When growth is driven by aspirations, it becomes inclusive and sustainable: PM Modi at Rising Bharat Summit

April 08th, 08:30 pm

PM Modi addressed the News18 Rising Bharat Summit. He remarked on the dreams, determination, and passion of the youth to develop India. The PM highlighted key initiatives, including zero tax on income up to ₹12 lakh, 10,000 new medical seats and 6,500 new IIT seats, 50,000 new Atal Tinkering Labs and over 52 crore Mudra Yojana loans. The PM congratulated the Parliament for enacting Waqf law.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে

April 08th, 08:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত অনুষ্ঠিত ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে। সমবেত সকলক সম্বোধন কৰি তেওঁ এই সন্মিলনৰ জৰিয়তে ভাৰত আৰু সমগ্ৰ বিশ্বৰ সন্মানীয় অতিথিসকলৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰাৰ বাবে ‘নেটৱৰ্ক১৮’লৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ভাৰতৰ যুৱপ্ৰজন্মৰ আশা-আকাংক্ষাৰ প্ৰতি এই বছৰৰ সন্মিলনে গুৰুত্ব প্ৰদান কৰা কথাক প্ৰশংসা কৰে। ‘ভাৰত মণ্ডপম’ত স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত 'বিকশিত ভাৰত যুৱ নেতা আলাপ'ৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি তেওঁ ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যুৱসকলৰ সপোন, সংকল্প আৰু আবেগ সন্দৰ্ভত মন্তব্য কৰে। তেওঁ ২০৪৭ চনৰ ভিতৰত ভাৰতৰ প্ৰগতিৰ পথ-পৰিকল্পনা যুগুতোৱাত গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতিটো পদক্ষেপত নিৰন্তৰ আলোচনাই মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিব। তেওঁ উল্লেখ কৰে যে এই অন্তৰ্দৃষ্টিয়ে ‘অমৃত কালৰ প্ৰজন্ম’ক শক্তি, নিৰ্দেশনা আৰু গতি ত্বৰান্বিত কৰিব। তেওঁ সন্মিলনৰ বাবে অভিনন্দন আৰু সফলতাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।

অষ্ট্ৰিয়াৰ ফেডাৰেল চেঞ্চেলৰ হিচাপে শপত গ্ৰহণ কৰা মাননীয় শ্ৰীযুত খ্ৰীষ্টিয়ান ষ্টকাৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

March 04th, 11:47 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰিয়াৰ ফেডাৰেল চেঞ্চেলৰ হিচাপে শপত গ্ৰহণ কৰা মাননীয় শ্ৰীযুত খ্ৰীষ্টিয়ান ষ্টকাৰক অভিনন্দন জনাইছে। তেওঁ কয় যে ভাৰত-অষ্ট্ৰিয়াৰ উন্নত অংশীদাৰীত্বই অনাগত বছৰবোৰত স্থিৰ অগ্ৰগতি লাভ কৰিবলৈ সাজু হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্টনি আলবেনিজৰ সৈতে বাৰ্তালাপ কৰে

August 26th, 01:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্টনি আলবেনিজৰ সৈতে বাৰ্তালাপ কৰে। দুয়োগৰাকী নেতাই কোৱাডকে প্ৰমুখ্য কৰি বহুপক্ষীয় মঞ্চত দ্বিপাক্ষিক সম্পৰ্ক আৰু সহযোগিতাৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়।

অষ্ট্ৰিয়াৰ ভিয়েনাত ভাৰতীয় সসমাজক সম্বোধি প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

July 10th, 11:00 pm

তেন্তে মই আৰম্ভ কৰো নে? অষ্ট্ৰিয়াৰ মহামান্য অৰ্থনীতি আৰু শ্ৰম দপ্তৰৰ মন্ত্ৰী মহোদয়, প্ৰবাসী ভাৰতীয় সমাজৰ মোৰ বন্ধুসকল, ভাৰতৰ সকলো বন্ধু আৰু শুভাকাংক্ষীসকল, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ।

প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়াত ভাৰতীয় সমুদায়ক সম্বোধন কৰে

July 10th, 10:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েনাত প্ৰবাসী ভাৰতীয়ই তেওঁৰ সন্মানত আয়োজন কৰা এক অনুষ্ঠানত ভাৰতীয় সমুদায়ক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীৰ আগমনত প্ৰবাসী ভাৰতীয় সমুদায়ে তেওঁক অতি উৎসাহ আৰু মৰমেৰে আদৰণি জনায়। অষ্ট্ৰিয়াৰ ফেডাৰেল শ্ৰম আৰু অৰ্থনীতি মন্ত্ৰী মহামহিম শ্ৰী মাৰ্টিন কোচাৰেও এই সামুদায়িক সভাত অংশগ্ৰহণ কৰে।

নোবেল বঁটা বিজয়ী শ্ৰীযুত এণ্টন জেলিংগাৰক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

July 10th, 09:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নোবেল বঁটা বিজয়ী অষ্ট্ৰিয়াৰ প্ৰখ্যাত পদাৰ্থবিজ্ঞানী শ্ৰীযুত এণ্টন জেইলিংগাৰক সাক্ষাৎ কৰে। কোৱাণ্টাম বলবিজ্ঞানৰ কামৰ বাবে পৰিচিত জেইলিংগাৰে ২০২২ চনত পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

অষ্ট্ৰিয়াৰ ইণ্ডোলজিষ্টসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

July 10th, 09:47 pm

প্ৰধানমন্ত্ৰীয়ে পণ্ডিতসকলৰ সৈতে ইণ্ডোলজী আৰু ভাৰতীয় ইতিহাস, দৰ্শন, কলা আৰু সংস্কৃতিৰ বিভিন্ন দিশৰ ওপৰত মত বিনিময় কৰে। তেওঁ অষ্ট্ৰিয়াত ইণ্ডোলজীৰ মূল শিপা আৰু ইয়াৰ প্ৰতি স্থানীয় স্তৰত বৌদ্ধিক কৌতূহল আৰু বৃত্তিৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে সোধা-পোছা কৰে। আলোচনা কালত, পণ্ডিতসকলে ভাৰতৰ সৈতে তেওঁলোকৰ শৈক্ষিক আৰু গৱেষণাৰ সম্পৰ্কৰ বিষয়ে কথা পাতে।

ভাৰত-অষ্ট্ৰিয়াৰ বৰ্দ্ধিত অংশীদাৰিত্ব সন্দৰ্ভত যুটীয়া বিবৃতি

July 10th, 09:15 pm

চেঞ্চেলৰ কাৰ্ল নেহাম্মাৰৰ আমন্ত্ৰণক্ৰমে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৯ আৰু ১০ জুলাইত চৰকাৰী ভ্ৰমণসূচীৰে অষ্ট্ৰিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি মহামহিম আলেকজেণ্ডাৰ ভান ডাৰ বেলেনক সাক্ষাৎ কৰাৰ লগতে চেঞ্চেলৰ নেহাম্মাৰৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ৪১ বছৰৰ পিছত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া আছিল প্ৰথমটো অষ্ট্ৰিয়া ভ্ৰমণ। এই বছৰটো দুয়োখন দেশৰ মাজত স্থাপিত হোৱা কূটনৈতিক সম্পৰ্কৰ ৭৫ সংখ্যক বছৰ হিচাপেও চিহ্নিত হৈছে।

অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

July 10th, 09:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েনাত অষ্ট্ৰিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেনক সাক্ষাৎ কৰে। ৰাষ্ট্ৰপতি ভেন ডেৰ বেলেনে প্ৰধানমন্ত্ৰীৰ ঐতিহাসিক তৃতীয় কাৰ্যকালৰ বাবে অভিনন্দন জনায়।

অষ্ট্ৰিয়া-ভাৰত মুখ্য কাৰ্যবাহীসকলৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ

July 10th, 07:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহামাৰে আজি আন্তঃগাঁথনি, অটোম’বাইল, শক্তি, অভিযান্ত্ৰিক আৰু ষ্টাৰ্ট-আপকে ধৰি বিভিন্ন খণ্ডৰ আগশাৰীৰ অষ্ট্ৰিয়া আৰু ভাৰতীয় মুখ্য কাৰ্যবাহী বিষয়াৰ এটা দলক যুটীয়াভাৱে সম্বোধন কৰে।

অষ্ট্ৰিয়াৰ চেন্সেলৰৰ সৈতে যুটীয়া প্ৰেছ বিজ্ঞপ্তিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰেছ বিবৃতি

July 10th, 02:45 pm

প্ৰথমে মই মই উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে চেঞ্চেলৰ নেহমাৰক ধন্যবাদ জনাইছো। মোৰ তৃতীয় কাৰ্যকালৰ আৰম্ভণিতে অষ্ট্ৰিয়া ভ্ৰমণ কৰাৰ সুযোগ পাইমই সুখী। মোৰ এই ভ্ৰমণ ঐতিহাসিক আৰু বিশেষ। ৪১ বছৰৰ পাছত কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে অষ্ট্ৰিয়া ভ্ৰমণ কৰিছে। এইটোও এটা সুখকৰ সংযোগ যে এই ভ্ৰমণ এনে এটা সময়ত অনুষ্ঠিত হৈছে যেতিয়া আমাৰ পাৰস্পৰিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে।

অষ্ট্ৰিয়াৰ ভিয়েনাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

July 09th, 11:45 pm

দুখন দেশ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভণি উপলক্ষে অষ্ট্ৰিয়াৰ ভিয়েনাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ভান ডেৰ বেলেন আৰু চেঞ্চেলৰ কাৰ্ল নেহামাৰক সাক্ষাৎ কৰিব। ৪০ বছৰতকৈও অধিক সময়ৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ।

ৰাছিয়ান ফেডাৰেশ্যন আৰু অষ্ট্ৰিয়া গণৰাজ্যলৈ চৰকাৰী ভ্ৰমণৰ বাবে যোৱাৰ প্ৰাক ক্ষণত মাননীয় প্ৰধানমন্ত্ৰীয়ে দিয়া বিবৃতি

July 08th, 09:49 am

২২ সংখ্যক বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে মই ৰাছিয়ান ফেডাৰেশ্যনলৈ বুলি চৰকাৰী ভ্ৰমণ আৰম্ভ কৰিছো আৰু পৰৱৰ্তী তিনিটা দিনত অষ্ট্ৰিয়া গণৰাজ্যলৈ হ’ব মোৰ প্ৰথমটো ভ্ৰমণ।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আগন্তুক ভ্ৰমণক আদৰণি অষ্ট্ৰিয়াল চেঞ্চেলৰৰ, প্ৰধানমন্ত্ৰী মোদীৰ সঁহাৰি

July 07th, 08:57 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তুক অষ্ট্ৰিয়াৰ ভ্ৰমণ সন্দৰ্ভত অষ্ট্ৰিয়াৰ চেঞ্চেলৰ কাৰ্ল নেহামাৰৰ মন্তব্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিটো ৪০ বছৰৰ পিছত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ হিচাপে প্ৰথম অষ্ট্ৰিয়া ভ্ৰমণ। অষ্ট্ৰিয়াৰ চেঞ্চেলৰগৰাকীয়ে কয়,এই ভ্ৰমণ এক বিশেষ সন্মান কাৰণ চল্লিশ বছৰতকৈও অধিক সময়ৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথম ভ্ৰমণ আৰু আমি ভাৰতৰ সৈতে কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ উদযাপন কৰাৰ সময়ত এক উল্লেখযোগ্য মাইলৰ খুঁটি।

ৰাছিয়ান ফেডাৰেশ্যন আৰু অষ্ট্ৰিয়া গণৰাজ্যলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ (৮ৰ পৰা ১০ জুলাই ২০২৪ত)

July 04th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰী ভ্ৰমণসূচী লৈ ৮ৰ পৰা ১০ জুলাই, ২০২৪ত ৰাছিয়ান ফেডাৰেশ্যন আৰু অষ্ট্ৰিয়া গণৰাজ্য ভ্ৰমণ কৰিব।

Phone call between Prime Minister Shri Narendra Modi and H.E. (Dr.) Alexander Van der Bellen, Federal President of the Republic of Austria

May 26th, 08:00 pm

PM Modi had a telephone conversation with President Alexander Van der Bellen of Austria. Both the leaders reiterated their shared desire to further strengthen and persify India-Austria relations in the post-Covid world.

PM's meetings on the sidelines of St.Petersburg International Economic Forum

June 02nd, 10:38 pm

Prime Minister Narendra Modi met Mr. Christian Kern, Chancellor of Austria on the margins of SPIEF. Discussions to enhance India-Austria bilateral ties in several sectors were held.