Assam’s progress is giving new momentum to entire Northeast: PM Modi in Guwahati
March 13th, 05:30 pm
PM Modi inaugurated and laid foundation stones for development projects worth around ₹19,480 crore in Guwahati, Assam. He transferred more than ₹18,000 crore under the PM Kisan Samman Nidhi scheme to Annadatas across the nation and distributed land pattas to tea plantation workers in Assam. He noted that the progress of Assam is giving new momentum to the entire North East and is emerging as a model state for the nation.PM Modi launches various development works in Guwahati, Assam
March 13th, 05:00 pm
PM Modi inaugurated and laid foundation stones for development projects worth around ₹19,480 crore in Guwahati, Assam. He transferred more than ₹18,000 crore under the PM Kisan Samman Nidhi scheme to Annadatas across the nation and distributed land pattas to tea plantation workers in Assam. He noted that the progress of Assam is giving new momentum to the entire North East and is emerging as a model state for the nation.Congress wants to push Assam back into instability and infiltration: PM Modi in Guwahati
February 14th, 03:00 pm
PM Modi addressed a massive public rally in Guwahati, where he said the recent Union Budget has further strengthened the vision of the BJP-NDA for the development of Assam and the North East. Calling the North East “Ashtalakshmi,” he said the region was ignored for decades by Congress but is now being served with dedication.PM Modi addresses a grand public rally in Guwahati, Assam
February 14th, 02:30 pm
PM Modi addressed a massive public rally in Guwahati, where he said the recent Union Budget has further strengthened the vision of the BJP-NDA for the development of Assam and the North East. Calling the North East “Ashtalakshmi,” he said the region was ignored for decades by Congress but is now being served with dedication.অসমৰ নামৰূপত ইউৰিয়া প্ৰকল্পৰ ভূমি পূজনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
December 21st, 04:25 pm
অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহকৰ্মী আৰু ইয়াত আপোনালোকৰ প্ৰতিনিধি, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম চৰকাৰৰ মন্ত্ৰী, সংসদৰ সদস্য, বিধানসভাৰ সদস্য, অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু আমাক আশীৰ্বাদ দিবলৈ ইমান বৃহৎ সংখ্যাত অহা মোৰ সকলো ভাই-ভনীসকল, ভিতৰৰ তুলনাত পেণ্ডেলৰ বাহিৰত আৰু বেছি মানুহ দেখা পাইছো।অসমৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
December 21st, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ডিব্ৰুগড়ৰ নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ এমোনিয়া-ইউৰিয়া সাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত শ্ৰী মোদীয়ে কয় যে এইখন চাওলুং ছ্যুকাফা আৰু মহাবীৰ লাচিত বৰফুকনৰ দৰে মহান বীৰৰ ভূমি। ভাষণত তেওঁ ভীমবৰ দেউৰী, শ্বহীদ কুশল কোঁৱৰ, মৰাণ ৰজা বাদৌছা, মালতী মেম, ইন্দিৰা মিৰি, স্বৰ্গদেউ সৰ্বানন্দ সিংহ আৰু বীৰ সতী সাধনীৰ অৱদানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ উজনি অসমৰ পবিত্ৰ ভূমিক প্ৰণাম জনাইছে, কিয়নো এয়া শৌৰ্য আৰু ত্যাগৰ মহান ভূমি।গুৱাহাটীত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন, ২০২৫ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
February 25th, 11:10 am
পূব ভাৰত আৰু উত্তৰ-পূৰ্বাঞ্চলত আজিৰেপৰা এক নতুন ভৱিষ্যতৰ আৰম্ভ হ’ব। এডভান্টেজ আছাম হৈছে সমগ্ৰ বিশ্বক অসমৰ সম্ভাৱনা আৰু প্ৰগতিৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ অভিযান। ইতিহাস সাক্ষী যে ইয়াৰ পূৰ্বেও ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতে এটি মুখ্য ভূমিকা পালন কৰিছিল। আজি ভাৰত উন্নয়নৰ দিশে ধাৱমান হোৱাৰ সময়তে আকৌ এবাৰ পূব ভাৰত, আমাৰ উত্তৰ-পূৰ্বাঞ্চলে নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ আগবাঢ়িছে। মই এডভান্টেজ অসমক এই মনোভাৱৰ প্ৰতিফলন হিচাপে প্ৰত্যক্ষ কৰিছোঁ। এই বিশাল অনুষ্ঠান আয়োজনৰ বাবে অসম চৰকাৰ আৰু হিমন্ত ডাঙৰীয়াৰ সমগ্ৰ টীমটোক অভিনন্দন জনাইছোঁ। মোৰ আজি মনত পৰিছে, ২০১৩ত মই নিৰ্বাচনী প্ৰচাৰৰ বাবে অসম ভ্ৰমণ কৰোঁতে, এখন সভাত মোৰ মনৰপৰা মাত্ৰ এটা শব্দ ওলাই আহিছিল। মই তেতিয়া কৈছিলোঁ, জনসাধাৰণে বৰ্ণমালা পঢ়োঁতে “এ ফৰ আছাম” বুলি ক’বলৈ বেছি দিন নাই।এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
February 25th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতে আজি ভৱিষ্যতৰ এক নতুন যাত্ৰাত অগ্ৰসৰ হৈছে আৰু এডভাণ্টেজ আছাম হৈছে অসমৰ অবিশ্বাস্য সম্ভাৱনা আৰু প্ৰগতি বিশ্বৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ পদক্ষেপ।” তেওঁ লগতে কয় যে ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতৰ মূল ভূমিকা সম্পৰ্কে ইতিহাস সাক্ষী। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে, “আজি আমি উন্নত ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে পূব ভাৰত আৰু উত্তৰ-পূবৰ দেশসমূহে নিজৰ প্ৰকৃত সম্ভাৱনা প্ৰদৰ্শন কৰিব।” এডভাণ্টেজ আছামে একে মনোভাৱক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি এই বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷অসমৰ চাহ জনগোষ্ঠীয় সম্প্ৰদায়টোক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
March 09th, 02:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে অসমৰ চাহে সমগ্ৰ বিশ্বতে ইয়াৰ উপস্থিতি সাব্যস্ত কৰিছে। তেওঁ চাহ জনগোষ্ঠীয় সম্প্ৰদায়টোক তেওঁলোকৰ দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ বাবে প্ৰশংসা কৰে।অসমৰ চাহ বাগিচাত বিদ্যালয় স্থাপন প্ৰচেষ্টাৰ আদৰণি প্ৰধানমন্ত্ৰীৰ
June 17th, 09:55 pm
১৯ জুনৰ পৰা ২৫ জুনলৈ অসম চৰকাৰে শিক্ষাৰ্থী সমূদায়ৰ নামত ৩৮খন মাধ্যমিক বিদ্যালয় উচৰ্গা কৰিব। ৩৮খন বিদ্যালয়ৰ ভিতৰত ১৯খন বিদ্যালয় চাহ বাগিচা এলেকাত স্থাপন কৰা হৈছে।Double engine BJP govt has given double benefits to Assam: PM Modi in Tamulpur
April 03rd, 11:01 am
Addressing his last rally in Assam’s Tamulpur ahead of last phase of assembly elections in the state, PM Modi said, “The 'Mahajhooth' of 'Mahajot' has been disclosed. On the basis of my political experience and audience love, I can say that people have decided to form NDA government in Assam. They can't bear those who insult Assam's identity and propagate violence.”PM Modi addresses public meeting at Tamulpur, Assam
April 03rd, 11:00 am
Addressing his last rally in Assam’s Tamulpur ahead of last phase of assembly elections in the state, PM Modi said, “The 'Mahajhooth' of 'Mahajot' has been disclosed. On the basis of my political experience and audience love, I can say that people have decided to form NDA government in Assam. They can't bear those who insult Assam's identity and propagate violence.”NDA Govt has ensured peace and stability in Assam: PM Modi in Bokakhat
March 21st, 12:11 pm
Continuing his election campaigning spree, PM Modi addressed a public meeting in Bokakhat, Assam. He said, “It is now decided that Assam will get 'double engine ki sarkar', 'doosri baar, BJP sarkar’, ‘doosri baar, NDA sarkar’. “Today I can respectfully say to all our mothers, sisters and daughters sitting here that we have worked hard to fulfill the responsibility and expectations with which you elected the BJP government,” he added.PM Modi addresses public meeting at Bokakhat, Assam
March 21st, 12:10 pm
Continuing his election campaigning spree, PM Modi addressed a public meeting in Bokakhat, Assam. He said, “It is now decided that Assam will get 'double engine ki sarkar', 'doosri baar, BJP sarkar’, ‘doosri baar, NDA sarkar’. “Today I can respectfully say to all our mothers, sisters and daughters sitting here that we have worked hard to fulfill the responsibility and expectations with which you elected the BJP government,” he added.Congress trying to malign India's image associated with tea: PM Modi in Chabua, Assam
March 20th, 03:27 pm
Resuming his election campaign in Assam, Prime Minister Narendra Modi today addressed a public meeting in Chabua. Slamming the Congress party, the PM said, “India's oldest party, who ruled over India for 50-55 years, is supporting people who're trying to remove India's image associated with tea. Can we forgive the Congress for this? Don't they deserve to get punished?”PM Modi campaigns in Chabua, Assam
March 20th, 03:26 pm
Resuming his election campaign in Assam, Prime Minister Narendra Modi today addressed a public meeting in Chabua. Slamming the Congress party, the PM said, “India's oldest party, who ruled over India for 50-55 years, is supporting people who're trying to remove India's image associated with tea. Can we forgive the Congress for this? Don't they deserve to get punished?”অসমত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
February 22nd, 11:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ধেমাজিৰপৰা ৰিম’ৰ্ট টিপি ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত INDMAX ইউনিট, ডিব্ৰুগড়ৰ মধূবনত অইল ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেৰা গাঁৱত গেছ কমপ্ৰেছৰ ষ্টেচন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। তেখেতে তদুপৰি অসমৰ ধেমাজি অভিযান্ত্ৰিক মহাবিদ্য়ালয়খনি উদ্বোধন কৰে আৰু শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।অসমৰ গুৰুত্বপূৰ্ণ তেল ও গেছ প্ৰকল্প আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন প্ৰধানমন্ত্ৰীৰ
February 22nd, 11:33 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ধেমাজিৰপৰা ৰিম’ৰ্ট টিপি ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত INDMAX ইউনিট, ডিব্ৰুগড়ৰ মধূবনত অইল ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেৰা গাঁৱত গেছ কমপ্ৰেছৰ ষ্টেচন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। তেখেতে তদুপৰি অসমৰ ধেমাজি অভিযান্ত্ৰিক মহাবিদ্য়ালয়খনি উদ্বোধন কৰে আৰু শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে।অসমৰ শোণিতপুৰ জিলাত উন্নয়নী প্ৰকল্পৰ শুভাৰম্ভ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 07th, 11:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত দুখনি চিকিৎসালয়ৰ শিলান্যাস আৰু ৰাজ্যিক ঘাইপথ আৰু মূল জিলা পথসমূহৰ অৰ্থে ‘অসম মালা’ শীৰ্ষক কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো উপস্থিত থাকে।‘অসম মালা’ৰ শুভাৰম্ভ আৰু দুখন চিকিৎসালয়ৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 07th, 11:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিত দুখনি চিকিৎসালয়ৰ শিলান্যাস আৰু ৰাজ্যিক ঘাইপথ আৰু মূল জিলা পথসমূহৰ অৰ্থে ‘অসম মালা’ শীৰ্ষক কাৰ্যক্ৰমৰ শুভাৰম্ভ কৰে। এই কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্ৰীসকল আৰু বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ মুৰব্বী শ্ৰী প্ৰমোদ বড়ো উপস্থিত থাকে।