"মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে গ্ৰীষ্মকালীন তাপপ্ৰবাহৰ সৈতে মোকাবিলাৰ পৰামৰ্শ শ্বেয়াৰ কৰি নাগৰিকসকলক শৰীৰত পানীৰ ভাৰসাম্য বজাই ৰাখিবলৈ আহ্বান জনাইছে
May 31st, 11:30 am
মোৰ প্ৰিয় দেশবাসী, 'মন কী বাত'ত আকৌ এবাৰ আপোনালোকৰ লগত যোগদান কৰি আনন্দিত হৈছোঁ। দেশৰ বিভিন্ন প্ৰান্তৰ লোকে ৰাষ্ট্ৰ আৰু সমাজৰ স্বাৰ্থত এনে কিছুমান আচৰিত কাম কৰি আছে, সেইবোৰৰ কথা শুনিলে আমি এক নতুন প্ৰেৰণা অনুভৱ কৰোঁ। আজি মই এই কাৰ্যসূচী আৰম্ভ কৰিম এথলেটিকছত দেশৰ এনে এক কৃতিত্বৰ প্ৰসংগৰে। কিছুদিন পূৰ্বে ঝাৰখণ্ডৰ ৰাঁচীত অনুষ্ঠিত হৈছিল নেচনেল ছিনিয়ৰ এথলেটিকছ ফেডাৰেচন প্ৰতিযোগিতা। সমগ্ৰ দেশৰ প্ৰায় ৮০০ খেলুৱৈয়ে ইয়াত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাৰ সময়ত চাৰিটা ভিন্ন ইভেণ্টত চাৰিটা ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰা হয়। গুৰিন্দৰ বীৰ সিং, বিশাল টি কে, তেজস্বীন শংকৰ, দেৱ মীনা আৰু কুলদীপ কুমাৰ আদিয়ে বিভিন্ন শিতানত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হয়। পোনপ্ৰথমে সকলোকে অভিনন্দন জনাইছোঁ।২০২৬ৰ ২৩ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে ভাৰতীয় মল্লযোদ্ধাসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
May 28th, 08:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত হোৱা ২০২৬ৰ ২৩ অনুৰ্ধ এছিয়ান চেম্পিয়নশ্বিপত ভাৰতীয় মল্লযোদ্ধাসকলক উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অভিনন্দন জনায়।মণিপুৰৰ ইম্ফলত ৰাজ্য/ৰাজ্যিক শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ ‘চিন্তন শিবিৰ’ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
April 24th, 10:10 am
কাৰ্যসূচীত অংশগ্ৰহণ কৰা মোৰ কেবিনেট সহকৰ্মী অনুৰাগ ঠাকুৰজী, সকলো ৰাজ্যৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকল, অন্যান্য গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল,মণিপুৰৰ ইম্ফলত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ ‘চিন্তন শিৱিৰ’ত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ
April 24th, 10:05 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত ভিডিঅ’ কনফাৰেন্সযোগে যুৱ পৰিক্ৰমা আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰীসকলৰ ‘চিন্তন শিবিৰ’ সম্বোধন কৰে।Social Media Corner – 6th November 2016
November 06th, 08:02 pm
Your daily does of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM congratulates Indian Women’s Hockey Team for winning Asian Champions Trophy 2016
November 05th, 07:50 pm
Prime Minister Shri Narendra Modi has congratulated the Indian Women’s Hockey Team for winning the Asian Champions Trophy 2016.