প্ৰধানমন্ত্ৰীয়ে ১৮ বছৰ অনুৰ্ধ ভাৰতীয় পুৰুষ হকী দলক পুৰুষৰ ১৮ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৬ জয় কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে
June 06th, 06:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ যুৱ হকী খেলুৱৈসকলৰ এক অনন্য সাফল্যৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে ১৮ বছৰ অনুৰ্ধ ভাৰতীয় পুৰুষ হকী দলক ২০২৬ চনৰ পুৰুষৰ ১৮ বছৰ অনুৰ্ধৰ এছিয়া কাপত জয়লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দলটোৱে সমগ্ৰ প্ৰতিযোগিতাখনত ব্যতিক্ৰমী দক্ষতা আৰু দলীয় শৃংখলা প্ৰদৰ্শন কৰিছিল, যাৰ ফলত ফাইনেলত এক স্মৰণীয় জয়ৰ শিখৰত উপনীত হ'বলৈ সক্ষম হয় । প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে এই জয়ে যুৱক-যুৱতীসকলৰ মাজত হকীৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাক প্ৰতিফলিত কৰিছে। তেওঁ দলটোক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনায়।২০২৬ চনৰ ১৮ বছৰ অনুৰ্ধৰ এছিয়া কাপত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে ভাৰতীয় মহিলা ১৮ অনুৰ্ধ হকী দলক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে
June 06th, 06:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় মহিলা ১৮ অনুৰ্ধ হকী দলক এছিয়া কাপ ২০২৬ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে।প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সমগ্ৰ প্ৰতিযোগিতাখনত দলটোৱে উল্লেখযোগ্য উদ্যম প্ৰদৰ্শন কৰিছিল।PM Modi congratulates the Indian Junior Women's Hockey Team for winning the Asia Cup title
December 16th, 09:35 pm
The Prime Minister Shri Narendra Modi today congratulated the Indian Junior Women's Hockey Team for winning the Asia Cup title. He lauded the immense grit and determination of the team.এছিয়া কাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
September 17th, 10:42 pm
এছিয়া কাপ বিজয়ী ভাৰতীয় ক্ৰিকেট দলক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছে।‘মহিলাৰ এছীয়া কাপ’ জয় কৰা ‘ভাৰতীয় মহিলা ক্ৰিকেট’ দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
October 15th, 07:19 pm
‘সপ্তম মহিলা এছীয়া কাপ’ জয় কৰা ‘ভাৰতীয় মহিলা ক্ৰিকেট’ দলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।এছিয়া কাপ ২০২২ত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলক অভিনন্দন জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 28th, 11:56 pm
প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়া কাপ ২০২২ত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাবে ভাৰতীয় ক্ৰিকেট দলটোক অভিনন্দন জনাইছে।শ্ৰী মোদীয়ে কয় যে দলটোৱে চমৎকাৰ দক্ষতা আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে।