰূপত সন্মান জনায়ঃ প্ৰধানমন্ত্ৰী
January 30th, 07:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিটিং ৰিট্ৰিট অনুষ্ঠানৰ বিশেষ মুহূৰ্তসমূহ বন্দী কৰি এটা ভিডিঅ’ পোষ্ট কৰিছে, য’ত সশস্ত্ৰ বাহিনীয়ে ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলক এক অনন্যভাৱে সন্মান জনায়।Prime Minister attends Beating Retreat Ceremony
January 29th, 10:35 pm
The Prime Minister Shri Narendra Modi today attended the Beating Retreat Ceremony.প্ৰধানমন্ত্ৰীয়ে বীটিং ৰিট্ৰীট সমাৰোহত ভাগ লয়
January 29th, 08:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বীটিং ৰিট্ৰীট সমাৰোহত ভাগ লয়।'বিটিং দ্য ৰিট্ৰিট' অনুষ্ঠানৰ আভাস ভাগ বতৰা প্ৰধানমন্ত্ৰীৰ
January 29th, 09:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিটিং দ্য ৰিট্ৰিট’ অনুষ্ঠানৰ আভাস শ্বেয়াৰ কৰিছে।