ফলাফলৰ তালিকাঃ ভিয়েটনামৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ

May 06th, 03:44 pm

আই আৰ ই এল (ইণ্ডিয়া) লিমিটেড আৰু ভিয়েটনামৰ ইনষ্টিটিউট ফৰ টেকন’লজি অৱ ৰেডিঅ’ এক্টিভ এণ্ড ৰেয়াৰ এলিমেণ্টছ (আই টি আৰ আৰ ই)ৰ মাজত পাৰস্পৰিক সহযোগিতাৰ বুজাবুজি চুক্তি

ভিয়েটনামৰ ৰাষ্ট্ৰপতি টো লামৰ সৈতে যুটীয়া সংবাদমেলত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

May 06th, 01:00 pm

কেৱল এয়াই নহয়, তেওঁ বুদ্ধগয়াৰ পৰাই তেওঁৰ ভাৰত ভ্ৰমণ আৰম্ভ কৰিছে। ই আমাৰ দুয়োখন দেশৰ অভিন্ন সভ্যতা আৰু আধ্যাত্মিক পৰম্পৰাক প্ৰতিফলিত কৰে। এই ভ্ৰমণ আৰু আমাৰ ফলপ্ৰসূ আলোচনাৰ জৰিয়তে আমি আমাৰ পাৰস্পৰিক সদিচ্ছাক দৃঢ় ফলাফলত পৰিণত কৰিছো।

ভাৰত ছিংগাপুৰৰ যুটীয়া বিবৃতি

September 04th, 08:04 pm

ছিংগাপুৰ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম লৰেন্স ৱং ডাঙৰীয়াই ভাৰত গণৰাজ্যলৈ কৰা আনুষ্ঠানিক ভ্ৰমণৰ সময়ছোৱাত প্ৰস্তুত কৰা ভাৰত আৰু ছিংগাপুৰৰ মাজৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পথ-মানচিত্ৰ সন্দৰ্ভত প্ৰদান কৰা যুটীয়া বিবৃতি

ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

September 04th, 12:45 pm

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ৱঙক প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণলৈ আন্তৰিকতাৰে আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। এই ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো আমি এই বছৰ আমাৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো।

ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি

August 05th, 11:06 am

পোন-প্ৰথমে ৰাষ্ট্ৰপতি ডাঙৰীয়া আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিক আদৰণি জনাইছোঁ। এই বৰ্ষত ভাৰত আৰু ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আৰু এনে প্ৰেক্ষাপটত তেওঁৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। আমাৰ কূটনৈতিক সম্পৰ্ক নতুন হ’ব পাৰে, কিন্তু আমাৰ সভ্যতাৰ যোগাযোগ প্ৰাচীন কালৰ পৰাই আছিল। ফিলিপাইনছৰ ৰামায়ণ - মহাৰদিয়া লাৱানা-ই আমাৰ শতিকা পুৰণি সাংস্কৃতিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে। এইমাত্ৰ মুকলি কৰা ডাক টিকটত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় ফুলৰ প্ৰতিচ্ছবিয়ে আমাৰ বন্ধুত্বৰ গভীৰতাকে প্ৰতিফলিত কৰে।