২৬ ছেপ্টেম্বৰত বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 25th, 06:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ সমগ্ৰ বিহাৰৰ ৭৫ লাখ মহিলাৰ বেংক একাউণ্টত ১০,০০০ টকাকৈ মুঠ ৭৫০০ কোটি টকা হস্তান্তৰ কৰিব ।

We are moving ahead with the goal of a quantum jump, not just incremental change: PM Modi

August 23rd, 10:10 pm

In his address at the Economic Times World Leaders Forum, PM Modi highlighted that India is currently the fastest-growing major economy in the world and poised to become the third-largest economy. He affirmed that India built Made-in-India 5G and deployed it across the country quickly. He highlighted major reforms from the Monsoon Session—modernized laws for mining, shipping and ports, and the launch of the National Sports Policy—Khelo Bharat Niti.

নতুন দিল্লীত অনুষ্ঠিত ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 23rd, 05:43 pm

আজি নতুন দিল্লীত অনুষ্ঠিত হোৱা ইকনমিক টাইমছ ৱৰ্ল্ড লীডাৰ্ছ ফ’ৰামত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট অতিথিক আদৰণি জনাই তেওঁ কয় যে এই লীডাৰ্ছ ফ’ৰাম মঞ্চৰ সময় “অতি নিখুঁত।” শ্ৰী মোদীয়ে এই সময়োপযোগী পদক্ষেপৰ বাবে আয়োজকসকলক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে মাত্ৰ যোৱা সপ্তাহত তেওঁ লালকিল্লাৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ বা আধুনিক সংস্কাৰৰ বিষয়ে মন্তব্য কৰিছিল, আৰু এই মঞ্চই এতিয়া সেই দৃষ্টিভংগীৰ বাবে শক্তিবৰ্ধক হিচাপে কাম কৰি আছে।

টিভি৯ সন্মিলন ২০২৫ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

March 28th, 08:00 pm

শ্ৰীমান ৰামেশ্বৰ গাৰু জী, ৰামু জী, বৰুণ দাস জী, টিভি৯ৰ সমগ্ৰ দল, আপোনালোকৰ নেটৱৰ্কৰ সকলো দৰ্শক, ইয়াত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক এই সন্মিলনৰ বাবে অভিনন্দন জনাইছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টিভি৯ সন্মিলন, ২০২৫ সম্বোধন কৰে

March 28th, 06:53 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত টিভি৯ সন্মিলন, ২০২৫-ত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে টিভি৯ৰ সমগ্ৰ টীমটো আৰু ইয়াৰ দৰ্শকসকললৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে কয় যে টিভি৯ৰ আঞ্চলিক দৰ্শক বিস্তৃত আৰু তেখেতে লগতে কয় যে এতিয়া বিশ্বৰ দৰ্শকো সাজু হৈছে। তেখেতে এই অনুষ্ঠানৰ সৈতে টেলিকনফাৰেন্সৰ জৰিয়তে সংযোগ স্থাপন কৰা প্ৰবাসী ভাৰতীয়সকলকো আদৰণি আৰু সম্ভাষণ জনায়।

কেবিনেটে নিম্ন মূল্যৰ ভীম-ইউপিআই লেনদেন (P2M) প্ৰসাৰিত কৰাৰ বাবে উদ্গনিমূলক আঁচনিত অনুমোদন জনায়

March 19th, 04:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেবিনেটে আজি ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ‘ব্যক্তিৰ পৰা ব্যৱসায়ীলৈ (পিটুএম) নিম্ন মূল্যৰ ভীম-ইউপিআই লেনদেন প্ৰসাৰিত কৰাৰ বাবে উদ্গনিমূলক আঁচনিত নিম্নলিখিত ৰূপত অনুমোদন জনাইছে:

কানপুৰ মেট্ৰো প্রকল্পৰ উদ্বোধনত প্রধানমন্ত্রীৰ ভাষণৰ পাঠ

December 28th, 01:49 pm

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, উত্তৰপ্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী হৰদীপ পুৰী জী, ইয়াৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্যা জী, সাধ্বী নিৰঞ্জন জ্যোতি জী, ভানুপ্ৰতাপ বাৰ্মা জী, ইউপি চৰকাৰৰ মন্ত্ৰী শ্ৰী সতীশ মহানা জী, নীলিমা কটিয়াৰ জী, ৰণবেন্দ্ৰ প্ৰতাপ জী, লখন সিংহ জী, অজীত পাল জী, ইয়াত উপস্থিত সকলো আদৰণীয় সাংসদগণ, সকলো আদৰণীয় বিধায়কগণ, আন সকলো জনপ্ৰতিনিধি আৰু মোৰ মৰমৰ ভাতৃ আৰু ভগ্নীসকল! ঋষি-মুনিসকলৰ তপোস্থলী, স্বতন্ত্ৰতা সেনানী আৰু ক্ৰান্তিবীৰৰ প্ৰেৰণা স্থলী, স্বাধীন ভাৰতৰ ঔদ্যোগিক সামৰ্থ্যক শক্তি দিয়া এই কানপুৰক মোৰ শত-শত নমন। এয়া কানপুৰেই যি পণ্ডিত দীনদয়াল উপাধ্যায়, সুন্দৰ সিংহ ভাণ্ডাৰী জী আৰু অটল বিহাৰী বাজপেয়ীৰ দৰে ভিজনেৰী নেতৃত্বক গঢ় দিয়াত মহত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আৰু আজি কেৱল কানপুৰেই আনন্দিত এনেকুৱা নহয়, বৰুণ দেৱতা জীৰো এই আনন্দত ভাগ ল'বৰ মন গ'ল।

PM inaugurates Kanpur Metro Rail Project

December 28th, 01:46 pm

PM Narendra Modi inaugurated Kanpur Metro Rail Project and Bina-Panki Multiproduct Pipeline Project. Commenting on the work culture of adhering to deadlines, the Prime Minister said that double engine government works day and night to complete the initiatives for which the foundation stones have been laid.

Our cities are the driving force of our economy: PM Modi

December 17th, 05:32 pm

Prime Minister Narendra Modi inaugurated the All India Mayors' Conference via video conference. The Prime Minister said most of the cities in our country are traditional cities, developed in a traditional way. He insisted that destroying the existing structures is not the way but emphasis should be on rejuvenation and preservation. This should be done in accordance with the requirements of modern times.

মেয়ৰসকলৰ সর্বভাৰতীয় সন্মিলন উদ্বোধন কৰিলে প্রধানমন্ত্রীয়ে

December 17th, 10:09 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে মেয়ৰসকলৰ সর্বভাৰতীয় সন্মিলন উদ্বোধন কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, কেন্দ্রীয় মন্ত্রী শ্রী হৰদীপ সিং পুৰী উপস্থিত থাকে৷

PM to address depositors in a bank deposit insurance programme on 12th December

December 11th, 09:55 am

Prime Minister Shri Narendra Modi will address the function on “Depositors First: Guaranteed Time-bound Deposit Insurance Payment up to Rs. 5 Lakh” on 12th December, 2021 at 12 noon in Vigyan Bhawan.

Banking sector is in a very strong position today because of the reforms in the last 6-7 years: PM

November 18th, 12:31 pm

PM Narendra Modi addressed the concluding session of the conference on ‘Creating Synergies for Seamless Credit Flow and Economic Growth.' In his remarks, the PM said, “Indian banks are strong enough to play a major role in imparting fresh energy to the country's economy, for giving a big push and making India self-reliant. I consider this phase as a major milestone in the banking sector of India.”

PM addresses the conference on ‘Creating Synergies for Seamless Credit Flow and Economic Growth’

November 18th, 12:30 pm

PM Narendra Modi addressed the concluding session of the conference on ‘Creating Synergies for Seamless Credit Flow and Economic Growth.' In his remarks, the PM said, “Indian banks are strong enough to play a major role in imparting fresh energy to the country's economy, for giving a big push and making India self-reliant. I consider this phase as a major milestone in the banking sector of India.”

১৮নৱেম্বৰত ‘ক্ৰীয়েটিং ছাইনাৰ্জিছ ফৰ ছীমলেছ ক্ৰেডিট ফ্ল’ এণ্ড ইক’নমিক গ্ৰ’থ’ সম্পৰ্কীয় সন্মিলন সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

November 18th, 12:10 pm

নতুন দিল্লীৰ ‘অশোকা হোটেল’ত অনুষ্ঠিত ‘ক্ৰীয়েটিং ছাইনাৰ্জিছ ফৰ ছীমলেছ ক্ৰেডিট ফ্ল’ এণ্ড ইক’নমিক গ্ৰ’থ’ সম্পৰ্কীয় এক সন্মিলনৰ সামৰণি অনুষ্ঠানত অহা ১৮নৱেম্বৰ, ২০২১ৰ দিনা দুপৰীয়া ১২বজাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰিব।

PM addresses the event marking celebration of first Audit Diwas

November 16th, 12:02 pm

PM Narendra Modi addressed the event marking the celebration of first Audit Diwas. He said CAG not just keeps track of nations accounts but also does value addition in productivity and efficiency, therefore deliberations on the Audit Day and related programmes are part of our improvement and improvisation.

১৫ আগষ্ট, ২০২০ত ৭৪সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

August 15th, 02:49 pm

স্বাধীনতাৰ এই পবিত্ৰ উৎসৱত সকলো দেশবাসীক অভিনন্দন আৰু বহুত বহুত শুভকামনা জনাইছো৷ আজি আমি যি স্বাধীন ভাৰতত উশাহ-নিশাহ লৈছো, ইয়াৰ অন্তৰালত ভাৰত মাতাৰ লাখ লাখ সন্তানৰ ত্যাগ, তেওঁলোকৰ বলিদান আৰু ভাৰত মাতাক স্বাধীন কৰি তোলাৰ প্ৰতি তেওঁলোকৰ সমর্পন, আজি এই সকলো আমাৰ স্বাধীনতা সংগ্রামী, স্বাধীনতা বীৰ-বীৰাংগনা, বীৰ শ্বহীদক প্ৰণাম জনোৱাৰে এই অনুষ্ঠান৷

৭৪ তম স্বাধীনতা দিৱসত লাল কিল্লাৰ প্ৰাচীৰৰপৰা ৰাষ্ট্ৰবাসীক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 15th, 02:38 pm

মোৰ প্ৰিয় দেশৰ নাগৰিক, এই শুভ অনুষ্ঠানত, আপোনালোক সকলোকে অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো।

India celebrates 74th Independence Day

August 15th, 07:11 am

Prime Minister Narendra Modi addressed the nation on the occasion of 74th Independence Day. PM Modi said that 130 crore countrymen should pledge to become self-reliant. He said that it is not just a word but a mantra for 130 crore Indians. “Like every young adult in an Indian family is asked to be self-dependent, India as nation has embarked on the journey to be Aatmanirbhar”, said the PM.

No matter how much the ‘Mahamilawati’ groups come together, the Chowkidaar is going to stay alert of their corrupt actions: PM

February 08th, 01:02 pm

Prime Minister Narendra Modi addressed a public meeting in Raigarh, Chhattisgarh today.

PM Modi addresses public meeting in Raigarh, Chhattisgarh

February 08th, 01:01 pm

Prime Minister Narendra Modi addressed a public meeting in Raigarh, Chhattisgarh today.