এছিয়ান গেমছ ২০২২ত প্ৰথম পদক লাভ কৰাৰ বাবে লাইটৱেট পুৰুষৰ ডাবল স্কালছ দলক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰীয়ে

September 24th, 11:18 pm

এছিয়ান গেমছ ২০২২ত ভাৰতৰ বাবে প্ৰথমটো পদক, ৰূপৰ পদক লাভ কৰা বাবে প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাইটৱেট পুৰুষৰ ডাবল স্কালছ টিমক প্ৰশংসা কৰিছে।