প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত টাইকোৱাণ্ডো-মহিলাৰ ৪৪-৪৭ কিঃগ্ৰাঃ ইভেণ্টত অৰুণাৰ দ্বাৰা ব্ৰঞ্জৰ পদক জয় কৰাত সন্তুষ্টি প্ৰকাশ কৰে

October 23rd, 06:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত আয়োজিত এছিয়ান পেৰা গেমছ ২০২২ত টাইকোৱাণ্ডো-মহিলাৰ ৪৪-৪৭ কিঃগ্ৰাঃ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত অৰুণাক অভিনন্দন জনাইছে।