প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰিলে ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিটৰ গ্ৰেণ্ড ক্ৰছ

May 18th, 07:35 pm

অছলোত আয়োজিত এক বিশেষ অনুষ্ঠানত নৰ'ৱেৰ মহামহিম ৰজা পঞ্চম হেৰাল্ডে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ‘ৰয়েল নৰৱেজিয়ান অৰ্ডাৰ অৱ মেৰিটৰ গ্ৰেণ্ড ক্ৰছ’ প্ৰদান কৰে। এই সন্মান নৰ'ৱেই বিদেশৰ চৰকাৰৰ মুৰব্বীসকলক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। নৰ'ৱে তথা মানৱ জাতিৰ স্বাৰ্থত কৰা অসাধাৰণ সেৱাৰ স্বীকৃতি স্বৰূপে এই সন্মান প্ৰদান কৰা হয়।

ছুইডেনত ৰয়েল অৰ্ডাৰ অৱ দ্য প'লাৰ ষ্টাৰ, ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ গ্ৰহণ প্ৰধানমন্ত্ৰীৰ

May 17th, 11:13 pm

গোথেনবাৰ্গত আয়োজিত এক বিশেষ অনুষ্ঠানত ছুইডেনৰ ৰাজকুমাৰী ভিক্টোৰিয়াই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক অষ্টাদশ শতিকাত প্ৰতিষ্ঠা কৰা ছুইডেনৰ আটাইতকৈ প্ৰাচীন আৰু বিশিষ্ট সন্মানসমূহৰ ভিতৰত অন্যতম 'ৰয়েল অৰ্ডাৰ অৱ দ্য প'লাৰ ষ্টাৰ, ডিগ্ৰী কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ' প্ৰদান কৰে। এই বঁটা হৈছে ছুইডেনৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্যতিক্ৰমী ৰাজহুৱা সেৱা আৰু অৱদানৰ স্বীকৃতি স্বৰূপে বিদেশৰ চৰকাৰৰ মুৰব্বীসকলক প্ৰদান কৰা ছুইডেনৰ সৰ্বোচ্চ সন্মান।

প্ৰধানমন্ত্ৰীক ব্ৰাজিলৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘দা গ্ৰেণ্ড কলৰ অৱ দা নেচনেল অৰ্ডাৰ অব দা ছাউডাৰ্ন ক্ৰছ’ প্ৰদান

July 09th, 12:58 am

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামান্য লুইজ ইনাচিঅ' লুলা ডা ছিলভাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ব্ৰাজিলৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান 'দা গ্ৰেণ্ড ক'লৰ অৱ দা নেচনেল অৰ্ডাৰ অৱ দা ছাউডাৰ্ন ক্ৰছ' প্ৰদান কৰে।

চাইপ্ৰাছৰ ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়ছ III’ বঁটা প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

June 16th, 01:35 pm

মই আপোনাক, চৰকাৰ আৰু চাইপ্ৰাছৰ জনসাধাৰণক ধন্যবাদ জনাইছো যে তেওঁলোকে মোক ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়ছ III’ প্ৰদান কৰিলে।

প্ৰধানমন্ত্ৰীয়ে গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ III গ্ৰহণ কৰে

June 16th, 01:33 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে চাইপ্ৰাছৰ সন্মান – গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ III প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীয়ে ২১ এপ্ৰিলত লোকসেৱা দিৱসৰ অনুষ্ঠানত ভাষণ দিব

April 19th, 01:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৭ সংখ্যক লোকসেৱা দিৱস উপলক্ষে ২১ এপ্ৰিলৰ পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত লোক সেৱকসকলক সম্বোধন কৰিব। লগতে তেওঁ লোক প্ৰশাসনত উৎকৃষ্টতাৰ বাবে প্ৰধানমন্ত্ৰী পুৰস্কাৰো প্ৰদান কৰিব।

'অনাৰেৰী অৰ্ডাৰ অব ফ্ৰীডম অব বাৰ্বাডোছ' বঁটাৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে

March 07th, 10:02 am

'অনাৰেৰী অৰ্ডাৰ অব ফ্ৰীডম অব বাৰ্বাডোছ' বঁটাৰ বাবে বাৰ্বাডোছৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে এই সন্মান ১৪০ কোটি ভাৰতীয় আৰু ভাৰত আৰু বাৰ্বাডোছৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ নামত উৎসৰ্গা কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰাপকসকলক অভিনন্দন জনাইছে

April 18th, 09:51 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰাপকসকললৈ অভিনন্দন জ্ঞাপন কৰে।

সংসদ ৰত্ন বঁটা-২০২৩ বঁটা লাভ কৰাৰ বাবে সাংসদ সতীৰ্থসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

February 22nd, 12:47 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদ ৰত্ন ২০২৩ বঁটা লাভ কৰা সংসদৰ সতীৰ্থসকলক অভিনন্দন জ্ঞাপন কৰে।

PM thanks People Padma Awardee Shri Biren Kumar Basak for his gift

November 13th, 09:08 am

The Prime Minister, Shri Narendra Modi recalled his interaction with reputed weaver and Padma Awardee Shri Biren Kumar Basak and thanked him for his gift.

PM congratulates winners of Healthgiri Awards 21

October 02nd, 06:17 pm

The Prime Minister, Shri Narendra Modi has congratulated the winners of the Healthgiri Awards 21.

খেল ৰত্ন বঁটাক এতিয়াৰে পৰা মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা হিচাপে জনা যাবঃ প্ৰধানমন্ত্ৰী

August 06th, 02:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে খেল ৰত্ন বঁটাৰ নাম মেজৰ ধ্যান চাঁদৰ নামেৰে ৰখাৰ বাবে তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তৰ নাগৰিকৰ পৰা বহু অনুৰোধ লাভ কৰি আহিছে। তেওঁ কয় যে তেওঁলোকৰ ইচ্ছাৰ প্ৰতি সন্মান জনাই খেল ৰত্ন বঁটাক এতিয়াৰে পৰা মেজৰ ধ্যান চাঁদ খেল ৰত্ন বঁটা বুলি জনা যাব।

জনসাধাৰণৰ পদ্ম সন্মানৰ বাবে অনুপ্রেৰণাদায়ক ব্যক্তিত্বক মনোনীত কৰিবলৈ প্রধানমন্ত্রীৰ আহ্বান

July 11th, 11:40 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে যিসকলে তৃণমূল স্তৰত ব্যতিক্রমী কাম কৰে, অথচ প্রচাৰৰ আলোকলৈ অহা নাই, এনে ধৰণৰ মানুহৰ নাম পদ্ম সন্মানৰ বাবে মনোনীত কৰিবলৈ সকলোৰে উদ্দেশ্যে আহ্বান জনাইছে। ১৫ ছেপ্টেম্বৰ পর্যন্ত এই মনোনয়ন জমা দিব পাৰিব।

চেৰাউইকত প্ৰধানমন্ত্ৰীৰ মুল ভাষণৰ অসমীয়া অনুবাদ

March 05th, 06:59 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চেৰা সপ্তাহ, ২০২১ ত মূল ভাষণ প্ৰদান কৰে। তেখেতক চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটা প্ৰদান কৰা হয়। তেখেতে কয়, “মই চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটাটো পৰম বিনম্ৰতাৰে গ্ৰহণ কৰিছো। মই এই বঁটাটি আমাৰ মহান মাতৃভূমি ভাৰতৰ জনসাধাৰণলৈ উৎসৰ্গা কৰিছো। মই আমাৰ ভূমিৰ গৌৰৱময় ঐতিহ্যলৈ এই বঁটাটি উৎসৰ্গা কৰিছো যিয়ে পৰিবেশৰ প্ৰতিপালনেৰে বাট দেখুৱাইছে।” তেখেতে লগতে কয় যে কেইবা শতিকা ধৰি পৰিবেশৰ প্ৰতিপালনেৰে ভাৰতীয়ই নেতৃত্বৰ ভাৱমূৰ্তি অৰ্জন কৰিছে। তেখেতে কয়, আমাৰ সংস্কৃতি, প্ৰকৃতি আৰু বৈভৱৰ সম্পৰ্ক হৈছে নিকট।

চেৰা (CERA) সপ্তাহ, ২০২১ ত মূল ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ

March 05th, 06:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে চেৰা সপ্তাহ, ২০২১ ত মূল ভাষণ প্ৰদান কৰে। তেখেতক চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটা প্ৰদান কৰা হয়। তেখেতে কয়, “মই চেৰা সপ্তাহ গ্ল’ৱেল এনাৰ্জী আৰু এনভাৰমেন্ট লিডাৰশ্বীপ বঁটাটো পৰম বিনম্ৰতাৰে গ্ৰহণ কৰিছো। মই এই বঁটাটি আমাৰ মহান মাতৃভূমি ভাৰতৰ জনসাধাৰণলৈ উৎসৰ্গা কৰিছো। মই আমাৰ ভূমিৰ গৌৰৱময় ঐতিহ্যলৈ এই বঁটাটি উৎসৰ্গা কৰিছো যিয়ে পৰিবেশৰ প্ৰতিপালনেৰে বাট দেখুৱাইছে।” তেখেতে লগতে কয় যে কেইবা শতিকা ধৰি পৰিবেশৰ প্ৰতিপালনেৰে ভাৰতীয়ই নেতৃত্বৰ ভাৱমূৰ্তি অৰ্জন কৰিছে। তেখেতে কয়, আমাৰ সংস্কৃতি, প্ৰকৃতি আৰু বৈভৱৰ সম্পৰ্ক হৈছে নিকট।

৫ মাৰ্চত চেৰাউইক বিশ্ব শক্তি আৰু পৰিৱেশীয় নেতৃত্ব বঁটা গ্ৰহণ আৰু চেৰাউইক,২০২১ত মুল ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে

March 04th, 06:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ মাৰ্চৰ সন্ধিয়া ৭ বজাত ভিডিঅ’ কনফাৰেন্সিংযোগে চেৰাউইক বিশ্ব শক্তি আৰু পৰিৱেশীয় নেতৃত্ব বঁটা গ্ৰহণ কৰাৰ লগতে কেম্ব্ৰিজ ইনাৰ্জী ৰিছাৰ্চ এছ’চিয়েটছ ইউক (চেৰাউইক), ২০২১ত মুল ভাষণ আগবঢ়াব৷

‘প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা প্ৰাপক’সকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা মত বিনিময়ৰ পূৰ্ণ পাঠ

January 25th, 12:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি)ৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীও এই অনুষ্ঠানত উপস্থিত আছিল।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ, ২০২১ৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰে

January 25th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি)ৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী শ্ৰীমতী স্মৃতি জুবিন ইৰাণীও এই অনুষ্ঠানত উপস্থিত আছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৫ জানুৱাৰীত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজেতাসকলৰ সৈতে বাৰ্তালাপ কৰিব

January 24th, 04:35 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি)ৰ বিজেতাসকলৰ সৈতে ২৫ জানুৱাৰী, ২০২১ত দুপৰীয়া ১২ বজাত বাৰ্তালাপ কৰিব। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰীও এই অনুষ্ঠানত উপস্থিত থাকিব।

Recognition for increasing consensus on Indo- US Strategic Partnership, says PM on accepting Legion of Merit Award from US

December 22nd, 09:12 pm

Prime Minister Narendra Modi said that he is deeply honored for being awarded Legion of Merit by the US Government. On behalf of the 1.3 billion people of India, I reiterate my government's firm conviction and commitment to continue working with the US government, and all other stakeholders in both countries, for further strengthening India-US ties, PM Modi said in a tweet.