দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পূৰ্ণপাঠ
April 14th, 01:25 pm
উত্তৰাখণ্ডৰ ৰাজ্যপাল শ্ৰী গুৰমীত সিং জী; এই ৰাজ্যৰ জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী যুৱ মুখ্যমন্ত্ৰী শ্ৰী পুষ্কৰ সিং ধামী জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহকৰ্মী শ্ৰী নীতিন গাডকাৰী জী আৰু শ্ৰী অজয় তামতা জী; প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; ৰাজ্যপাল আনন্দিবেন; দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাজী; মঞ্চত উপবিষ্ট—ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰী মহেন্দ্ৰ ভট্ট জী; প্ৰাক্তন ৰাজ্যপাল শ্ৰী ভগত সিং কেশৰী জী; প্ৰাক্তন মুখ্যমন্ত্ৰী—ভাই ৰমেশ পোখৰিয়াল, শ্ৰী বিজয় বহুগুণা, শ্ৰী তিৰথ সিং ৰাৱট, আৰু শ্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱট; উত্তৰাখণ্ড চৰকাৰৰ সকলো মন্ত্ৰী; সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য; আৰু ইমান বিপুল সংখ্যাত ইয়াত গোট খোৱা মোৰ মৰমৰ ভাই-ভনীসকল।দিল্লী–ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
April 14th, 01:20 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ড আৰু বিস্তৃত ৱঅঞ্চলৰ উন্নয়নৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে দিল্লী-ডেৰাডুন অৰ্থনৈতিক কৰিডৰ উদ্বোধন কৰে। ডেৰাডুনত অনুষ্ঠিত অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে বৈশাখী, ব’হাগ বিহু আৰু পুথাণ্ডু উপলক্ষ্যে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি এই উদ্বোধনী অনুষ্ঠানটোৰ সৈতে সমগ্ৰ ভাৰতবৰ্ষত চলি থকা উৎসৱমুখৰ উদযাপনৰ মিল থকা বুলি উল্লেখ কৰে।উত্তৰ প্ৰদেশৰ মীৰাটত বিভিন্ন উন্নয়নমূলক কামৰ শুভাৰম্ভণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
February 22nd, 01:30 pm
বাবা ঔঘৰনাথৰ এই পবিত্ৰ ভূমিত, মীৰাটৰ ভূমিত আজি উন্নত উত্তৰ প্ৰদেশ, উন্নত ভাৰতৰ বাবে এক নতুন বিপ্লৱৰ শক্তি উজ্জীৱিত কৰা হৈছে। আজি প্ৰথমবাৰৰ বাবে নমো ভাৰত ৰেপিড ৰেল আৰু মেট্ৰ’ সেৱা একেদিনাই, এটা প্লেটফৰ্মৰ পৰা আৰম্ভ কৰা হৈছে। উন্নত ভাৰতৰ যোগাযোগ কেনেকুৱা হ’ব তাৰ এক উল্লেখযোগ্য আভাস এয়া। মই সন্তুষ্ট যে এই কাম উত্তৰ প্ৰদেশত কৰা হৈছে, চহৰৰ ভিতৰৰ ভ্ৰমণৰ বাবে মেট্ৰ’ আৰু টুইন চিটীৰ দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰতৰ দৰে আধুনিক ৰে’ল সেৱা প্ৰৱৰ্তন কৰা হৈছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰথমখন নমো ভাৰত আৰ আৰ টি এছ উদ্বোধন কৰে আৰু দিল্লী–মীৰাট নমো ভাৰত কৰিডৰ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে
February 22nd, 01:12 pm
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই প্ৰকল্পই উন্নত ভাৰতত যোগাযোগ ব্যৱস্থা কেনেকুৱা হ’ব তাৰ এক গুৰুত্বপূৰ্ণ আভাস দিয়ে। সংহত ব্যৱস্থাটোৱে চহৰৰ ভিতৰত ভ্ৰমণৰ বাবে মেট্ৰ' আৰু টুইন চিটী দৃষ্টিভংগী ত্বৰান্বিত কৰিবলৈ নমো ভাৰত ৰে'ল ব্যৱহাৰ কৰিছে। ডাবল ইঞ্জিনৰ চৰকাৰৰ কৰ্ম সংস্কৃতিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে প্ৰকল্পসমূহ এতিয়া অনিশ্চয়তাত ওলমি নাথাকে। তেওঁ গুৰুত্ব আৰোপ কৰে যে তেওঁৰ চৰকাৰে যিটো কামৰ বাবে আধাৰশিলা স্থাপন কৰে, ব্যক্তিগতভাৱে এই সেৱাসমূহৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনী দুয়োটা কামৰ নেতৃত্ব দি সেই কাম সম্পূৰ্ণ কৰে।৩৩৪বি-ৰাষ্ট্ৰীয় ঘাইপথৰ ৪০.২ কিলোমিটাৰ পথত বহনক্ষম সামগ্ৰী ব্যৱহাৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
June 14th, 10:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্লাষ্টিকৰ আৱৰ্জনা আৰু ফ্লাই এছৰ দৰে বহনক্ষম সামগ্ৰীৰ ব্যৱহাৰক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। ইয়াৰ ফলত ৩৩৪বি ৰাষ্ট্ৰীয় ঘাইপথৰ ৪০.২ কিলোমিটাৰ পথত ব্যয়-সাশ্ৰয়তা আৰু পৰিবেশ অনুকূলতা উভয়ে সাধন হৈছে। উত্তৰ প্ৰদেশ-হাৰিয়ানা সীমান্তৰ ওচৰৰ বাঘপাটৰপৰা আৰম্ভ হৈ হাৰিয়ানাৰ ৰোহনাত সমাপ্ত হৈছে এই পথচোৱা।PM to inaugurate and lay foundation stone of multiple projects worth around Rs 18,000 crore in Dehradun on 4th December
December 01st, 12:06 pm
Prime Minister Shri Narendra Modi will visit Dehradun and inaugurate & lay the foundation stone of multiple projects worth around Rs 18,000 crore on 4th December, 2021 at 1 PM. A significant focus of the visit will be on projects to improve road infrastructure, which will make travel smooth and safer, and also increase tourism in the region. This is in line with the vision of the Prime Minister to boost connectivity in the areas which were once considered far-flung.