নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰীৰ
August 26th, 06:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী শ্ৰী বালেন্দ্ৰ শ্বাহৰ সৈতে কথা পাতে আৰু নেপালৰ বানৰ ফলত হোৱা প্ৰাণহানিৰ বাবে শোক প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ জনসাধাৰণে এই কঠিন সময়ত নেপালত থকা তেওঁলোকৰ ভাতৃ-ভগ্নীসকলৰ সৈতে একাত্মতাৰে থিয় দিছে।ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসত উষ্ম শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 15th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ৮০ সংখ্যক স্বাধীনতা দিৱসত বিশ্বৰ নেতাসকলৰ পৰা লাভ কৰা উষ্ম শুভেচ্ছা তথা অভিনন্দন বাৰ্তাৰ গভীৰ শলাগ লৈ তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ শ্ৰীযুত বলেন্দ্ৰ শ্বাহক অভিনন্দন জ্ঞাপন
March 27th, 01:27 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে শ্ৰীযুত বলেন্দ্ৰ শ্বাহক অভিনন্দন জনায়। ‘আপোনাৰ নিযুক্তিয়ে নেপালৰ জনসাধাৰণে আপোনাৰ নেতৃত্বৰ ওপৰত কৰা বিশ্বাসক প্ৰতিফলিত কৰে। দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভালাভৰ বাবে ভাৰত-নেপালৰ বন্ধুত্ব আৰু সহযোগিতাক শীৰ্ষলৈ লৈ যোৱাৰ উদ্দেশ্যে মই আপোনাৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহী’, শ্ৰী মোদীয়ে কয়।নেপালত নিৰ্বাচনী সফলতাৰ বাবে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ নেতাসকলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী মোদীয়ে
March 09th, 10:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ অধ্যক্ষ ৰবি লমিচানে আৰু আৰ এছ পিৰ জ্যেষ্ঠ নেতা বলেন্দ্ৰ শ্বাহ ডাঙৰীয়াৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।