এছিয়া কাপ ২০২৫ত বিজয়ৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

September 29th, 12:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়া কাপ ২০২৫ত চমকপ্ৰদ বিজয়ৰ বাবে ভাৰতীয় ক্ৰিকেট দলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।