স্বৰ্ণ আৰু ব্ৰঞ্জ পদক জয় কৰাৰ বাবে এছিয়ান স্কোৱাছ মিক্সড ডাবলছ টীমৰ সদস্যসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

July 01st, 03:03 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান স্কোৱাছ মিক্সড ডাবলছ টীমৰ সদস্য দীপিকা পাল্লিকাল আৰু সান্ধু হৰিন্দাৰক স্বৰ্ণ পদক আৰু অনাহত সিং আৰু অভয় সিঙে ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।