ড0 এম আৰ শ্ৰীনিবাসনৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
May 20th, 01:47 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ এগৰাকী বলিষ্ঠ নেতা ড0 এম আৰ শ্ৰীনিবাসনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।পাৰমাণৱিক শক্তি আয়োগৰ প্রাক্তন অধ্যক্ষ ড০ শ্রীকুমাৰ বেনাৰ্জীৰ বিয়োগ প্রধানমন্ত্রীৰ শোক
May 23rd, 08:05 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে পাৰমাণৱিক শক্তি আয়োগৰ প্রাক্তন অধ্যক্ষ ড০ শ্রীকুমাৰ বেনাৰ্জীৰ বিয়োগ গভীৰ শোক প্রকাশ কৰিছে৷