প্ৰধানমন্ত্ৰীয়ে এছিয়ান ইয়ুথ গেমছ, ২০২৫-ত ঐতিহাসিক প্ৰদৰ্শনৰ বাবে যুৱ খেলুৱৈসকলক অভিনন্দন জনায়

November 02nd, 01:09 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান ইয়ুথ গেমছ, ২০২৫-ত ৪৮ টা পদক লাভেৰে এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শনৰ বাবে যুৱ খেলুৱৈসকলক অভিনন্দন জনাইছে।