এছিয়ান ডেভেলপমেন্ট বেংকৰ অধ্যক্ষ মাছাতো কাণ্ডাৰে মিলিত প্ৰধানমন্ত্ৰী
June 01st, 04:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি এছিয়ান ডেভেলপমেন্ট বেংকৰ অধ্যক্ষ শ্ৰী মাছাতো কাণ্ডাৰ সৈতে মিলিত হয়। এই সন্দৰ্ভত শ্ৰী মোদীয়ে কয়, “যোৱা দশকটোত ভাৰতৰ দ্ৰুত ৰূপান্তৰে অগণন লোকক সবল কৰিছে আৰু আমি এই যাত্ৰাৰ গতি বৃদ্ধি কৰিবলৈ কাম কৰি আছোঁ।“‘ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান’ (আইটিআই)ৰ উন্নীতকৰণ আৰু দক্ষতা বৰ্দ্ধনৰ বাবে পাঁচটা ‘ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপন’ৰ প্ৰস্তাৱলৈ কেবিনেটে অনুমোদন জনাইছে
May 07th, 02:07 pm
ভাৰতত বৃত্তিমূলক শিক্ষাৰ পৰিৱৰ্তনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ আঁচনি হিচাপে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আইটিআই)সমূহৰ উন্নীতকৰণ আৰু দক্ষতা বৰ্দ্ধনৰ বাবে পাঁচটা (৫) ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে।