ভাৰত-থাইলেণ্ড ৰণনীতিগত বন্ধুত্ব প্ৰতিষ্ঠা সন্দৰ্ভত সংযুক্ত ঘোষণা
April 04th, 07:29 pm
ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ০৩-০৪ এপ্ৰিলত থাইলেণ্ডৰ আনুষ্ঠানিক ভ্ৰমণ কৰে আৰু থাইলেণ্ড সাম্ৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰীমতী পেটোংটাৰ্ণ শ্বিনাৱাত্ৰাৰ আমন্ত্ৰণত বেংককত অনুষ্ঠিত হোৱা ষষ্ঠ বিমষ্টেক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। বেংককৰ চৰকাৰী ভৱনত প্ৰধানমন্ত্ৰী শ্বিনাৱাত্ৰাই প্ৰধানমন্ত্ৰী মোদীক আনুষ্ঠানিকভাৱে আদৰণি জনায়।থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
April 03rd, 08:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত থাইলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী থাকচিন শিনাৱাত্ৰক সাক্ষাৎ কৰে। প্ৰতিৰক্ষা, বাণিজ্য, সংস্কৃতি আদি ক্ষেত্ৰত ভাৰত আৰু থাইলেণ্ডৰ মাজত সহযোগিতাৰ অপৰিসীম সম্ভাৱনাৰ ওপৰত দুয়োগৰাকী নেতাই আলোচনা কৰে।প্ৰধানমন্ত্ৰীৰ থাই ৰামায়ণ ৰামকিয়েনৰ এক মনোমোহা প্ৰদৰ্শন উপভোগ
April 03rd, 01:02 pm
ভাৰত আৰু থাইলেণ্ডৰ মাজৰ গভীৰ সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্কৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি থাইলেণ্ডৰ বেংককত থাই ৰামায়ণ, ৰামাকিয়েনৰ এক সমৃদ্ধ প্ৰদৰ্শন উপভোগ কৰে।০৩-০৬ৰ এপ্ৰিল, ২০২৫ৰ পৰা প্ৰধানমন্ত্ৰীৰ থাইলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণ
April 02nd, 02:00 pm
বেংকক(৩-৪ এপ্ৰিল, ২০২৫)ত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ বিমষ্টেক সন্মিলনত অংশগ্ৰহণৰ বাবে থাইলেণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ইয়াৰ পিছত ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়কৰ আমন্ত্ৰণত তেওঁ শ্ৰীলংকালৈ (৪-৬ এপ্ৰিল, ২০২৫) ভ্ৰমণলৈ যাব।প্ৰধানমন্ত্ৰীয়ে ভগৱান বুদ্ধৰ আদৰ্শক প্ৰশংসা কৰে
March 05th, 09:47 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০২৪ চনৰ ২৩ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈকে বেংককত ভগৱান বুদ্ধ আৰু তেওঁৰ শিষ্য অৰহন্ত সৰিপুত্তা আৰু অৰহন্ত মহা মোগ্গল্লানাৰ পবিত্ৰ স্মৃতিক থাইলেণ্ডৰ লাখ লাখ ভক্তই প্ৰণাম জনোৱাৰ সময়ত ভগৱান বুদ্ধৰ আদৰ্শক প্ৰশংসা কৰে।বেংককত অনুষ্ঠিত ‘পেৰা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ’ত সুন্দৰ প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ‘পেৰা আৰ্চাৰী দল’ক অভিনন্দন জনাইছে
November 23rd, 10:58 am
বেংককত অনুষ্ঠিত ‘পেৰা এছিয়ান আৰ্চাৰী চেম্পিয়নশ্বিপ’ত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰাৰ বাবে ‘ভাৰতীয় পেৰা আৰ্চাৰী দল’ক অভিনন্দন জ্ঞাপন কৰে।ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
November 04th, 08:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ নৱেম্বৰ ২০১৯ তাৰিখে ভাৰত-আছিয়ান আৰু ইষ্ট-এছিয়া সন্মিলন ২০১৯ৰ পাৰ্শ্বৱৰ্তী সময়ত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গুৱেন জুৱান ফুকৰ সৈতে বৈঠকত মিলিত হয়৷অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
November 04th, 07:59 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ নৱেম্বৰ ২০১৯ তাৰিখে বেংককত অনুষ্ঠিত ভাৰত-আছিয়ান আৰু ইষ্ট-এছিয়া সন্মিলন ২০১৯ৰ পাৰ্শ্বৱৰ্তী সময়ত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতে সাক্ষাৎ কৰে৷বেংককত ইষ্ট এছিয়া আৰু আৰচিইপি সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 04th, 11:54 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত ইষ্ট এছিয়া আৰু আৰচিইপি সন্মিলনত অংশগ্ৰহণ কৰিব৷ ইয়াৰোপৰি তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবে, ভিয়েটনামৰ প্ৰধানমন্ত্ৰী গুৱেন জুৱান ফুক আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ সৈতেও আজি ৰাতি দিল্লীলৈ উভতি অহাৰ পূৰ্বে বৈঠকত মিলিত হ’ব৷প্ৰধানমন্ত্ৰীৰ জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেক সাক্ষাৎ
November 04th, 11:43 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বেংককত ইষ্ট এছিয়া সন্মিলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী শ্বিনজ’ আবেক সাক্ষাৎ কৰে৷ আলোচনাত এই বছৰটোৰ শেষলৈ ভাৰত-জাপানৰ ২+২ ডায়লগ আৰু বাৰ্ষিক সন্মিলন অনুষ্ঠিত কৰাত গুৰুত্ব প্ৰদান কৰা হয়৷PM Modi's meetings on the sidelines of ASEAN Summit in Thailand
November 04th, 11:38 am
On the sidelines of the ongoing ASEAN Summit in Thailand, PM Modi held bilateral meetings with world leaders.ম্যানমাৰৰ ষ্টেট কাউন্সিলৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
November 03rd, 06:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰত আছিয়ান-ভাৰত সন্মিলনৰ আজৰি সময়ত ম্যানমাৰৰ ষ্টেচ কাউন্সিলৰ আন ছান ছ্যু কীক সাক্ষাৎ কৰে৷ নেতা দুগৰাকীয়ে দুয়োখন দেশৰ মাজত গঢ়ি উঠা গুৰুত্বপূৰ্ণ সহযোগিতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে৷ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
November 03rd, 06:17 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেংককত ৩ নৱেম্বৰত আছিয়ান-ইষ্ট এছিয়া সন্মিলন সম্পৰ্কীয় বৈঠকৰ আজৰি সময়ত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি মাননীয় জোকো ৱাইড’ডোক সাক্ষাৎ কৰে৷থাইলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
November 03rd, 06:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ নৱেম্বৰত ৩৫সংখ্যক আছিয়ান সন্মিলন, ১৪সংখ্যক পূব এছিয়া সন্মিলন আৰু ১৬সংখ্যক ভাৰত-আছিয়ান সন্মিলনৰ আজৰি সময়ত থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী জেনেৰেল(অৱসৰপ্ৰাপ্ত) প্ৰায়ুৎ চান-অ’-চাক সাক্ষাৎ কৰে৷ASEAN is and always will be the heart of our Act East Policy: PM Modi
November 03rd, 11:58 am
Prime Minister Shri Narendra Modi attended the 16th ASEAN-India Summit in Bangkok, Thailand todayবেংককত ১৬ তম আছিয়ান সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
November 03rd, 11:57 am
আজি প্ৰধানমন্ত্ৰীয়ে উপস্থিত সকলোকে সম্বোধন কৰি ১৬ তম আছিয়ান সন্মিলনত ভাৰতৰ অংশগ্ৰহণৰ বাবে সন্তুষ্টি ব্যক্ত কৰে। থাইলেণ্ডৰ উষ্ম আতিথ্যৰো শলাগ লয় প্ৰধানমন্ত্ৰী মোদীয়ে। অহা বছৰ এই আছিয়ান সন্মিলনৰ আয়োজনৰ দায়িত্ব লাভ কৰাৰ বাবে ভিয়েটনামকো শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰী মোদীয়ে।‘আদিত্য বিৰলা গোষ্ঠী’ৰ সোণালী জয়ন্তী সমাৰোহত প্ৰধানমন্তীৰ বক্তব্য
November 03rd, 11:08 am
আদিত্য বিৰলা গোষ্ঠীৰ সুবৰ্ণ জয়ন্তী অৰ্থাত সোণালী জয়ন্তী উদযাপন কৰাৰ উদ্দেশ্যে আমি আহি সুবৰ্ণ ভূমি থাইলেণ্ডত উপস্থিত হৈছোহি। এয়া সঁচাকৈয়ে এক বিশেষ উপলক্ষ। আজিৰ এই বিশেষ মুহূৰ্তটোত মই আজি আদিত্য বিৰলা গোষ্ঠীৰ সকলো সদস্যকে অন্তৰৰ পৰা অভিনন্দন জনাইছো। থাইলেণ্ডত এই গোষ্ঠীোৱে বৰ সুন্দৰকৈ কাম কৰি আছে বুলি এইমাত্ৰ শ্ৰীযুত কুমাৰমংগলম বিৰলা ভাষণত শুনিাবলৈ পালো। বাণিজ্য জগতৰ অগ্ৰণী গোষ্ঠীটোৱে পৰিচালনা কৰাবাণিজ্যিক পৰিগঠনিয়ে সামগ্ৰীক ভাৱে এইখন দেশক বাৰুকৈয়ে উপকৃত কৰি আহিছে।Salient Points of PM’s Address at the Golden Jubilee Celebrations of Aditya Birla Group in Thailand
November 03rd, 10:32 am
We have gathered here to celebrate the Suvarna Jayanti or Golden Jubilee of the Aditya Birla Group in Suvarna Bhumi , ThailandPM Modi attends Aditya Birla Group's Golden Jubilee celebrations in Bangkok
November 03rd, 07:51 am
Prime Minister Shri Narendra Modi attended the celebrations marking 50 years of operation of Aditya Birla Group in Thailand today. Chairman of the Aditya Birla Group, Shri Kumar Mangalam Birla, expressed his gratitude to the Prime Minister for joining the Group’s Golden Jubilee Celebrations in Thailand.We are developing Northeast India as the gateway to Southeast Asia: PM
November 02nd, 06:23 pm
At a community programme in Thailand, PM Modi said that while the ties between the two countries were strong, the government wanted to strengthen it further by transforming India's North East region into a gateway to South East Asia. The PM also highlighted the various reforms taking place within the country.