প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী বাচী সিং ৰাৱটৰ বিয়োগত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

April 18th, 01:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী বাচী সিং ৰাৱটৰ বিয়োগত শোক প্ৰকাশ কৰিছে।