সহকাৰী সচিব হিচাপে নিযুক্তি দিয়া ২০২৪ বৰ্ষৰ প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়
June 23rd, 02:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আজি সেৱা তীৰ্থত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত সহকাৰী সচিব হিচাপে সংযুক্ত হৈ থকা ২০২৪ বৰ্ষৰ ১৮৩ গৰাকী প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়াৰ সৈতে মত বিনিময় কৰে।সহকাৰী সচিব পদত নিযুক্ত ২০২২ বৰ্ষৰ প্ৰশিক্ষাৰ্থী আই এ এছ বিষয়াসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰীৰ
July 11th, 07:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ পুৱা নতুন দিল্লীৰ সুষমা স্বৰাজ ভৱনত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সহকাৰী সচিব হিচাপে নিযুক্ত হৈ থকা ২০২২ বৰ্ষৰ আইএএছ উত্তীৰ্ণ ১৮১গৰাকী বিষয়া প্ৰশিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে।