বেলজিয়ামৰ মহামহিম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শ্ৰী বাৰ্ট ডি ৱেভাৰক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে
February 04th, 09:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেলজিয়ামৰ মহামহিম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা শ্ৰী বাৰ্ট ডি ৱেভাৰক অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে ভাৰত-বেলজিয়ামৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে গোলকীয় বিষয়সমূহৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে একেলগে কাম কৰাৰ বাবেও আত্মবিশ্বাস ব্যক্ত কৰে।