ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
August 23rd, 11:00 am
ৰাষ্ট্ৰীয় মহাকাশ দিৱসত আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ। এইবাৰ মহাকাশ দিৱসৰ বিষয়বস্তু হৈছে ‘আৰ্য্যভট্টৰ পৰা গগনযানলৈ: প্ৰাচীন প্ৰজ্ঞাৰ পৰা অসীম সম্ভাৱনালৈ’। ইয়াত অতীতৰ আত্মবিশ্বাসৰ লগতে ভৱিষ্যতৰ সংকল্পও সন্নিৱিষ্ট কৰা হৈছে। আজি আমি প্ৰত্যক্ষ কৰিছোঁ যে কেনেকৈ ইমান কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস আমাৰ যুৱক-যুৱতীসকলৰ বাবে উৎসাহ আৰু প্ৰেৰণাৰ অনুষ্ঠানত পৰিণত হৈছে। এইটো সঁচাকৈয়ে দেশৰ বাবে অপৰিসীম গৌৰৱৰ বিষয়। মহাকাশ খণ্ডৰ সৈতে জড়িত আমাৰ সকলো বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ ৰাষ্ট্ৰীয় মহাকাশ দিৱসত মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। শেহতীয়াকৈ ভাৰতে ‘জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থবিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড’ আয়োজন কৰিছিল। এই প্ৰতিযোগিতাত সমগ্ৰ বিশ্বৰ ৬০ খনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱ অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে। আমাৰ ভাৰতীয় যুৱক-যুৱতীসকলেও পদক লাভ কৰে। এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান নেতৃত্বৰ প্ৰতীক।২০২৫ চনৰ ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
August 23rd, 10:30 am
আজি ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ বাৰ্তাৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰি এইবাৰৰ বিষয়বস্তু “আৰ্য্যভটৰ পৰা গগনযানলৈ” ভাৰতৰ অতীতৰ আত্মবিশ্বাস আৰু ভৱিষ্যতৰ সংকল্প দুয়োটাকে প্ৰতিফলিত কৰে বুলি আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে কম সময়ৰ ভিতৰতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক উৎসাহ আৰু আকৰ্ষণৰ অনুষ্ঠানত পৰিণত হৈছে, যিটো জাতীয় গৌৰৱৰ বিষয়। তেওঁ মহাকাশ খণ্ডৰ সৈতে জড়িত সকলো ব্যক্তিকে ধৰি বিজ্ঞানী আৰু যুৱক-যুৱতীলৈ তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বৰ্তমান জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়াড আয়োজন কৰি আছে, য’ত ষাঠিখনতকৈও অধিক দেশৰ প্ৰায় ৩০০ যুৱকে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে এই অনুষ্ঠানত বহু ভাৰতীয় অংশগ্ৰহণকাৰীয়ে পদক লাভ কৰাত সুখ প্ৰকাশ কৰে। তেওঁ কয় যে এই অলিম্পিয়াড মহাকাশ খণ্ডত ভাৰতৰ উদীয়মান বিশ্ব নেতৃত্বৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰে যে যুৱক-যুৱতীসকলৰ মাজত মহাকাশৰ প্ৰতি অধিক আগ্ৰহ জগাই তুলিবলৈ ইছৰোৱে ইণ্ডিয়ান স্পেচ হেকাথন আৰু ৰবটিক্স চেলেঞ্জৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ-ছাত্ৰী আৰু বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে।শুভাংশু শুক্লাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ ইংৰাজীৰ পৰা অনুবাদ
August 19th, 09:43 am
তাতোকৈ ভাল, মহাশয়। কিন্তু এবাৰ আমি তাত গৈ পোৱাৰ পিছত কেইবাটাও পৰিবৰ্তন ঘটে। উদাহৰণস্বৰূপে, হৃদস্পন্দন কমি যায়। এই পৰিবৰ্তনবোৰ ঘটে, কিন্তু চাৰিৰ পৰা পাঁচ দিনৰ ভিতৰত শৰীৰটোৱে ইয়াৰ সৈতে অভ্যস্ত হৈ পৰে আৰু আপুনি তাত স্বাভাৱিক হৈ পৰে। আৰু যেতিয়া আপুনি ঘূৰি আহে, তেতিয়া আকৌ একে পৰিবৰ্তনবোৰ ঘটে। আপুনি যিমানেই সুস্থ নহওক কিয়, ঘূৰি অহাৰ লগে লগে আপুনি তৎক্ষণাৎ খোজ কাঢ়িব নোৱাৰে। ব্যক্তিগতভাৱে মই অসুস্থ অনুভৱ কৰা নাছিলো, মই ভালে আছিলো, তথাপিও যেতিয়া মই মোৰ প্ৰথম খোজটো দিছিলো, মোৰ পৰি যোৱাৰ উপক্ৰম হৈছিল আৰু মানুহে মোক ধৰি ৰাখিব লগা হৈছিল। তাৰ পিছত দ্বিতীয় আৰু তৃতীয় খোজ। যদিও মনটোৱে জানে যে খোজকাঢ়িব লাগিব, মগজুৱে বুজিবলৈ সময় লয় এইটো এটা নতুন পৰিবেশ বুলি।মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
August 19th, 09:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে মত বিনিময় কৰে। মহাকাশ ভ্ৰমণৰ পৰিবৰ্তনশীল অভিজ্ঞতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এনে এক গুৰুত্বপূৰ্ণ যাত্ৰা কৰাৰ পিছত মানুহে নিশ্চয় এক পৰিবৰ্তন অনুভৱ কৰে আৰু তেওঁ মহাকাশচাৰীসকলে এই পৰিবৰ্তন কেনেদৰে অনুভৱ কৰে সেই বিষয়ে বুজিবলৈ চেষ্টা কৰে। প্ৰধানমন্ত্ৰীৰ উত্তৰত শুভাংশু শুক্লাই কয় যে মাধ্যাকৰ্ষণৰ অনুপস্থিতি এটা অন্যতম কাৰক হোৱাৰ পৰিপ্ৰেক্ষিতত মহাকাশৰ পৰিবেশ যথেষ্ট পৃথক।মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 18th, 08:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ বাবে এক গৌৰৱময় মুহূৰ্তক চিহ্নিত কৰি মহাকাশচাৰী শুভাংশু শুক্লাৰ সৈতে বাৰ্তালাপ কৰে। । বাৰ্তালাপৰ সময়ত তেওঁলোকে বহু বিষয়, বিশেষকৈ মহাকাশত শুক্লাৰ অভিজ্ঞতা, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি, দেশৰ অভিলাষী মানৱ মহাকাশ উৰণ কাৰ্যসূচী—গগণযানকে ধৰি নানান বিষয়ত বিস্তৃতভাবে আলোচনা কৰে।India is going to open doors of new possibilities of space for the world: PM Modi
June 28th, 08:24 pm
PM Modi interacted with the astronaut Shubhanshu Shukla from the International Space Station. The PM stated that their conversation embodied the emotions and enthusiasm of 140 crore Indians. The PM said that Shubhanshu now had the rare honour of performing parikrama of Mother Earth herself. Shubhanshu Shukla wholeheartedly agreed with the PM's reflection that ‘science and spirituality are twin pillars of India’s strength’.Prime Minister Shri Narendra Modi interacts with Group Captain Shubhanshu Shukla aboard the International Space Station
June 28th, 08:22 pm
PM Modi interacted with the astronaut Shubhanshu Shukla from the International Space Station. The PM stated that their conversation embodied the emotions and enthusiasm of 140 crore Indians. The PM said that Shubhanshu now had the rare honour of performing parikrama of Mother Earth herself. Shubhanshu Shukla wholeheartedly agreed with the PM's reflection that ‘science and spirituality are twin pillars of India’s strength’.ভাৰত, হাংগেৰী, পোলেণ্ড আৰু আমেৰিকাৰ মহাকাশচাৰীক লৈ মহাকাশ অভিযানৰ সফল উৎক্ষেপণক আদৰণি প্ৰধানমন্ত্ৰীৰ
June 25th, 01:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত, হাংগেৰী, পোলেণ্ড আৰু আমেৰিকাৰ মহাকাশচাৰীক লৈ মহাকাশ অভিযানৰ সফল উৎক্ষেপণক আদৰণি জনায়। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যোৱা প্ৰথম ভাৰতীয় হোৱাৰ দিশত অগ্ৰসৰ হোৱা ভাৰতীয় মহাকাশচাৰী, গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাকো শ্ৰী মোদীয়ে শুভেচ্ছা জনায়।এবিপি নেটৱৰ্কৰ ইণ্ডিয়া@২০৪৭ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 07th, 12:00 pm
ভাৰত মণ্ডপমৰ এই মঞ্চ আজি পুৱাৰে পৰা প্ৰাণৱন্ত ৰূপ পাইছে। কেইদিনমানৰ পূৰ্বে আপোনাৰ দলটোক অলপ সময়ৰ বাবে লগ পোৱাৰ সুযোগ পাইছিলোঁ। এই সন্মিলন বৈচিত্ৰ্যপূৰ্ণ। বহু মহান ব্যক্তিয়ে এই সন্মিলক সমৃদ্ধ কৰিছে। মই নিশ্চিত যে আপোনালোক সকলোৱেও এটা ডাঙৰ অভিজ্ঞতা লাভ কৰিছে। এই সন্মিলনত বৃহৎ সংখ্যক যুৱক-যুৱতী আৰু মহিলাৰ উপস্থিতি থকাটো ব্যতিক্ৰমী হিচাপে পৰিগণিত হৈছে। বিশেষকৈ আমাৰ ড্ৰোণ দিদি আৰু লাখপতি দিদিসকলে তেওঁলোকৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলে। এই সকলোবোৰ এংকৰক যেতিয়া মই এতিয়াই লগ পাইছিলো, তেতিয়া মই দেখি আছিলো যে তেওঁলোকে ইমান উৎসাহেৰে নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰিছে। প্ৰতিটো সংলাপ মনত পৰিল। অৰ্থাৎ এইটো সঁচাকৈয়ে এক অতি প্ৰেৰণাদায়ক সুযোগ হিচাপে পৰিগণিত হৈছে।PM Modi addresses the Global Conference on Space Exploration (GLEX) 2025
May 07th, 11:30 am
PM Modi addressed GLEX 2025 via videoconferencing, showcasing India’s stellar rise from a humble 1963 rocket launch to becoming the first to land near the Moon’s South Pole. He celebrated India's Mars triumph, space tech breakthroughs, and future missions like Gaganyaan and Bharatiya Antariksha Station.‘ভাৰতৰ কন্যা’ক আদৰণি জনাই সুনীতা উইলিয়ামছলৈ আৱেগিক চিঠি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে।
March 19th, 12:27 pm
পৃথিৱীলৈ নিৰাপদে উভতি অহাৰ সময়তে মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ ক্ৰু-৯ৰ সদস্যসকলক প্ৰধানমন্ত্ৰী মোদীয়ে উষ্ম আদৰণি জনায়। তেওঁলোকৰ ধৈৰ্যৰ শলাগ লৈ তেওঁৰ টুইটত কয়, আপোনালোকক পুনৰ আদৰণি জনাইছো, ক্ৰু-৯! পৃথিৱীয়ে আপোনালোকৰ অভাৱ অনুভৱ কৰিছিল। দৃঢ়তা, সাহস আৰু সীমাহীন মানৱীয় মনোভাৱৰ পৰীক্ষা হ’ল। সুনীতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ মহাকাশচাৰীসকলে আমাক আকৌ এবাৰ দেখুৱাইছে যে অধ্যৱসায়ৰ প্ৰকৃত অৰ্থ কি। তেওঁলোকৰ বিশাল অজ্ঞাত ইচ্ছাশক্তি তথা অটল দৃঢ়তাই চিৰদিনৰ বাবে লাখ লাখ লোকক অনুপ্ৰাণিত কৰিব।ক্ৰু-৯ মহাকাশচাৰীসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
March 19th, 11:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছকে ধৰি ক্ৰু-৯ মহাকাশচাৰীসকলক নিৰাপদে পৃথিৱীলৈ উভতি অহাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে ক্ৰু-৯ মহাকাশচাৰীসকলৰ সাহস, দৃঢ়তা আৰু মহাকাশ অন্বেষণৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানৰ প্ৰশংসা কৰে।বাৰাণসীৰ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত সাংসদ সংস্কৃত প্ৰতিযোগিতাত পুৰস্কাৰ বিতৰণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 23rd, 11:00 am
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, কাশী বিদ্বত পৰিষদৰ অধ্যক্ষ অধ্যাপক বশিষ্ঠ ত্ৰিপাঠী জী, কাশী বিশ্বনাথ ন্যাস পৰিষদৰ অধ্যক্ষ অধ্যাপক নগেন্দ্ৰ জী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী আৰু অন্যান্য জনপ্ৰতিনিধি, সন্মানীয় পণ্ডিত, অংশগ্ৰহণকাৰী বন্ধু-বান্ধৱী, ভদ্ৰ পুৰুষ-মহিলাসকল।বাৰাণসীৰ বিএইচইউৰ স্বতন্ত্ৰ প্ৰেক্ষাগৃহত সংসদ সংস্কৃত প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
February 23rd, 10:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ বিএইচইউৰ স্বতন্ত্ৰ সভাগৰত সংসদ সংস্কৃত প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ কাশী সংসদ প্ৰতিযোগিতাৰ পুস্তিকা আৰু এখন কফি টেবুল কিতাপো উন্মোচন কৰে। প্ৰধানমন্ত্ৰীয়ে কাশী সংসদ জ্ঞান প্ৰতিযোগিতা, কাশী সংসদ ফটোগ্ৰাফী প্ৰতিযোগিতা আৰু কাশী সংসদ সংস্কৃত প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰাৰ লগতে বাৰাণসীৰ সংস্কৃত শিক্ষাৰ্থীসকলক কিতাপ, ইউনিফৰ্ম, বাদ্যযন্ত্ৰ আৰু মেধা বৃত্তি বিতৰণ কৰে।তেওঁ কাশী সংসদ ফটোগ্ৰাফী প্ৰতিযোগিতাৰ গেলেৰীও পৰিদৰ্শন কৰেআৰু অংশগ্ৰহণকাৰীসকলৰ সৈতে সনৱাৰ্টি কাশী বিষয়বস্তুত তেওঁলোকৰ আলোকচিত্ৰ প্ৰবিষ্টিৰ সম্পৰ্কে বাৰ্তালাপ কৰে।ফ্ৰান্সৰ মহাকাশচাৰীৰ ভাৰত ভ্ৰমণৰ বাবে আনন্দিত প্ৰধানমন্ত্ৰী
October 15th, 05:33 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ফ্ৰান্সৰ মহাকাশচাৰী থমাছ পেস্কেটৰ ভাৰত ভ্ৰমণৰ বাবে আনন্দ প্ৰকাশ কৰে।ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সংবাদ বিবৃতি
October 05th, 02:45 pm
আমি এনেকুৱা এখন দেশৰ ৰাষ্ট্ৰপতিৰ ৰূপত আপোনাক স্বাগতম জনাইছোঁ যিখনৰ সৈতে আমাৰ অদ্বিতীয় সম্বন্ধ আছে৷ এই সম্বন্ধৰ বাবে আপুনি অতুলনীয় সহযোগিতা প্ৰদান কৰিছে৷ ৰাষ্ট্ৰপতি পুটিনৰ দ্বাৰা সোছি (Sochi)ত আয়োজিত কৰা অনানুষ্ঠনিক শিখৰ সন্মিলনৰ স্মৃতি এতিয়াও সজীৱ হৈ আছে৷ সেই বিশেষ সাক্ষাতত আমি দুয়ো মুক্তভাৱে গহীন চৰ্চা কৰাৰ অৱকাশ লাভ কৰিছিলো৷PM Modi salutes the valour of soldiers at Arlington Cemetery
June 07th, 02:41 am