প্ৰধানমন্ত্ৰীয়ে ৯ খন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰেলৰ ঘোষণাক প্ৰশংসা কৰে

January 14th, 06:51 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নতুন অমৃত ভাৰত ৰেলসমূহ সমগ্ৰ দেশতে যাত্ৰীসকলৰ আৰাম আৰু যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে।

PM hails the passage of Online Gaming Bill, 2025

August 22nd, 09:36 am

The Prime Minister, Shri Narendra Modi has welcomed the passage of The Promotion and Regulation of Online Gaming Bill, 2025 by both Houses of Parliament.

কাশ্মীৰ উপত্যকালৈ প্ৰথমখন মালবাহী ৰে’লৰ আগমনক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ , বাণিজ্য তথা সংযোগৰ ক্ষেত্ৰত আজিৰ দিনটোক অভিহিত কৰিলে বিশেষ দিন বুলি

August 09th, 06:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাশ্মীৰ উপত্যকালৈ প্ৰথমখন মালবাহী ৰে’লৰ আগমনক প্ৰশংসা কৰিছে। এই কথাই অঞ্চলটোক ৰাষ্ট্ৰীয় মালবাহী নেটৱৰ্কৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত কৰিছে।

Prime Minister lauds India's progress in electronics exports

August 05th, 03:30 pm

The Prime Minister, Shri Narendra Modi has expressed immense joy over India's progress in electronics exports. Electronics exports have reached among top 3 position globally. Shri Modi gave this credit to innovative Yuva Shakti. India remains committed to continuing this momentum in the times to come, the Prime Minister further added.

পশ্চিমবংগত ৰেল দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক

June 17th, 12:58 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগত সংঘটিত ৰেল দুৰ্ঘটনাত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় ৰেল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ ৰাওনা হোৱাৰ কথা উল্লেখৰ সমান্তৰালভাৱে দুৰ্ঘটনাগ্ৰস্তসকলক উদ্ধাৰ অভিযান অব্যাহত থকাৰ কথা সদৰী কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে পিএমএনআৰএফৰপৰা প্ৰতিগৰাকী মৃতকৰ নিকট-আত্মীয়লৈ ২ লাখ টকাকৈ আৰু প্ৰতিগৰাকী আহতলৈ ৫০,০০০ টকাকৈ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

ঘাটকোপৰ-পূবত 'বিকশিত ভাৰত, বিকশিত মুম্বাই'ৰ বাবে বিকশিত ভাৰতৰ অগ্ৰদূতসকল সমবেত

May 17th, 04:14 pm

মুম্বাইৰ ঘাটকোপৰ-পূবৰ ভাটিয়া ৱাডীত বিকশিত ভাৰতৰ অগ্ৰদূতসকলে স্থানীয় হীৰা ব্যৱসায়ী আৰু ব্যৱসায়ী সমাজৰ সৈতে মিলিত হয়। এই কাৰ্য্যসূচীত অঞ্চলটোৰ ৩০০ ৰো অধিক সদস্যই যোগদান কৰে। ইয়াত কেন্দ্ৰীয় ৰেলৱে, যোগাযোগ আৰু আইটি দপ্তৰৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁলোকক শুভেচ্ছা জনায়। এই কাৰ্য্যসূচীত অংশগ্ৰহণকাৰীসকলে মত-বিনিময় কৰি নিজ-নিজ পৰামৰ্শ আৰু অভিজ্ঞতাসমূহ পোনপটীয়াকৈ মন্ত্ৰীগৰাকীক অৱগত কৰে।

ডাকঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ‘৩-ডি প্ৰযুক্তি’ ব্যৱহাৰ কৰা বাবে প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

April 12th, 07:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাংগালুৰুত ডাকঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ত্ৰিমাত্ৰিক মুদ্ৰণ প্ৰযুক্তি ব্যৱহাৰ কৰা কথাক প্ৰশংসা কৰিছে।

ভূপাল আৰু নতুন দিল্লীৰ মাজত চলাচল কৰিবলগীয়া ‘বন্দে ভাৰত এক্সপ্ৰেছ’ ৰে’লগাড়ীৰ যাত্ৰা মুকলি কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণ পাঠ

April 01st, 03:51 pm

মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ জী, ৰে'লমন্ত্ৰী অশ্বিনী জী, গণ্যমান্য ব্যক্তিসকল আৰু বৃহত্ সংখ্যাত আহি ইয়াত উপস্থিত হোৱা ভূপালৰ মোৰ মৰমৰ!

মধ্যপ্ৰদেশৰ ভূপালৰ ৰাণী কমলাপতি ষ্টেচনত বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ ইন্দোৰত ৰাম নৱমীত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ

April 01st, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালৰ ৰাণী কমলাপতি ৰে’লৱে ষ্টেচনত ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ৰাণী কমলাপতি-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ পৰিদৰ্শন কৰাৰ লগতে ৰে’লৰ শিশু আৰু কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে।