ভাৰতৰ কমনৱেলথ গেমছ চেম্পিয়নসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়ৰ মূল পাঠ
August 10th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কমনৱেলথ গেমছৰ চেম্পিয়নসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা দশকত ভাৰতীয় ক্ৰীড়াৰ পৰিৱৰ্তনশীল দৃশ্যপট পৰ্যবেক্ষণ কৰি উল্লেখ কৰে যে ১২ৰ পৰা ১৩বছৰৰ তেওঁৰ কাৰ্যকালত প্ৰধানমন্ত্ৰীৰ বাসভৱনত ৰাষ্ট্ৰীয় ক্ৰীড়াবিদসকলক আদৰণি জনোৱাটো এক নিয়মীয়া আৰু প্ৰশংসনীয় পৰম্পৰা হিচাপে পৰিগণিত হৈ আহিছে। তেওঁ দৃঢ়তাৰে কয় যে দেশৰ বাবে অবিৰত বিজয় সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় খেলুৱৈসকলৰ সমৰ্পিত প্ৰচেষ্টা আৰু ধাৰাবাহিক সফলতাই যুৱ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়া প্ৰচাৰমূলক পৰামৰ্শতকৈ অধিক ফলপ্ৰসূভাৱে অনুপ্ৰাণিত কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে, আপোনালোকৰ পদকে তেওঁলোকক আমি বিদ্যালয়লৈ গৈ ক’ব পৰা যিকোনো কথাতকৈ অধিক অনুপ্ৰাণিত কৰে।কমনৱেলথ গেমছৰ চেম্পিয়নসকলৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়
August 10th, 09:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ কমনৱেলথ গেমছৰ চেম্পিয়নসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা দশকত ভাৰতীয় ক্ৰীড়াৰ পৰিৱৰ্তনশীল দৃশ্যপট পৰ্যবেক্ষণ কৰি উল্লেখ কৰে যে ১২ৰ পৰা ১৩বছৰৰ তেওঁৰ কাৰ্যকালত প্ৰধানমন্ত্ৰীৰ বাসভৱনত ৰাষ্ট্ৰীয় ক্ৰীড়াবিদসকলক আদৰণি জনোৱাটো এক নিয়মীয়া আৰু প্ৰশংসনীয় পৰম্পৰা হিচাপে পৰিগণিত হৈ আহিছে। তেওঁ দৃঢ়তাৰে কয় যে দেশৰ বাবে অবিৰত বিজয় সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ভাৰতীয় খেলুৱৈসকলৰ সমৰ্পিত প্ৰচেষ্টা আৰু ধাৰাবাহিক সফলতাই যুৱ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়া প্ৰচাৰমূলক পৰামৰ্শতকৈ অধিক ফলপ্ৰসূভাৱে অনুপ্ৰাণিত কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে, আপোনালোকৰ পদকে তেওঁলোকক আমি বিদ্যালয়লৈ গৈ ক’ব পৰা যিকোনো কথাতকৈ অধিক অনুপ্ৰাণিত কৰে।কমনৱেলথ গেমছ-২০২৬ৰ পদক বিজয়ীসকলক আতিথ্য প্ৰদান প্ৰধানমন্ত্ৰীৰ
August 09th, 10:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সপ্তম লোককল্যাণ মাৰ্গত কমনৱেলথ গেমছ-২০২৬ত ভাৰতৰ পদক বিজয়ীসকলক আতিথ্য প্ৰদান কৰে। শ্ৰী মোদীয়ে খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে উক্ত প্ৰতিযোগিতাৰ সময়ত তেওঁলোকৰ অভিজ্ঞতাৰ বুজ লয়।২০২৬ চনৰ কমনৱেলথ গেমছত পুৰুষৰ ডেকাথলনত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে তেজস্বীন শংকৰক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
August 01st, 08:43 am
গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ ২০২৬ত পুৰুষৰ ডেকাথলন ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেজস্বীন শংকৰক অভিনন্দন জনাইছে।জাপান অ’পেন ২০২৬ত খিতাপ জয় কৰাৰ বাবে পি ভি সিন্ধুক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
July 19th, 07:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধুক জাপান অ’পেন ২০২৬ত খিতাপ দখল কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। এই ঐতিহাসিক কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হৈছে সিন্ধু। শ্ৰী মোদীয়ে কয় যে পি ভি সিন্ধুৰ দৃঢ়তা আৰু ব্যতিক্ৰমী দক্ষতা সমগ্ৰ প্ৰতিযোগিতাখনতে প্ৰতিফলিত হৈছিল আৰু তেওঁ সমগ্ৰ দেশৰ অগণন যুৱ খেলুৱৈক দৃঢ়তাৰে খেলিবলৈ আৰু প্ৰদৰ্শন আগবঢ়াবলৈ অনুপ্ৰাণিত কৰিলে।Prime Minister congratulates Neeraj Chopra for achieving his personal best throw
May 17th, 09:10 am
The Prime Minister, Shri Narendra Modi, has congratulated Neeraj Chopra for breaching the 90 m mark at Doha Diamond League 2025 and achieving his personal best throw. This is the outcome of his relentless dedication, discipline and passion, Shri Modi added.ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত ৭ম খেলো ইণ্ডিয়া ইউথ গেমছৰ উদ্বোধনী সমাৰোহত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 04th, 08:16 pm
বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী মনসুখ ভাই, ভগ্নী ৰক্ষা খড়ছে, শ্ৰী ৰামনাথ ঠাকুৰ জী, বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় কুমাৰ সিনহা জী, উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল, সকলো খেলুৱৈ, প্ৰশিক্ষক, অন্যান্য কৰ্মচাৰী আৰু মোৰ মৰমৰ যুৱ বন্ধু-বান্ধৱীসকল!সপ্তম খেলো ইণ্ডিয়া যুৱ গেমছৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণ প্ৰদান কৰে
May 04th, 08:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সপ্তম খেলো ইণ্ডিয়া যুৱ গেমছৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে। অনুষ্ঠানত উপস্থিত খেলুৱৈ, প্ৰশিক্ষক, কৰ্মচাৰীসকলক সম্বোধন কৰি তেওঁ মন্তব্য কৰে যে দেশৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে একত্ৰিত হৈছে, ব্যতিক্ৰমী প্ৰতিভা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। তেওঁ তেওঁলোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ওপৰত আলোকপাত কৰি জাতিটোৰ ক্ৰীড়া মনোভাৱলৈ তেওঁলোকৰ অৱদানক স্বীকাৰ কৰে। খেলুৱৈসকলৰ উল্লেখযোগ্য দক্ষতা আৰু দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে তেওঁলোকৰ ক্ৰীড়াৰ প্ৰতি থকা আকৰ্ষণ আৰু নিৰন্তৰ উৎকৃষ্টতাৰ সন্ধানে জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনে। তেওঁলোকৰ ভৱিষ্যতৰ কাম-কাজৰ বাবে তেখেতৰ শুভেচ্ছা জ্ঞাপন কৰে।অলিম্পিকৰ পদক বিজয়ী তথা বিশিষ্ট খেলুৱৈ, কৰ্ণাম মালেশ্বৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
April 15th, 09:54 am
অলিম্পিকৰ পদক বিজয়ী তথা বিশিষ্ট খেলুৱৈ, কৰ্ণাম মালেশ্বৰীয়ে কালি যমুনা নগৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। যুৱ খেলুৱৈসকলক মেণ্টৰ কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে।PM Modi extends best wishes to all the athletes participating in the 5th Khelo India Winter Games
January 23rd, 07:10 pm
The Prime Minister Shri Narendra Modi today extended best wishes to all the athletes participating in the 5th Khelo India Winter Games 2025.PM congratulates the Indian Men’s team on winning the Kho Kho World Cup
January 19th, 11:06 pm
Lauding their grit and dedication as commendable, the Prime Minister Shri Narendra Modi today congratulated the Indian Men’s team on winning the Kho Kho World Cup.PM congratulates the Indian women’s team on winning the Kho Kho World Cup
January 19th, 09:21 pm
The Prime Minister Shri Narendra Modi today congratulated the Indian women’s team on winning the first-ever Kho Kho World Cup.দবা চেম্পিয়ন গুকেশ ডিয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
December 28th, 06:34 pm
দবা চেম্পিয়ন গুকেশ ডিয়ে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে তেওঁৰ দৃঢ়তা আৰু নিষ্ঠাৰ প্ৰশংসা কৰে আৰু কয় যে তেওঁৰ আত্মবিশ্বাস সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। তেওঁ মন্তব্য কৰি কয় যে তেওঁলোকৰ কথোপকথন আজি যোগ আৰু ধ্যানৰ ৰূপান্তৰণশীল সম্ভাৱনাক লৈ চলিছিল।পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টত নৱদ্বীপৰ ৰূপৰ পদক জয় - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা
September 08th, 08:33 am
সম্প্ৰতি চলি থকা পেৰিছ পেৰালিম্পিকত পুৰুষৰ জেভলিন থ্ৰ’ এফ৪১ ইভেণ্টত প্ৰতিভাৱান এথলীট নৱদ্বীপে ৰূপৰ পদক জয় কৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এথলীটগৰাকীক শুভেচ্ছা বাৰ্তা প্ৰদান কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাৰ ২০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জয় কৰাত এথলীট ছিমৰণ শৰ্মাক অভিনন্দন জনায়
September 08th, 08:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বৰ্তমান চলি থকা পেৰিছ পেৰালিম্পিকত মহিলাৰ ২০০ মিটাৰ টি১২ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত এথলীট ছিমৰণ শৰ্মাক অভিনন্দন জনায়।পুৰুষৰ শ্বটপুটত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে পেৰা এথলীট হোকাটো হোটোঝে ছেমাক অভিনন্দন জনাইছেপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 07th, 09:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পেৰিছ পেৰালিম্পিকত পুৰুষৰ শ্বটপুট এফ৫৭ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে এথলীট হোকাটো হোটোঝে ছেমাক অভিনন্দন জনায়।‘হাই জাম্প’ত ‘স্বৰ্ণ পদক’ জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এথলীট’ প্ৰবীণ কুমাৰক অভিনন্দন জনাইছে
September 06th, 05:22 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত পুৰুষৰ ‘হাই জাম্প টি-৬৪’ত ‘স্বৰ্ণ পদক’ অৰ্জন কৰাৰ বাবে খেলুৱৈ প্ৰবীণ কুমাৰক অভিনন্দন জ্ঞাপন কৰে।পেৰা-অলিম্পিকত জুডোকা কপিল পাৰমাৰৰ ব্ৰঞ্জৰ পদক অৰ্জন - প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন
September 05th, 10:26 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সম্প্ৰতি চলি থকা পেৰিছ পেৰালিম্পিকত পুৰুষৰ ৬০ কেজি জে ১ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে জুডো খেলুৱৈ কপিল পাৰমাৰক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পুৰুষৰ ক্লাব থ্ৰো ইভেণ্টত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে প্ৰণৱ সূৰমাক অভিনন্দন
September 05th, 08:05 am
খেলুৱৈ প্ৰণৱ সূৰমাৰ অধ্যৱসায় আৰু দৃঢ়তাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত অনুষ্ঠিত পুৰুষ ৰ ক্লাব থ্ৰো এফ ৫১ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুৰুষৰ হাই জাম্পত ব্ৰঞ্জ জয় কৰা এথলীট মাৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জনাইছে
September 04th, 10:31 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলিত পেৰিছ পেৰালিম্পিকত পুৰুষৰ হাই জাম্প টি-৬৩ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰা খেলুৱৈ মাৰিয়াপ্পান থাংগাভেলুক অভিনন্দন জ্ঞাপন কৰে।