গুজৰাটত অনুষ্ঠিত সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
January 11th, 12:00 pm
গুজৰাটৰ সন্মানীয় আৰু জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, সক্ৰিয় যুৱ উপ-মুখ্যমন্ত্ৰী হৰ্ষ সংঘৱী জী, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল জিতুভাই বাঘানী, অৰ্জুনভাই মধৱাদিয়া, ডঃ প্ৰদ্যুম্ন বাজা, কৌশিকভাই ভেকাৰিয়া, সাংসদ ৰাজেশভাই, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল। আজি দেশৰ ভিন্ন প্ৰান্তৰ লক্ষ-লক্ষ লোক আমাৰ সৈতে সংযুক্ত হৈছে আৰু তেওঁলোককো মই শুভেচ্ছা জনাইছো— এয়া সোমনাথৰ বিজয়।গুজৰাটৰ সোমনাথত সোমনাথ স্বাভিমান পৰ্বত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 11th, 11:41 am
আজি গুজৰাটৰ সোমনাথত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সোমনাথ স্বাভিমান পৰ্বত সম্বোধন কৰে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এই সময় অসাধাৰণ, এই পৰিৱেশ অসাধাৰণ, আৰু এই উদযাপন অসাধাৰণ। তেওঁ আলোকপাত কৰে যে এফালে স্বয়ং ভগৱান মহাদেৱ থিয় হৈ আছে, আৰু আনফালে সূৰ্য্যৰ ৰশ্মি, মন্ত্ৰৰ অনুৰণন, ভক্তিৰ ঢৌৰ সৈতে সাগৰৰ বিশাল ঢৌ একাকাৰ হৈছে। তেওঁ উল্লেখ কৰে যে এই ঐশ্বৰিক পৰিৱেশত ভগৱান সোমনাথৰ সকলো ভক্তৰ উপস্থিতিয়ে অনুষ্ঠানটোক ঐশ্বৰিক আৰু মহান কৰি তুলিছে। শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে সোমনাথ মন্দিৰ ন্যাসৰ অধ্যক্ষ হিচাপে তেওঁ সোমনাথ স্বাভিমান পৰ্বত সক্ৰিয়ভাৱে সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰাটো তেওঁ এক বৃহৎ সৌভাগ্য বুলি গণ্য কৰে। ৭২ ঘণ্টা ধৰি নিৰৱচ্ছিন্নভাৱে ওমকাৰৰ জপ আৰু ৭২ ঘণ্টা ধৰি অবিৰতভাৱে মন্ত্ৰ আবৃত্তি হোৱাটো তেওঁ লক্ষ্য কৰিছে। তেওঁ আলোকপাত কৰে যে কালি সন্ধিয়া সহস্ৰ ড্ৰ’নে বৈদিক গুৰুকুলৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ লগতে সোমনাথৰ হাজাৰ বছৰৰ কাহিনী উপস্থাপন কৰে, আৰু আজি ১০৮টা ঘোঁৰাৰ সৈতে ‘শৌৰ্য্য যাত্ৰা’ এই মন্দিৰত উপস্থিত হয়। তেওঁ গুৰুত্ব সহকাৰে কয় যে মন্ত্ৰ আৰু ভজনৰ মন্ত্ৰমুগ্ধ উপস্থাপন শব্দৰ উৰ্ধত, আৰু এই অভিজ্ঞতা সময়েহে ধৰি ৰাখিব পাৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এই উদযাপনত গৌৰৱ আৰু সন্মান, মৰ্যাদা আৰু জ্ঞান, ভৱিষ্যৎ আৰু ঐতিহ্য, আধ্যাত্মিকতা আৰু উপলব্ধি, অভিজ্ঞতা, আনন্দ, আৰু ঘনিষ্ঠতা সন্নিবিষ্ট কৰা হৈছে। সৰ্বোপৰি, তেওঁ কয় যে ই ভগৱান মহাদেৱৰ আশীৰ্বাদ কঢ়িয়াই লৈ ফুৰে।ৰিপাব্লিক টিভিৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ
April 26th, 08:01 pm
অৰ্ণব গোস্বামীজী, ৰিপাব্লিক মিডিয়া নেটৱৰ্কৰ সকলো সহকৰ্মী, ৰিপাব্লিক টিভিৰ দেশ-বিদেশৰ সমূহ দৰ্শক, ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল। বেলেগ কথা কোৱাৰ পূৰ্বে মই শৈশৱতে শুনা এটা কৌতুক আপোনালোক সকলোৰে আগত ক’ব বিচাৰিছোঁ। এগৰাকী অধ্যাপক আছিল। তেওঁৰ কন্যাই এদিন আত্মহত্যাৰ পথ বাচি লয় আৰু এক টোকা লিখি থৈ যায়। টোকাটিত তেওঁ এইদৰে উল্লেখ কৰে যে, তেওঁ জীৱনত ভাগৰি পৰিছে আৰু জীয়াই থাকিব নিবিচাৰে। টোকাটোত তেওঁ আৰু লিখে যে তেওঁ কিবা খাব আৰু কানকাৰিয়া হ্ৰদত জঁপিয়াই মৰিম। পিছদিনা ৰাতিপুৱা অধ্যাপকজনে দেখে যে তেওঁৰ ছোৱালীজনী ঘৰত নাই। তেওঁ ছোৱালীজনীৰ কোঠালৈ গৈ বিচনাত এখন চিঠি দেখা পায়। পত্ৰখন পঢ়ি তেওঁৰ বৰ খং উঠে। তেওঁ কয়, ‘মই এজন অধ্যাপক, মই ইমান বছৰ ধৰি কঠোৰ পৰিশ্ৰম কৰিছোঁ, তথাপিও আত্মহত্যাৰ টোকাত তাই কানকাৰিয়া বানানটো ভুলকৈ লিখিছে।’ মই সুখী যে অৰ্ণবে ভাল হিন্দী কোৱা আৰম্ভ কৰিছে। তেওঁ কি কৈছিল মই শুনা নাছিলো, কিন্তু হিন্দী ঠিক আছে নে নাই সেয়া মই মনোযোগেৰে শুনি আছিলো। সম্ভৱতঃ মুম্বাইত বাস কৰাৰ বাবে, আপোনাৰ হিন্দী উন্নত হৈছে।নতুন দিল্লীত ৰিপাব্লিক সন্মিলনত ভাষণ প্ৰধানমন্ত্ৰীৰ
April 26th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত ৰিপাব্লিক সন্মিলনত ভাষণ দিয়ে।শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট সংস্থানৰ ৭৫ তম অমৃত মহোৎসৱত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 24th, 11:10 am
পূজ্য শাস্ত্ৰীজী মহাৰাজ শ্ৰী ধৰ্মজীৱন দাসজী স্বামীৰ অনুপ্ৰেৰণাত ৰাজকোট গুৰুকুলে ৭৫ বছৰ সম্পূৰ্ণ কৰিছে। ৰাজকোট গুৰুকুলৰ ৭৫ বছৰীয়া এই যাত্ৰাৰ বাবে মই আপোনালোক সকলোকে হৃদয়েৰে অভিনন্দন জনাইছো। ভগৱান শ্ৰী স্বামী নাৰায়ণৰ নাম স্মৰণ কৰিলে এক নতুন চেতনা আহে আৰু আজি আপোনালোক সকলো সাধুৰ উপস্থিতিত স্বামীনাৰায়ণৰ নাম স্মৰণ কৰাটো এক পৃথক বিশেষাধিকাৰৰ উপলক্ষ। মই নিশ্চিত যে এই ঐতিহাসিক প্ৰতিষ্ঠানটোৰ ভৱিষ্যত আৰু অধিক সফল হ'ব। ইয়াৰ অৱদান আৰু অধিক অতুলনীয় হ'ব।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট প্ৰতিষ্ঠানৰ ৭৫ সংখ্যক অমৰুত মহোৎসৱত ভাষণ প্ৰধানমন্ত্ৰীৰ
December 24th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শ্ৰী স্বামীনাৰায়ণ গুৰুকুল ৰাজকোট প্ৰতিষ্ঠানৰ ৭৫সংখ্যক অমৰুট মহোৎসৱত ভাষণ আগবঢ়ায়।When you do natural farming, you serve Mother Earth: PM Modi to farmers
July 10th, 03:14 pm
PM Modi addressed a Natural Farming Conclave in Surat via video conferencing. The PM emphasized, “At the basis of our life, our health, our society is our agriculture system. India has been an agriculture based country by nature and culture. Therefore, as our farmer progresses, as our agriculture progresses and prospers, so will our country progress.”PM addresses Natural Farming Conclave
July 10th, 11:30 am
PM Modi addressed a Natural Farming Conclave in Surat via video conferencing. The PM emphasized, “At the basis of our life, our health, our society is our agriculture system. India has been an agriculture based country by nature and culture. Therefore, as our farmer progresses, as our agriculture progresses and prospers, so will our country progress.”প্রধানমন্ত্রীয়ে ১০ জুলাইত নেচাৰেল ফাৰ্মিং কনক্লেভত ভাষণ দিব
July 09th, 10:47 am
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ জুলাই, ২০২২ত দিনৰ ১১:০০ বজাত ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত এখন নেচাৰেল ফাৰ্মিং কনক্লেভত ভাষণ দিব।Our policy-making is based on the pulse of the people: PM Modi
July 08th, 06:31 pm
PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.PM Modi addresses the first "Arun Jaitley Memorial Lecture" in New Delhi
July 08th, 06:30 pm
PM Modi addressed the first ‘Arun Jaitley Memorial Lecture’ in New Delhi. In his remarks, PM Modi said, We adopted the way of growth through inclusivity and tried for everyone’s inclusion. The PM listed measures like providing gas connections to more than 9 crore women, more than 10 crore toilets for the poor, more than 45 crore Jan Dhan accounts, 3 crore pucca houses to the poor.কলকাটাৰ ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’ত ‘বিপ্লৱী ভাৰত বিথিকা’ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ পাঠ
March 23rd, 06:05 pm
পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰীমান জগদীপ ধনখড় জী, কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী শ্ৰী কিষণ ৰেড্ডী জী, ‘ভিক্টোৰীয়া মেম’ৰিয়েল হল’-ৰে জড়িত সকলো মহানুভৱ, বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকল, কলা আৰু সাংস্কৃতিক জগতৰ দিগগজসকল, আইসকলৰ লগতে সজ্জনসকল!শ্বহীদ দিৱসত কলকাতাৰ ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
March 23rd, 06:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্বহীদ দিৱস উপলক্ষে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভিক্টোৰিয়া মেম'ৰিয়েল হলত বিপ্লবী ভাৰত গেলেৰী উদ্বোধন কৰে। এই অনুষ্ঠানত পশ্চিম বংগৰ ৰাজ্যপাল শ্ৰী জগদীপ ধনখৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডী উপস্থিত আছিল।‘এলবিএছএনএএ’-ত ৯৬ সংখ্যক ‘উমৈহতীয়া বুনিয়াদী পাঠ্যক্ৰম’ৰ অন্তত অনুষ্ঠিত অভিনন্দন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 17th, 12:07 pm
আপোনালোক সকলো যুৱ-বান্ধৱক সফলতাৰে ‘বুনিয়াদী পাঠ্যক্ৰম’ সম্পূৰ্ণ কৰাৰ বাবে বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছো! আপোনালোকক, অকাডেমীৰে জড়িতসকলৰ লগতে আপোনালোকৰ পৰিয়ালবৰ্গক হোলীৰ শুভকামনাও জনাইছো। আজি অকাডেমীৰ তৰফৰ পৰা চৰ্দাৰ বল্লভ ভাই পেটেল জী, লাল বাহাদুৰ শাস্ত্ৰী জীৰ নামত উত্সৰ্গিত ‘পোষ্টেল চাৰ্টিফিকেট’-ও আনুষ্ঠানিক ভাবে মুকলি কৰাৰ বাবে মোৰ ভাল লাগিছে।প্ৰধানমন্ত্ৰীয়ে এলবিএছএনএএত ৯৬তম উমৈহতীয়া মৌলিক পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়ায়
March 17th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী (এলবিএছএনএএ)ত ৯৬ সংখ্যক সাধাৰণ মৌলিক পাঠ্যক্ৰমৰ সামৰণি অনুষ্ঠানত ভাষণ আগবঢ়ায়। তেওঁ নতুন ক্ৰীড়া কমপ্লেক্সটো উদ্বোধন কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত হেপ্পী ভেলী কমপ্লেক্স উৎসৰ্গা কৰে।Today the development of the country is seen with the spirit of 'Ek Bharat, Shreshtha Bharat': PM Modi
November 14th, 01:01 pm
PM Narendra Modi transferred the 1st instalment of PMAY-G to more than 1.47 lakh beneficiaries of Tripura. More than Rs 700 crore were credited directly to the bank accounts of the beneficiaries on the occasion. He said the double engine government in Tripura is engaged in the development of the state with full force and sincerity.PM Modi transfers the 1st instalment of PMAY-G to more than 1.47 lakh beneficiaries of Tripura
November 14th, 01:00 pm
PM Narendra Modi transferred the 1st instalment of PMAY-G to more than 1.47 lakh beneficiaries of Tripura. More than Rs 700 crore were credited directly to the bank accounts of the beneficiaries on the occasion. He said the double engine government in Tripura is engaged in the development of the state with full force and sincerity.Sardar Patel lives in the heart of every Indian: PM Modi
October 31st, 09:41 am
PM Narendra Modi, in an address, greeted the countrymen on the occasion of National Unity Day. He paid rich tribute to Sardar Patel who dedicate his life for the ideal of ‘Ek Bharat Shreshtha Bharat’. He said that Sardar Patel is not just a historical figure but lives in the heart of every Indian.ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ৰাষ্ট্ৰক সম্বোধন প্ৰধানমন্ত্ৰীৰ
October 31st, 09:40 am
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্বোধন কৰি দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত'ৰ আদৰ্শৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা চৰ্দাৰ পেটেললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰে। তেখেতে কয় যে চৰ্দাৰ পেটেল কেৱল এজন ঐতিহাসিক ব্যক্তিয়েই নহয়, বৰঞ্চ তেওঁৰ স্থান প্ৰতিজন দেশবাসীৰ হৃদয়ত আৰু যিসকল লোকে তেওঁৰ ঐক্যৰ বাৰ্তাক আগুৱাই নিছে তেওঁলোক হৈছে একতাৰ এক অক্ষত অনুভূতিৰ মূৰ্ত প্ৰতীক। দেশখনৰ প্ৰতিটো কোণত ৰাষ্ট্ৰীয় একতা পেৰেড আৰু একতাৰ প্ৰতিমূৰ্তিস্থলীত কাৰ্য্যসূচীসমূহে একেই উদ্দীপনা প্ৰতিফলিত কৰিছে, তেখেতে কয়।লক্ষ্ণৌত ‘আজাদী@৭৫’ সন্মিলন আৰু বাণিজ্য মেলা উদ্বোধন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
October 05th, 10:31 am
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ, আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰীমান ৰাজনাথ সিং জী, শ্ৰী হৰদীপ সিং পুৰী জী, মহেন্দ্ৰ নাথ পাণ্ডে জী, ইয়াৰ লোকপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ মুখ্যমন্ত্ৰী শ্ৰী কেশৱপ্ৰসাদ মৌৰ্য জী, শ্ৰী বিনোদ শৰ্মা জী, কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলৰ মোৰ সহযোগী শ্ৰীমান কৌশল কিশোৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, বিধায়কসকল, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আদৰণীয় মন্ত্ৰীসকল, উপস্থিত মহানুভৱসকলৰ লগতে উত্তৰ প্ৰদেশৰ মোৰ প্ৰিয় ভাই-ভনীসকল!